• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেঙা, বাঘবৰত ২৩ বছৰীয়া ছোৱালীয়ে কোলাত দুটা বাচ্চা, আগফালে দুটা বাচ্চা লৈ মিটিঙলৈ আহে! সন্দিকৈ কলেজত ছোৱালীয়ে ২৩ বছৰত প’ষ্ট গ্ৰেজুৱেট কৰেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

3 years ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

59 minutes ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

1 hour ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

2 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

4 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

5 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

6 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

22 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

23 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

24 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চেঙা, বাঘবৰত ২৩ বছৰীয়া ছোৱালীয়ে কোলাত দুটা বাচ্চা, আগফালে দুটা বাচ্চা লৈ মিটিঙলৈ আহে! সন্দিকৈ কলেজত ছোৱালীয়ে ২৩ বছৰত প’ষ্ট গ্ৰেজুৱেট কৰেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

editor by editor
March 20, 2023
in অসম, জীৱনশৈলী, শিক্ষা
0
চেঙা, বাঘবৰত ২৩ বছৰীয়া ছোৱালীয়ে কোলাত দুটা বাচ্চা, আগফালে দুটা বাচ্চা লৈ মিটিঙলৈ আহে! সন্দিকৈ কলেজত ছোৱালীয়ে ২৩ বছৰত প’ষ্ট গ্ৰেজুৱেট কৰেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘২০২৬ৰ ভিতৰত অসমত বন্ধ হ’ব বাল্য বিবাহ।’ সোমবাৰে বিধানসভাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই কৰা এই প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিধানসভাৰ বিধায়ক কমলাক্ষই মুখ্যমন্ত্ৰীক সুধিছিল,’২০০৬ চনৰ বাল্য বিবাহ প্ৰতিৰোধী আইনমতে কিয় ইমান দিনে কাম কৰা নাছিল? POCSO আইন কিয় লগাইছে?’ বিধায়কজনৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘CDPO সকলক নিযুক্তি দিয়া হৈ আছে৷ POCSO আইনতেই সকলো কথা লিখা আছে। আইনখন কেনেকৈ প্ৰযোজ্য হয় সেই কথাও লিখা আছে। ১৬ৰ বছৰৰ তলৰ ছোৱালীক হাত দিব নোৱাৰে৷ স্বামীসকলকো এৰি দিব নোৱাৰি। ১৪ বছৰ জে’ল হ’বই৷’

POCSO গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কয় যে, আমাক কোনেও সমালোচনা কৰা নাই বুলিও কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ বাল্য বিবাহ সন্দৰ্ভত ৯০ শতাংশই শাস্তি পাব বুলি আমি ভাবো বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয়, ‘২০২৬ৰ ভিতৰত বাল্যবিবাহ বন্ধ কৰিম৷ ২০০ কোটি টকা বাজেটত ধাৰ্য কৰিম৷ প্ৰতিটো বাল্যবিবাহ গোচৰত আমি অধিবক্তা দিম৷ প্ৰতি তিনি মাহৰ মূৰে মূৰে অভিযান চলাম৷ বাল্যবিবাহ বন্ধ কৰিমেই৷ স্কুলৰ একে বেঞ্চত বহা ছোৱালী এজনী হঠাতে নহা হ’লে যদি গম পাই যে তাইক বিয়া দিয়া হৈছে গোপনে, লগৰ ছোৱালীয়ে আমাক ফোন কৰি জনাব পাৰিব৷’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘চেঙা, বাঘবৰত ২৩ বছৰীয়া ছোৱালীয়ে কোলাত দুটা বাচ্চা, আগফালে দুটা বাচ্চা লৈ মিটিঙলৈ আহে৷ সন্দিকৈ কলেজত ছোৱালীয়ে ২৩ বছৰত প’ষ্ট গেজুৱেট কৰে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #himantabiswasarmaasom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
Next Post
সততা জীয়াই আছে বাবেই এই পৃথিৱী ইমান সুন্দৰ! এগৰাকী ই-ৰিক্সা চালকৰ এই সিদ্ধান্ত সঁচাকৈয়ে প্ৰশংসনীয়…

সততা জীয়াই আছে বাবেই এই পৃথিৱী ইমান সুন্দৰ! এগৰাকী ই-ৰিক্সা চালকৰ এই সিদ্ধান্ত সঁচাকৈয়ে প্ৰশংসনীয়...

বড়োলেণ্ডৰ চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়ৰে ফলকত ব্যৱহাৰ কৰিব লাগিব বড়ো ভাষাঃ এবছু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন