• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্তঃসত্ত্বা অৱস্থাত নিয়মিত ফল খায়? এই ৩ বিধ খাদ্যই বিপদত পেলাব আপোনাক?

অন্তঃসত্ত্বা অৱস্থাত নিয়মিত ফল খায়? এই ৩ বিধ খাদ্যই বিপদত পেলাব আপোনাক?

3 years ago
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

28 minutes ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

2 hours ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

2 hours ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

3 hours ago
মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

3 hours ago
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

4 hours ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

19 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

20 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

21 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

22 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অন্তঃসত্ত্বা অৱস্থাত নিয়মিত ফল খায়? এই ৩ বিধ খাদ্যই বিপদত পেলাব আপোনাক?

editor by editor
April 23, 2023
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
অন্তঃসত্ত্বা অৱস্থাত নিয়মিত ফল খায়? এই ৩ বিধ খাদ্যই বিপদত পেলাব আপোনাক?
0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অন্তঃসত্ত্বা অৱস্থাত স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে বুলি চিকিৎসকে পৰামৰ্শ দিয়ে। স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত অন্যতম হৈছে ফলমূল। গৰ্ভস্থ শিশু আৰু মাতৃৰ শৰীৰৰ বাবে ফলৰ ভূমিকা অনবদ্য। চিকিৎসকে জনোৱা অনুসৰি, অন্তঃসত্ত্বা অৱস্থাত ফল খালে এই ক্ষেত্ৰত কিছু সতৰ্কতা মানি চলাটো জৰুৰী। কেইবিধমান ফল খালে অন্তঃসত্ত্বা অৱস্থাত সমস্যাৰ সৃষ্টি হয়।

অমিতা
অমিতাত লেটেক্স থাকে। অন্তঃসত্ত্বা অৱস্থাত অত্যাধিক অমিতা খালে অনিচ্ছাকৃত গৰ্ভপাতৰ সম্ভাৱনা থাকে। পেপেইন উৎসেচকযুক্ত খাদ্য অন্তঃসত্ত্বাৰ তৃতীয় সপ্তাহৰ পৰা এৰাই চলাটো ভাল। কিন্তু পকা অমিতা খাব পাৰে। ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে অন্তঃসত্ত্বাকালীন অৱস্থাত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। া

আনাৰস
আনাৰসৰ মাজত থাকে ব্ৰোমোলিন ফলত সময়ৰ আগতেই গৰ্ভযন্ত্ৰণা হোৱাৰ আশংকা থাকে। অন্তঃসত্ত্বা অৱস্থাত প্ৰথম সপ্তাহত অৱশ্যেই আনাৰসৰ পৰা দূৰত থকাটো প্ৰয়োজন। সন্তান জন্ম দিয়াৰ পূৰ্বে আনাৰস খোৱাত বাধা দিয়ে চিকিৎসকে।

আঙুৰ
অন্তঃসত্ত্বা অৱস্থাত আঙুৰ খোৱাটো অসুবিধা আছে। বহু চিকিৎসকে কোৱা অনুসৰি অন্তঃসত্ত্বা অৱস্থাত আঙুৰ এৰাই চলিব লাগে। বহুতেই আকৌ আঙুৰ খাবলৈকো পৰামৰ্শ দিয়ে। আঙুৰত প্ৰচুৰ পৰিমানে ‘পেষ্টিচাইট’ নামৰ ৰাসায়নিক পদাৰ্থ থাকে। যিয়ে গৰ্ভস্থ সন্তান আৰু মাতৃৰো ক্ষতি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ
জীৱনশৈলী

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

May 31, 2026
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

May 31, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!
জীৱনশৈলী

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

May 31, 2026
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়
বাণিজ্য

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

May 31, 2026
Next Post
চখ এনেকুৱাও থাকেনে! বৃদ্ধাৰ চখৰ বাবেই ৰাস্তাৰ মাজেৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিলে বৃদ্ধাক…

চখ এনেকুৱাও থাকেনে! বৃদ্ধাৰ চখৰ বাবেই ৰাস্তাৰ মাজেৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিলে বৃদ্ধাক...

হৃদৰোগ হৈছে নেকি? হাতত দেখা দিয়া কোনবোৰ লক্ষণ চাই বুজিব?

হৃদৰোগ হৈছে নেকি? হাতত দেখা দিয়া কোনবোৰ লক্ষণ চাই বুজিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.