• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

3 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

5 minutes ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

19 minutes ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

59 minutes ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

2 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

3 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

4 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

4 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

6 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

7 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

8 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

editor by editor
March 26, 2023
in জীৱনশৈলী, ভাৰত
0
ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ
0
SHARES
16.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দী ধাৰাবাহিকৰ জনপ্ৰিয় এটি চৰিত্ৰ হৈ ৰৈ গৈছে ‘তুলসী’ নামৰ চৰিত্ৰটো। ৮ বছৰ ধৰি চলা ১৮৩৩ টা খণ্ডৰ বিশেষ ধাৰাবাহিক ‘কিউ কি চাছ ভি কভি বহু থি’ ৰ মাধ্যমেৰে জনপ্ৰিয় অভিনেত্ৰী হৈ পৰিছিল স্মৃতি ইৰাণী। সেই বিশেষ ৮ বছৰেই গঢ়িছিল স্মৃতি ইৰাণীক। কিন্তু স্মৃতিৰ বাবে এই ৮ বছৰ সুখকৰ নাছিল। এই ধাৰাবাহিকৰ শ্বুটিং চলি থকাৰ সময়তে অনিচ্ছাকৃত গৰ্ভপাত হৈছিল স্মৃতিৰ। শ্বুটিংস্থলীৰ পৰা অটোৰিক্সাৰেই গৈ হাস্পতালত অকলেই ভৰ্তি হৈছিল স্মৃতি। এই বিশেষ ধাৰাবাহিকখন প্ৰযোজক একতা কাপূৰে সেই সময়ত স্মৃতিক কেনেদৰে কাম কৰোৱাইছিল?

স্মৃতি ইৰাণীৰ পৰিচয় কেৱল এগৰাকী অভিনেত্ৰী নহয়। বৰ্তমান তেওঁ এগৰাকী ৰাজনীতিবিদো। সম্প্ৰতি এক সাক্ষাৎকাৰত স্মৃতি ৰোমন্থন কৰি মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয়, ‘ধাৰাবাহিকৰ শ্বুটিং চলি থকাৰ সময়ত মই অন্তঃসত্বা হৈছিলো। নিজেও গম পোৱা নাছিলো মই অন্তঃসত্বা। গা বেয়া স্বত্ত্বেও শ্বুটিঙলৈ আহিছিলো। কিন্তু হঠাতেই গা বেছি বেয়া হোৱাত মই অটো এখন লৈ হাস্পতাললৈ ৰাওনা হ’লো। ইতিমধ্যে মোৰ ৰক্তপাত হ’বলৈ আৰম্ভ হৈছিল। সেই পৰিস্থিতিো এগৰাকী নাৰ্চে মোক অটোগ্ৰাফ বিচাৰিছিল। তাৰমাজতে মই অট’গ্ৰাফ দিলো। মই লগে লগেই শৰীৰৰ অসুস্থতাৰ কথা খুলি ক’লো।’

সেই সময়ত ধাৰাবাহিকৰ সমান্তৰালভাৱে ‘কিউ কি’ৰ শ্বুটিং কৰি আছিল স্মৃতি ইৰাণীয়ে। শৰীৰৰ অৱস্থা অতিকৈ বেয়া হৈ যোৱাত ধাৰাবাহিকৰ পৰা এদিনৰ ছুটী বিচাৰিছিল স্মৃতি ইৰাণীয়ে। কিন্তু প্ৰযোজকে ছুটী দিয়াৰ সলনি কৈছিল, ‘কোনো অসুবিধা নাই, তুমি অকণমান দেৰীকৈ আহা কিন্তু আহা।’ স্মৃতিয়ে এই সন্দৰ্ভত কয়, ‘প্ৰকৃততে মোৰ অসুস্থতাৰ কথা বিশ্বাসেই কৰা নাছিল প্ৰযোজকে। মই ৰুগীয়া শৰীৰেৰেই শ্বুটিঙত উপস্থিত হৈছিলো। মই যদি শ্বুটিঙলৈ নগ’লোহেতেন তেন্তে মোক ধাৰাবাহিকখনৰ পৰা বাহিৰ কৰিয়েই দিলেহেতেন। তেতিয়া ভাৱ আহিছিল মই প্ৰমাণ হিচাপে নষ্ট হোৱা ভ্ৰুণটো দেখুওৱাবই লাগিছিল।’

স্মৃতিয়ে এই কথাখিনি কওঁতে কাৰো নাম লোৱা নাছিল। কাকো টাৰ্গেটো কৰি কথা কোৱা নাছিল স্মৃতিয়ে। বৰ্তমান একতা কাপুৰ আৰু স্মৃতি ইৰাণীৰ সম্পৰ্ক ভাল। ‘বালাজী টেলিফিল্মছ’ৰ মূল ব্যক্তি একতা কাপুৰৰ ঘৰত প্ৰায় প্ৰতিসময়তে উপস্থিত থাকে স্মৃতি। স্মৃতিৰ কন্যাৰ বিয়াতো দেখা গৈছিল একতা কাপুৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

June 28, 2026
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!
বাণিজ্য

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

June 28, 2026
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?
জীৱনশৈলী

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

June 28, 2026
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
Next Post
সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ, ছাত্ৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ, ছাত্ৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

পঢ়াত মনোযোগ দিলে টকাই টকা! অসম চৰকাৰে শিক্ষাৰ্থীক মাহে মাহে দিব টকা, দেখুওৱাব লাগিব এইকেইটা পাৰদৰ্শিতা…

পঢ়াত মনোযোগ দিলে টকাই টকা! অসম চৰকাৰে শিক্ষাৰ্থীক মাহে মাহে দিব টকা, দেখুওৱাব লাগিব এইকেইটা পাৰদৰ্শিতা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.