• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাতি ল’ৰা IAS, পুত্ৰৰ আছে ৩০ কোটি টকাৰ সম্পত্তি৷ কিন্তু  পিতৃ-মাতৃৰ খাবলৈ নাই ৰুটী ৷ একেলগে ল’লে চৰম সিদ্ধান্ত

নাতি ল’ৰা IAS, পুত্ৰৰ আছে ৩০ কোটি টকাৰ সম্পত্তি৷ কিন্তু পিতৃ-মাতৃৰ খাবলৈ নাই ৰুটী ৷ একেলগে ল’লে চৰম সিদ্ধান্ত

3 years ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

53 minutes ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

1 hour ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

2 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

2 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

2 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 hours ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

3 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

4 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

5 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

5 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

6 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাতি ল’ৰা IAS, পুত্ৰৰ আছে ৩০ কোটি টকাৰ সম্পত্তি৷ কিন্তু পিতৃ-মাতৃৰ খাবলৈ নাই ৰুটী ৷ একেলগে ল’লে চৰম সিদ্ধান্ত

editor by editor
March 31, 2023
in বিবিধ
0
নাতি ল’ৰা IAS, পুত্ৰৰ আছে ৩০ কোটি টকাৰ সম্পত্তি৷ কিন্তু  পিতৃ-মাতৃৰ খাবলৈ নাই ৰুটী ৷ একেলগে ল’লে চৰম সিদ্ধান্ত
0
SHARES
13.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শুনিলে চকুপানী ওলোৱা ঘটনা৷ নিজৰ পুত্ৰৰ ওচৰত ৩০ কোটি টকাৰ সম্পত্তি, নাতি ল’ৰা IAS বিষয়া৷ তাৰ পাছতো বৃদ্ধ পিতৃ-মাতৃ খাবলৈ নাপায় দুসাঁজৰ ৰুটী৷ অৱশেষত বিষাক্ত দ্ৰব্য খাই আত্মহত্যা দুই বৃদ্ধ-বৃদ্ধাৰ৷ ঘটনা হাৰিয়ানাৰ চৰখী দাদ্ৰী জিলাৰ বাদদা অঞ্চলৰ। পিতৃয়ে চুইচাইড নোটত পুত্ৰ আৰু বোৱাৰীয়ে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে, যাৰ ভিত্তিত পুত্ৰ আৰু দুগৰাকী বোৱাৰীকে ধৰি চাৰিজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। মূলতঃ গোপী গাঁৱৰ বাসিন্দা অৱসৰপ্ৰাপ্ত সেনা জোৱান জগদীশ চান্দ (৭৮) আৰু ভাগলী দেৱী (৭৭) বাদদাত পুত্ৰ বীৰেন্দ্ৰৰ ওচৰতে বাস কৰিছিল। বীৰেন্দ্ৰ আৰ্য্যৰ পুত্ৰ বিবেক আৰ্য্য ২০২১ চনত আইএএছ বিষয়া হয়। বৰ্তমান তেওঁ কৰ্ণালত Trainee IAS হিচাপে কাম কৰি আছে। বুধবাৰে নিশা জগদীশচান্দ আৰু তেওঁৰ পত্নী ভাগলী দেৱীয়ে তেওঁলোকৰ বাদদা বাসগৃহত বিষাক্ত পদাৰ্থ সেৱন কৰি জীৱনৰ চৰম সিদ্ধান্ত লয়৷ গভীৰ নিশা পুৱা প্ৰায় ২.৩০ বজাত জগদীশচান্দে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষত বিষ সেৱনৰ বিষয়ে তথ্য দিয়ে। আৰক্ষী আহি পোৱাৰ লগে লগে জগদীশচান্দে ছুইচাইড নোটখন আৰক্ষীক গতাই দিয়ে। অৱস্থা বেয়া হোৱাৰ লগে লগে দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয়।

চুইচাইড নোটক লিখিছে— কোনো শিশুৱেই পিতৃ-মাতৃৰ ওপৰত ইমান অত্যাচাৰ কৰিব নালাগে৷ ছুইচাইড নোটত জগদীশচান্দে লিখিছে যে মই আগতে মোৰ সৰু ল’ৰা মহেন্দ্ৰৰ লগত থাকিছিলো। ছবছৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিল। মহেন্দ্ৰৰ পত্নী নীলমে মোক কিছুদিন ৰুটি দিলে, পিছলৈ তাই অনৈতিক কাম আৰম্ভ কৰিলে আৰু গাঁৱৰ বাসিন্দা বিকাশক লগত লৈ গ’ল। বিকাশক লগত ৰাখিবলৈ আপত্তি কৰাৰ সময়ত তেওঁলোকে মোক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে। ইয়াৰ পিছত মই দুবছৰ অনাথ আশ্ৰমত থাকিলোঁ। ঘূৰি আহোঁতে আকৌ উলিয়াই আনি ঘৰত তলা লগাই দিলে। সেই সময়তে মোৰ পত্নী ভাগলী দেৱী পক্ষাঘাতগ্ৰস্ত হৈ পৰিল।

ইয়াৰ পাছত আনজন পুত্ৰই বীৰেন্দ্ৰৰ লগত থাকিবলৈ আৰম্ভ কৰিলো। তাতেও মোক ৰাখিবলৈও অস্বীকাৰ কৰিলে। মোক বাহি আটাৰে তৈয়াৰী ৰুটি খাবলৈ দিছিল। কিমান দিন এই মিঠা বিষ গাম, গতিকে বিষকে গিলিলো৷ মোৰ মৃত্যুৰ কাৰণ হ’ল নীলম, বিকাশ, সুনীতা আৰু বীৰেন্দ্ৰ। এই চাৰিজনে মোৰ ওপৰত ইমান অত্যাচাৰ কৰিছে, কোনো শিশুৱেই মাক-দেউতাকৰ ওপৰত ইমান অত্যাচাৰ কৰিব নালাগে। ইয়াৰ বাবেই মই মোৰ মাটিও আৰ্য্য সমাজক দান দিলোঁ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: harayana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?
জীৱনশৈলী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

March 26, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
Next Post
টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

৪১ বছৰতেই ৫০০ সন্তানৰ পিতৃ! ‘দয়া কৰি আৰু পিতৃ নহ’ব’ বুলি আদালতে পঠিয়ালে জাননী

৪১ বছৰতেই ৫০০ সন্তানৰ পিতৃ! ‘দয়া কৰি আৰু পিতৃ নহ’ব’ বুলি আদালতে পঠিয়ালে জাননী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.