• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? ‘মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

‘মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? ‘মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? ‘মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

editor by editor
April 29, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
‘মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? ‘মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী মোদীৰ ১০০ সংখ্যক ‘মন কি বাত’ ক লৈ দেশজুৰি চৰ্চা। প্রধানমন্ত্ৰীয়ে আগবঢ়োৱা এই ৰেডিঅ’ অনুষ্ঠানে দেশৰ প্ৰায় সকলো শ্ৰেণীৰ লোকেই শুনে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন (আইআইএমচি)য়ে প্ৰকাশ কৰা এক বিশেষ অধ্যয়নত দেখা গৈছে যে ৭৬% ভাৰতীয় সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’য়ে দেশবাসীৰ সৈতে প্ৰকৃত ভাৱৰ বিনিময়ত বিশেষ ভূমিকা পালন কৰে।

দেশত জ্ঞানৰ প্ৰসাৰ আৰু ‘দেশক লৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী’ এই দুটা গুৰুত্বপূৰ্ণ বিষয়ক লৈয়েই ‘মন কি বাত’ অনুষ্ঠানটো আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু যিসমূহ এলেকাত ৰেডিঅ’ সংযোগ নাই সেইসকল লোকে প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ শুনেনে? এই সন্দৰ্ভত বহুলোকেই সন্দীহান হৈ থকাৰ বাবেই এক সমীক্ষাও চলাইছিল। এই সমীক্ষাত পোৱা গৈছে যে, গ্ৰাম্যাঞ্চলৰ ৰেডিঅ’ নথকা লোকেও প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ শুনে। তেওঁলোকে আন মাধ্যমতকৈ ইউটিউবক ‘মন কি বাত’ শুনাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। দেশৰ ৭৬ শতাংশ লোকৰ ধাৰণা এয়ে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘মন কি বাত’ত গণতান্ত্ৰিক পদ্ধতিত সোমাই পৰে।

‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰা কোনটো বিষয়ে জনসাধাৰণক আটাইতকৈ বেছি প্ৰভাৱিত কৰে সেই বিষয়েই জানিবলৈ চেষ্টা কৰিছিল সমীক্ষাত থকা দলটোৱে। ইয়াৰ উত্তৰত, ৪০% উত্তৰদাতাই কৈছে যে, ‘মন কি বাত’ৰ পৰা শিক্ষামূলক বহু কথা তেওঁলোকে জানিব পাৰিছে। ইফালে ২৬ শতাংশই জনাইছে যে ‘মন কি বাত’ৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলৰ বিষয়ে দেশে জানিব পাৰিছে।

উল্লেখ্য যে ইয়াৰোপৰি ‘মন কি বাত’ত প্রধানমন্ত্ৰীয়ে কোৱা বিষয়সমূহ কেনেদৰে লয় জনতাই? বা কাৰ কাৰ সৈতে এই বিষয়টো শ্বেয়াৰ কৰে তাৰ ওপৰতো সমীক্ষা চলোৱা হৈছে। এই সমীক্ষাত ৩২ শতাংশই কৈছে যে, তেওঁলোকে মন কি বাতত প্রধানমন্ত্ৰীয়ে কোৱা প্ৰত্যেকটো কথাই পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰে। ইপিনে ২৯ শতাংশ লোকে এই বিষয়ে বন্ধু আৰু সহকৰ্মীৰ সৈতে আলোচনা কৰে। এই সমীক্ষাত পোৱা আন এক তথ্য হৈছে যে, ১২ শতাংশ লোকে ৰেডিঅ’ত, ১৫ শতাংশ লোকে টেলিভিছনত, ৩৭ শতাংশ লোকে ‘মন কি বাত’ ইণ্টাৰনেট প্লেটফৰ্মত শুনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
ABP C-Voterৰ সমীক্ষা, কৰ্ণাটকত এইবাৰ আহিব কংগ্ৰেছৰ চৰকাৰ

ABP C-Voterৰ সমীক্ষা, কৰ্ণাটকত এইবাৰ আহিব কংগ্ৰেছৰ চৰকাৰ

‘মন কী বাত’ৰ ১০০ খণ্ড! লোকেলৰ পৰা গ্লোবেল, মোদীৰ ‘মন কী বাত’ সম্প্ৰচাৰ হ’ল ১১ টা বিশেষ ভাষাত

‘মন কী বাত’ৰ ১০০ খণ্ড! লোকেলৰ পৰা গ্লোবেল, মোদীৰ ‘মন কী বাত’ সম্প্ৰচাৰ হ’ল ১১ টা বিশেষ ভাষাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.