• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষী বিষয়াৰ এটা ভাইৰেল পোষ্ট, ‘তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, সিঁহতে তেতিয়া পুৱা উঠি দৌৰিবলৈ গৈছিল…’ কিয় চৰ্চা লাভ কৰিছে পোষ্টটোৱে?

3 years ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

23 minutes ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

1 hour ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

4 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

5 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

7 hours ago

18 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

19 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

20 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আৰক্ষী বিষয়াৰ এটা ভাইৰেল পোষ্ট, ‘তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, সিঁহতে তেতিয়া পুৱা উঠি দৌৰিবলৈ গৈছিল…’ কিয় চৰ্চা লাভ কৰিছে পোষ্টটোৱে?

editor by editor
May 10, 2023
in অসম, জীৱনশৈলী
0
আৰক্ষী বিষয়াৰ এটা ভাইৰেল পোষ্ট, ‘তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, সিঁহতে তেতিয়া পুৱা উঠি দৌৰিবলৈ গৈছিল…’ কিয় চৰ্চা লাভ কৰিছে পোষ্টটোৱে?
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰক্ষী বিষয়া বিক্ৰম বৰুৱা এতিয়া ছচিয়েল মিডিয়াৰ ভাইৰেল নাম৷ আৰক্ষী উপপৰিদৰ্শক হিচাপে থকা বিক্ৰম বৰুৱাই দিছিল এটা বিশেষ ফোছবুক পোষ্ট৷ পোষ্টটো দিয়া মাত্ৰকেই কেইবাহাজাৰো ভিউজ৷ সামাজিক মাধ্যমত বহুজনেই আজিকালি ৰীলছ বনাই৷ সেই ৰীলছ বনোৱা ব্যক্তিসকলক উদ্দেশ্যিয়েই পোষ্টটো শ্বেয়াৰ কৰিছে আৰক্ষী উপপৰিদৰ্শক বিক্ৰম বৰুৱাই৷

আৰক্ষী বিক্ৰম বৰুৱাই লিখিছে, ‘সিহঁতে যেতিয়া ৰাতি ৰাতি পঢ়ি আছিল৷ তেতিয়া তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, meme share কৰি আছিলা, বাবু সোনা কৰি আছিলা। সিহঁতে যেতিয়া পুৱা 4-5 বজাত উঠি দৌৰিব গৈছিল তেতিয়া তুমি 10-11 লৈকে শুই আছিলা। যেতিয়া সিহঁতে চাকৰি পাইছে তুমি কোৱা পইচা দিলেহে চাকৰি পাই। New trend বুলি আল-বাল ৰীল daily তুমি বনাবা আৰু সেই কম বয়সীয়া ডেকা-গাভৰু পুলিচ/ফৰেষ্ট অফিচাৰ বোৰে যেতিয়া ইউনিফৰ্ম যোৰ earn/deserve কৰি ৰীল বনাব তুমি ট্ৰল কৰিবা “ৰীল বনাবলে হে ইউনিফৰ্ম পিন্ধিছে” Hypocrisy ki bhi Sema hoti hain.’

এই লেখাখিনিক বহুতেই সমৰ্থন জনোৱাৰ বিপৰীতে একাংশই কিন্তু এতিয়াও আপত্তি দৰ্শাই থকা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

December 17, 2025
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
Next Post
কথা মতেই কাম! কেতিয়াবা যদি কঠোৰ কেতিয়াবা সকলোৰে আদৰৰ মোমাইদেউ… হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ, মুখ্যমন্ত্ৰীগৰাকী ডাইনেমিক কিয়? উত্তৰ দিছে সাধাৰণ জনতাই…

বিবাহৰ পিছত এগৰাকী নাৰী কিয় স্বামীগৃহলৈ যাব লগা হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন