• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মন কী বাত’ৰ ১০০ খণ্ড! লোকেলৰ পৰা গ্লোবেল, মোদীৰ ‘মন কী বাত’ সম্প্ৰচাৰ হ’ল ১১ টা বিশেষ ভাষাত

‘মন কী বাত’ৰ ১০০ খণ্ড! লোকেলৰ পৰা গ্লোবেল, মোদীৰ ‘মন কী বাত’ সম্প্ৰচাৰ হ’ল ১১ টা বিশেষ ভাষাত

3 years ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

52 minutes ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

1 hour ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

2 hours ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

2 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

3 hours ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

4 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

5 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

6 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

6 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

7 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

8 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘মন কী বাত’ৰ ১০০ খণ্ড! লোকেলৰ পৰা গ্লোবেল, মোদীৰ ‘মন কী বাত’ সম্প্ৰচাৰ হ’ল ১১ টা বিশেষ ভাষাত

editor by editor
April 30, 2023
in ভাৰত
0
‘মন কী বাত’ৰ ১০০ খণ্ড! লোকেলৰ পৰা গ্লোবেল, মোদীৰ ‘মন কী বাত’ সম্প্ৰচাৰ হ’ল ১১ টা বিশেষ ভাষাত
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যাত্ৰা আৰম্ভ হৈছিল ২০১৪ চনৰ ৩ এপ্ৰিলত৷ তাৰ পাছতেই এবছৰ দুবছৰকৈ পাৰ হৈ গ’ল প্ৰায় ৯ বছৰ৷ প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি সম্বোধন কৰে ‘মন কী বাত’ৰ৷ আজি অৰ্থাৎ ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিছে ১০০ সংখ্যক ‘মন কী বাত’ৰ৷ এই মুহূৰ্তটোক ঐতিহাসিক বুলিও প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ আজিৰ ‘মন কী বাত’ত মোদীয়ে সেইসকল লোকক সম্বোধন কৰিলে যিসকলে সমাজক বিশেষভাৱে সেৱা আগবঢ়াই আহিছে৷ শততম উপলক্ষে এইবাৰ বিশেষ চমকো দিছে প্ৰধানমন্ত্ৰীয়ে৷ এইবাৰেই প্ৰথম লোকেলৰ পৰা গ্লোবেল হৈছে প্রধানমন্ত্ৰীৰ মাহিলী ৰেডিঅ’ সম্প্ৰচাৰ৷ বিগত ৯ বছৰে মোদীৰ মন কি বাত সম্প্ৰচাৰিত হৈছিল ২২ টা ভাৰতীয় ভাষাত৷ আকাশবাণীৰ ৫০০ টাৰো অধিক কেন্দ্ৰত এই মন কী বাত সম্প্ৰচাৰিত হৈছিল৷ তাৎপৰ্যপূৰ্ণ কৰা এয়ে যে দেওবাৰে মোদীৰ ‘মন কী বাত’ শুনিলে দেশৰ বাহিৰৰো বহু লোকে৷ সূত্ৰৰ খবৰ অনুসৰি এইবাৰ মোদীৰ এই বিশেষ সম্প্ৰচাৰ শুনিছে ফান্স, চীন, ইন্দোনেছিয়া, তিব্বেত, বাৰ্মিজ, বেলুচিস্তান, আৰৱ, পাৰ্চীকে ধৰি মুঠ ১১ খন দেশৰ লোকে৷

ৰাষ্ট্ৰসংঘতো মোদীৰ মন কী বাতৰ সম্প্ৰচাৰ শুনা গৈছে৷ ইয়াৰোপৰি ৰাজ্যৰ প্ৰতিটো ৰাজভৱনৰ ৰাজ্যপালেও দুৰদৰ্শনৰ মাধ্যমেৰে শুনিছে মোদীৰ ‘মন কী বাত’৷ এইবাৰো বিজেপিৰ কৰ্মকৰ্তাসকলে দেশজুৰি ‘মন কী বাত’ শুনোৱাৰ ব্যৱস্থা কৰিছে৷ টি ভি, ৰেডিঅ’ত কাণ পাতিছে কেন্দ্ৰীয় মন্ত্ৰীসকলেও৷ পৃথিৱীজুৰি সম্প্ৰচাৰ হোৱা এই ‘মন কী বাত’ লৈ উঠিছে গ্লোবেল৷

উল্লেখ্য যে এইবাৰৰ ‘মন কী বাত’ৰ শততম পৰ্বত মোদীয়ে ‘স্বচ্ছ ভাৰত’, ‘আজাদি কা অমৃত মহোৎসৱ’ এই সমূহ প্ৰসংগ আলোচনা কৰা হৈছিল৷ ইয়াৰোপৰি এই অনুষ্ঠানত মোদীয়ে কয় ‘মন কী বাত এতিয়া দেশৰ কোটি কোটি মানুহৰ মনৰ কথা হৈ পৰিছে৷’ দেশৰ মুঠ জনসংখ্যাৰ ভিতৰত ৯৬ শতাংশ লোকেই এই অনুষ্ঠানৰ সম্যক জ্ঞান ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
Next Post
প্রধানমন্ত্ৰী মোদীয়ে কিয় ঘৰ এৰি ওলাই আহিছিল? ১০০ সংখ্যক ‘মন কী বাত’ত খুলি ক’লে প্ৰধানমন্ত্ৰীয়ে?

প্রধানমন্ত্ৰী মোদীয়ে কিয় ঘৰ এৰি ওলাই আহিছিল? ১০০ সংখ্যক ‘মন কী বাত’ত খুলি ক’লে প্ৰধানমন্ত্ৰীয়ে?

গৰ্ভপাতৰ বাবে চিকিৎসালয়লৈ যাব নালাগে! টেবলেট খায়েই গৰ্ভপাত কৰিব পাৰিব, কোন কোন দেশত জাৰি হ’ল এই আইন?

গৰ্ভপাতৰ বাবে চিকিৎসালয়লৈ যাব নালাগে! টেবলেট খায়েই গৰ্ভপাত কৰিব পাৰিব, কোন কোন দেশত জাৰি হ’ল এই আইন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.