অসম লাইভ২৪ঃ
গামোচা বিকৃতকৰণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই৷
বিমল বড়াই অসমীয়া গামোচাৰ বিকৃতকৰণ কৰা সকললৈ জনাইছে বিশেষ আহ্বান৷
‘গামোচা অসমীয়াৰ স্বাভিমান’
‘গামোচা বিকৃতকৰণ কৰিব নালাগে’
‘বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত একাকাৰ কৰিব নালাগে’
‘এনে কৰিলে স্বাভাৱিকতে প্ৰতিক্ৰিয়া হ’ব’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ