• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব নিষিদ্ধ কৰা বিজেপি মন্ত্ৰী পৰাজিত! হিজাব পৰিধান কৰা কংগ্ৰেছ প্ৰাৰ্থীৰ জয়

হিজাব নিষিদ্ধ কৰা বিজেপি মন্ত্ৰী পৰাজিত! হিজাব পৰিধান কৰা কংগ্ৰেছ প্ৰাৰ্থীৰ জয়

3 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

19 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

50 minutes ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

3 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

3 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

4 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

4 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

5 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

6 hours ago
বৈপৰীত্য

বৈপৰীত্য

7 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

8 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হিজাব নিষিদ্ধ কৰা বিজেপি মন্ত্ৰী পৰাজিত! হিজাব পৰিধান কৰা কংগ্ৰেছ প্ৰাৰ্থীৰ জয়

editor by editor
May 13, 2023
in ভাৰত, ৰাজনীতি
0
হিজাব নিষিদ্ধ কৰা বিজেপি মন্ত্ৰী পৰাজিত! হিজাব পৰিধান কৰা কংগ্ৰেছ প্ৰাৰ্থীৰ জয়
0
SHARES
751
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
কৰ্ণাটকৰ নিৰ্বাচনত দুগৰাকী প্ৰাৰ্থীক লৈ চলিছিল চৰ্চা
এজনে নিষিদ্ধ কৰিছিল হিজাব
আৰু আনজনে সমৰ্থন কৰিছিল হিজাবৰ
কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰিছিল শিক্ষামন্ত্ৰী বি চি নাগেশে
কিন্তু এইবাৰ হিজাব নিষিদ্ধ কৰা বিজেপি প্ৰাৰ্থী বি চি নাগেশ পৰাস্ত হ’ল
টিপটুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হাতত পৰাস্ত হ’ল শিক্ষামন্ত্ৰীগৰাকী
ইফালে হিজাব পিন্ধা এগৰাকী প্ৰাৰ্থীক লৈ চলিছিল চৰ্চা
কংগ্ৰেছৰ পৰা টিকট দিয়া হৈছিল কানীজ ফাতিমাক
গুলবাৰ্গা উত্তৰ সমষ্টিৰ পৰা জয়লাভ কৰিলে কানীজ ফাতিমাই
হিজাবৰ সমৰ্থনত বিভিন্ন আন্দোলনো কৰিছিল ফাতিমাই
বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি উজলি উঠিল কানীজ ফাতিমা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

September 27, 2026
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’
অপৰাধ

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

September 27, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
Next Post
৭মাহৰ ভিতৰতেই ৪ ৰাজ্যৰ নিৰ্বাচনত পৰাজয় বিজেপিৰ! খড়্গেৰ সাফল্য নে নাড্ডাৰ দুৰ্বলতা, সবিশেষ…

৭মাহৰ ভিতৰতেই ৪ ৰাজ্যৰ নিৰ্বাচনত পৰাজয় বিজেপিৰ! খড়্গেৰ সাফল্য নে নাড্ডাৰ দুৰ্বলতা, সবিশেষ...

কোটি কোটি টকাৰ সম্পত্তি! শিৱকুমাৰ নে চিদ্দাৰামাইয়া? মুখ্যমন্ত্ৰীৰ দৌৰত কোন আগত?

কোটি কোটি টকাৰ সম্পত্তি! শিৱকুমাৰ নে চিদ্দাৰামাইয়া? মুখ্যমন্ত্ৰীৰ দৌৰত কোন আগত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.