• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭মাহৰ ভিতৰতেই ৪ ৰাজ্যৰ নিৰ্বাচনত পৰাজয় বিজেপিৰ! খড়্গেৰ সাফল্য নে নাড্ডাৰ দুৰ্বলতা, সবিশেষ…

৭মাহৰ ভিতৰতেই ৪ ৰাজ্যৰ নিৰ্বাচনত পৰাজয় বিজেপিৰ! খড়্গেৰ সাফল্য নে নাড্ডাৰ দুৰ্বলতা, সবিশেষ…

3 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

4 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

4 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

6 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

6 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

6 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

7 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

7 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

8 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

9 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

10 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৭মাহৰ ভিতৰতেই ৪ ৰাজ্যৰ নিৰ্বাচনত পৰাজয় বিজেপিৰ! খড়্গেৰ সাফল্য নে নাড্ডাৰ দুৰ্বলতা, সবিশেষ…

editor by editor
May 13, 2023
in ভাৰত, ৰাজনীতি
0
৭মাহৰ ভিতৰতেই ৪ ৰাজ্যৰ নিৰ্বাচনত পৰাজয় বিজেপিৰ! খড়্গেৰ সাফল্য নে নাড্ডাৰ দুৰ্বলতা, সবিশেষ…
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিমাচলৰ পাছতেই দক্ষিণত থকা একমাত্ৰ দূৰ্গ কৰ্ণাটকতো বিজেপিৰ পৰাজয়৷ গেৰুৱা শিবিৰত খহনীয়া যেন আৰম্ভ হৈছে৷ বিগত ৭ মাহত অনুষ্ঠিত নিৰ্বাচনত এটাতো ভাল ফলাফল দেখুৱাব পৰা নাই বিজেপি দলে৷ বিগত আঢ়ৈ বছৰ ধৰি ৬ ৰাজ্যত বিজেপিৰ শোচনীয় পৰাজয় হৈছে৷ এই পৰাজয়ৰ পাছতেই স্বাভাৱিকভৱেই চাপ পৰিছে বিজেপি দলৰ সভাপতি জেপি নাড্ডাৰ ওপৰত৷ আনহাতে কংগ্ৰেছৰ সভাপতি হৈয়েই মল্লিকাৰ্জূন খড়্গে দললৈ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে৷

বিগত ছেপ্টেম্বৰ মাহৰ পৰা অনুষ্ঠিত নিৰ্বাচনসমূহ হৈছে মেঘালয়, দিল্লী(পৌৰনিগম), হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ নিৰ্বাচন৷ এইসমূহৰ ভিতৰত কেৱল মেঘালয়ত হে বিজেপিয়ে শাসনৰ গাদী দখল কৰে৷ গুজৰাট নিৰ্বাচনত কিন্তু প্ৰধানমন্ত্ৰী মোদীৰেই যাদু চলিল৷ অৰুণাচল আৰু ত্ৰিপুৰাত বিজেপিয়েই জয়লাভ কৰিলে৷ কাহিনী তাতেই শেষ নহয়৷ ২০২১ চনৰ পাছত পশ্চিমবংগ, দিল্লী, তামিলনাডু, কেৰালা, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত গেৰুৱা শিবিৰে পৰাজয়ৰ সন্মুখীন হৈছে৷

মল্লিকাৰ্জূন খড়্গে দায়িত্ব লোৱাৰ পাছতেই কংগ্ৰেছৰ ভিতৰচৰাতো বহু পৰিবৰ্তন আহিছে৷ ২০১৪ চনৰ পাছত এটাৰ পাছত আনটো পৰাজয়ৰ গ্লানি কঢ়িয়াব লগা হৈছিল কংগ্ৰেছে৷ সেই পৰাজয়ৰ ছবি এতিয়া সলনি হৈছে৷ বিগত দুমাহৰ ভিতৰত কংগ্ৰেছে অনা পৰিবৰ্তন সকলোৰে চকুত পৰিছে৷ বিগত ৭ মাহত বিজেপিৰ সৈতে নেক-টু-নেক ফাইট কৰিছে কংগ্ৰেছে৷ দুখন ৰাজ্য বিজেপিৰ হাতৰ পৰা আজুৰি অনাত সফল হৈছে কংগ্ৰেছ দল৷ চলিত বছৰতেই আৰু কেইবাখনো ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা৷ ৰাজস্থান, ছত্তিশগড়, মধ্যপ্ৰদেশ. তেলেংগানা, মিজোৰামত নিৰ্বাচনৰ সম্ভাৱনা৷

উল্লেখ্য যে আজিৰ নিৰ্বাচনী ফলাফলত বিজেপিৰ পৰাজয়ৰ পাছতেই নতুন দিল্লীস্থিত দীনদয়াল উপাধ্যায় মাৰ্গত দেখা গৈছে নিস্তব্ধতা৷ বিজেপিৰ কাৰ্যালয়ত শ্মশানৰ নীৰৱতা অহাৰ বিপৰীতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দেখা গৈছে আনন্দমূখৰ পৰিবেশ৷ ইফালে বিজেপিৰ ভিতৰচৰাত সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা আৰু সাধাৰণ সম্পাদক বিএল সন্তোষৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷ বহুতেই এতিয়া মন্তব্য কৰিছে যে বিজেপিৰ সভাপতিৰ দূৰ্বল পাৰফৰ্মেঞ্চৰ বাবেই কংগ্ৰেছৰ উত্থান আৰম্ভ হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি
ভাৰত

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

October 12, 2026
Next Post
কোটি কোটি টকাৰ সম্পত্তি! শিৱকুমাৰ নে চিদ্দাৰামাইয়া? মুখ্যমন্ত্ৰীৰ দৌৰত কোন আগত?

কোটি কোটি টকাৰ সম্পত্তি! শিৱকুমাৰ নে চিদ্দাৰামাইয়া? মুখ্যমন্ত্ৰীৰ দৌৰত কোন আগত?

ছোৱালীজনী ৩০ হাজাৰ, লৰাটো ১০ হাজাৰ! সংগীতা দত্তই ৫০ হাজাৰ টকাত ক্ৰয় কৰা শিশুদুটি যমজ নহয়

ছোৱালীজনী ৩০ হাজাৰ, লৰাটো ১০ হাজাৰ! সংগীতা দত্তই ৫০ হাজাৰ টকাত ক্ৰয় কৰা শিশুদুটি যমজ নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.