মাত্ৰ ডেৰ বছৰ হৈছিল শিশুটিৰ। এই বয়সতে জটিল ৰোগত আক্ৰান্ত হৈছে গহপুৰৰ বীৰ বাহাদুৰ কৰ্টেলৰ সন্তানটি। দিনে-নিশাই কান্দি কান্দি যন্ত্ৰণাৰ জীৱন কটোৱা শিশুটিক আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত।