• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেলেঞ্জ কৰি ৯০ মিনিটত ২২ পেগ সুৰা! তাৰপিছত?

চেলেঞ্জ কৰি ৯০ মিনিটত ২২ পেগ সুৰা! তাৰপিছত?

3 years ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

31 minutes ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

1 hour ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

3 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

3 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

4 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

7 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

8 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

8 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

9 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

চেলেঞ্জ কৰি ৯০ মিনিটত ২২ পেগ সুৰা! তাৰপিছত?

editor by editor
April 29, 2023
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
চেলেঞ্জ কৰি ৯০ মিনিটত ২২ পেগ সুৰা! তাৰপিছত?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বন্ধুৰ সৈতে বহা সাপ্তাহিক আড্ডাত ঘটিছে এক বিশেষ ঘটনা। প্ৰায়সংখ্যকৰ বাবে আড্ডাত মদ্যপান এৰাব নোৱাৰা অংগ। এই আনন্দত ভাগ লৈ এজন ব্যক্তিয়ে মাতি আনিলে মৃত্যুক। বন্ধুক প্ৰত্যাহ্বান জনাই এটা দুটা নহয় প্ৰায় ২২ পেগ সুৰা সেৱন কৰে ব্যক্তিজনে। ৯০ মিনিটৰ ভিতৰত এই সুৰা সেৱন কৰিছে ব্যক্তিজনে। ইমান কম সময়ৰ ভিতৰত অত্যাধিক সুৰা লৈ মৃত্যুক সাবটি লৈছে যুৱকজনে। পাৰ্টী কৰিবলৈ গৈ এনেদৰে মৃতদেহ ঘৰলৈ আহিব সেয়া কোনোৱেই কল্পনা কৰা নাছিল। কম সময়ত অত্যাধিক সুৰা সেৱন কৰাৰ বাবে শৰীৰত বিষক্ৰিয়া হৈ মৃত্যু হৈছে যুৱকজনৰ।

ক্ৰায়াইল্ড নাইটছ নামৰ এটা ক্লাবত বন্ধুৰ সৈতে সুৰা পাৰ্টী কৰিবলৈ গৈছিল ৩৬ বছৰীয়া মাৰ্কে। তাতেই বন্ধুৰ সৈতে চেলেঞ্জত লাগি সুৰাপান কৰে মাৰ্কে। ৯০ মিনিটক ভিতৰত ২২ পেগ সুৰা সেৱন কৰে যুৱকজনে। মদ্যপান কৰা কিছুসময়ৰ পাছতেই মাৰ্ক অসুস্থ হৈ পৰে। হাস্পতাললৈ লগে লগে লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মাৰ্ক সুৰাসক্ত হৈ অচেতন হৈ পৰাৰ পাছত তেওঁৰ জেপত থকা ৪২০ পাউণ্ড ধনো কোনোৱে লুট কৰি নিছে। ঘটনাক লৈ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। বিশেষ পাৰ্টীত উপস্থিত থকা ৪ বন্ধুক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

August 18, 2026
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে
জীৱনশৈলী

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
কোনোৱে যদি আঢ়ৈ লাখ কোনোৱে আকৌ পায় ডেৰ লাখ! ভাৰতীয় সেনাৰ পদমৰ্যাদা অনুসৰি দৰমহা কোনে কিমান পায়?

কোনোৱে যদি আঢ়ৈ লাখ কোনোৱে আকৌ পায় ডেৰ লাখ! ভাৰতীয় সেনাৰ পদমৰ্যাদা অনুসৰি দৰমহা কোনে কিমান পায়?

‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

'কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!' কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.