• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰী ডাঙৰ মামা, মন্ত্ৰী জয়ন্ত মল্ল সৰু মামা! জুবিন গাৰ্গৰ ৯৯ টা গীত মুখস্থ ৰখা কোন এই লটিফুল?

মুখ্যমন্ত্ৰী ডাঙৰ মামা, মন্ত্ৰী জয়ন্ত মল্ল সৰু মামা! জুবিন গাৰ্গৰ ৯৯ টা গীত মুখস্থ ৰখা কোন এই লটিফুল?

3 years ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

12 minutes ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

1 hour ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

2 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

11 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

12 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

13 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

14 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

14 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

15 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰী ডাঙৰ মামা, মন্ত্ৰী জয়ন্ত মল্ল সৰু মামা! জুবিন গাৰ্গৰ ৯৯ টা গীত মুখস্থ ৰখা কোন এই লটিফুল?

editor by editor
May 5, 2023
in অসম, বিবিধ, সংগীত
0
মুখ্যমন্ত্ৰী ডাঙৰ মামা, মন্ত্ৰী জয়ন্ত মল্ল সৰু মামা! জুবিন গাৰ্গৰ ৯৯ টা গীত মুখস্থ ৰখা কোন এই লটিফুল?
0
SHARES
437
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জুবিন গাৰ্গৰ অনুৰাগী তেওঁ। এটা দুটা নহয়, জুবিন গাৰ্গৰ ৯৯ টা গীত মুখস্ত লটিফুলৰ। নলবাৰীৰ দৃষ্টিহীন যুৱক লটিফুলৰ এটাই হেঁপাহ, জুবিন গাৰ্গৰ সৈতে একেলগে একেখন মঞ্চত গীত পৰিবেশন কৰা। ২৭ বছৰীয়া যুৱক লটিফুলে মোবাইল আৰু ৰেডিঅ’ত গীত শুনিয়েই জুবিন গাৰ্গৰ ৯৯ টা জনপ্ৰিয় গীত মনত ৰাখিছে।

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক ডাঙৰ মামা আৰু নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক সৰুমামা বুলিও মানি আহিছে লটিফুলে। নলবাৰী জিলাৰ ঘাগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাৰপাৰা গাঁওৰ এগৰাকী শাৰীৰিকভাৱে অক্ষম প্ৰতিভাবান যুৱক লটিফুল। পিতৃ ৰহমান আলী আৰু মাতৃ চুৰিয়া বেগমৰ সন্তান লটিফুল বসন্ত জনিত কাৰণত জন্মৰ ১৫ দিন পিছৰ পৰা দুই চকুৰে নেদেখা হৈ পৰে। সেইসময়ত পৰিয়ালে বিভিন্ন ঠাইত চিকিৎসা কৰিছিল যদিও লটিফুলে দৃষ্টিশক্তি পুনৰ ঘুৰাই নাপালে।

দৃষ্টিহীন লটিফুলে সৰুৰে পৰা গীত গাই ভাল পাই। অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক ভালপাই লটিফুলে। ৰেডিঅ’ আৰু মোবাইলত শুনি শুনি মুখস্থ কৰিছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তথা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৯৯ টাকৈ গীত। এবাৰ জুবিন গাৰ্গক কাষৰ পৰা চুই চোৱাৰো হেঁপাহ লটিফুলৰ। লটিফুলে কোৱা মতে যদি জুবিন গাৰ্গে তেওঁক অকণমান সহায় কৰি তেওঁৰ লগত একেখন মঞ্চত গীত পৰিৱেশনৰ সুবিধা কৰি দিয়ে তেওঁ অত্যন্ত সুখী হব। কিন্তু দুখ আৰু পৰিতাপৰ কথা এই যে শাৰীৰিক ভাৱে অক্ষম লটিফুলে আজিও কোনো চৰকাৰী বিকলাংগ আঁচনি লাভ নকৰিলে।

লটিফুলে মাহিলী যি দিব্যাংগ পেঞ্চন ১০০০ টকাকৈ লাভ কৰে সেই ধনেৰেই পত্নী আৰু পৰিয়াল চলাত অসুবিধা হোৱাৰ কথাও প্ৰকাশ কৰিছে লটিফুলে। শাৰীৰিক ভাৱে অক্ষম লটিফুলে বৰ্তমানলৈ লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহও। লটিফুলে সংবাদমাধ্যমৰ আগত কয় যে, কোনোৱে যদি লটিফুলক গীত গাবলৈ মাতিব বিচাৰে তেন্তে 8134852301 নম্বৰত যোগাযোগ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
Next Post
লণ্ডনত ব্ৰিটেইনৰ ৰজাৰ অভিষেক! ৰজা-ৰাণীৰ পোছাক তৈয়াৰ কৰিছে হুগলী নদীৰ পাৰৰ এগৰাকী যুৱতীয়ে, লণ্ডনৰ পৰিসীমা নেদেখা প্ৰিয়ংকাক কেনেকৈ যোগাযোগ কৰিছিল ৰাজপৰিয়ালে?

লণ্ডনত ব্ৰিটেইনৰ ৰজাৰ অভিষেক! ৰজা-ৰাণীৰ পোছাক তৈয়াৰ কৰিছে হুগলী নদীৰ পাৰৰ এগৰাকী যুৱতীয়ে, লণ্ডনৰ পৰিসীমা নেদেখা প্ৰিয়ংকাক কেনেকৈ যোগাযোগ কৰিছিল ৰাজপৰিয়ালে?

এয়াই প্ৰথম নহয়! পূৰ্বৰো কেইবাটাও শিশু নিৰ্যাতনৰ অভিযোগ আছে চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে, বৰ্তমানো পলাতক ডাঃ সংগীতা দত্ত

এয়াই প্ৰথম নহয়! পূৰ্বৰো কেইবাটাও শিশু নিৰ্যাতনৰ অভিযোগ আছে চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে, বৰ্তমানো পলাতক ডাঃ সংগীতা দত্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.