• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮০০ টন সোণ সঞ্চয় কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে! ক’ত এই সোণসমূহ থৈছে ৰিজাৰ্ভ বেংকে? কিয় হঠাতেই সোণ সঞ্চয় বৃদ্ধি কৰিছে আৰবিআইয়ে?

৮০০ টন সোণ সঞ্চয় কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে! ক’ত এই সোণসমূহ থৈছে ৰিজাৰ্ভ বেংকে? কিয় হঠাতেই সোণ সঞ্চয় বৃদ্ধি কৰিছে আৰবিআইয়ে?

3 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

38 minutes ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

2 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

2 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

3 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

4 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

4 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

5 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

7 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৮০০ টন সোণ সঞ্চয় কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে! ক’ত এই সোণসমূহ থৈছে ৰিজাৰ্ভ বেংকে? কিয় হঠাতেই সোণ সঞ্চয় বৃদ্ধি কৰিছে আৰবিআইয়ে?

editor by editor
May 15, 2023
in ভাৰত, লেখা
0
৮০০ টন সোণ সঞ্চয় কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে! ক’ত এই সোণসমূহ থৈছে ৰিজাৰ্ভ বেংকে? কিয় হঠাতেই সোণ সঞ্চয় বৃদ্ধি কৰিছে আৰবিআইয়ে?
0
SHARES
595
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কোনো এখন দেশৰ শ্ৰীবৃদ্ধি নিৰ্ভৰ কৰে সঞ্চিত বৈদেশিক মুদ্ৰাৰ ওপৰত। দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ যিখন দেশত বেছি সেই দেশেই অৰ্থনৈতিকভাৱে শক্তিশালী। বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰেই আন্তৰ্জাতিক বজাৰত কোনো এখন দেশৰ দৰ বৃদ্ধি কৰে। এই সঞ্চয়ৰ ভিত্তিতেই নিৰ্ধাৰিত হয় এখন দেশৰ ব্যৱসায়িক প্ৰতিপত্তি। ভাৰতৰ যাৱতীয় বৈদেশিক মুদ্ৰা সঞ্চিত হৈ আছে কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকত। এই সঞ্চয়ৰ উঠানমা প্ৰতিনিয়ত আৰবিআইৰ চৰকাৰী ৱেবচাইটত তুলি ধৰা হয়। আৰবিআইৰ ৱেবচাইটত শেহতীয়াকৈ প্ৰকাশ পোৱা অনুযায়ী বৰ্তমান ভাৰতৰ মুঠ সঞ্চিত বৈদেশিক মুদ্ৰাৰ পৰিমান ৪৮ লাখ ১৮ হাজাৰ ৪৫৭কোটি টকা। যাৰ অধিকাংশই হৈছে ডলাৰ। ডলাৰৰ ওপৰিও বিভিন্ন দেশৰ মুদ্ৰা সঞ্চিত হৈ আছে ভাৰতীয় ৰিজাৰ্ভ বেংকত। কেৱল মুদ্ৰাই নহয়, আৰবিআইত বৈদেশিক মুদ্ৰা হিচাপে সোনো সঞ্চয় কৰা হয়। আৰবিআইৰ পৰিসংখ্যা অনুযায়ী, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ এইপৰ্যন্ত আছে ৭৯৪.৬৪ মেট্ৰিক টন। বিগত বৰ্ষৰ তুলনাত এইবাৰ বৈদেশিক মুদ্ৰাৰ সঞ্চয়ৰ পৰিমান ৫ শতাংশ বৃদ্ধি পাইছে। ২০২১-২২ বৰ্ষৰ ভাৰতৰ বৈদেশিক মুদ্ৰাৰ সঞ্চয়ৰ পৰিমান আছিল ৭৬০.৪২ মেট্ৰিক টন। পৰিকল্পনামতেই ৰিজাৰ্ভ বেংকে সোনৰ সঞ্চয়ৰ পৰিমান বৃদ্ধি কৰিছে। কেৱল ভাৰততেই নহয় সোন সঞ্চয়ৰ এই নীতি একাধিক দেশতেই আছে। স্বৰ্ণসঞ্চয়ত ভাৰতেই সেয়ে বিশেষভাৱে জোৰ দিছে। ডলাৰতকৈ সোন সঞ্চয় অধিক নিৰাপদ জ্ঞান কৰিছে ৰিজাৰ্ভ বেংকে।

বৰ্তমান ডলাৰ প্ৰায় দেশতেই এলাগী হোৱাৰ আঁৰত আছে আমেৰিকাৰ বিভিন্ন নীতি। আমেৰিকাই হঠাতেই যদি কোনো দেশৰ ওপৰত বাণিজ্যিক নিষেধাজ্ঞা জাৰি কৰে তেন্তে সেই দেশৰ হাতত সঞ্চিত ডলাৰ অৰ্থহীন হৈ পৰিব। কুটনৈতিক সম্পৰ্কত অকণমান হেৰফেৰ হ’লেই ডলাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। ডলাৰ যিহেতু আমেৰিকাৰ হাততেই সেয়ে ইচ্ছা কৰিলেই ডলাৰৰ মূল্য ইচ্ছা কৰিয়েই সালসলনিও কৰিব পাৰে। ফলত বিগত কেইবাবছৰ ধৰি ডলাৰক লৈ অনিশ্চয়তাই দেখা দিছে। এই দিশসমূহৰ বাবেই ডলাৰৰ পৰিবৰ্তে সোন সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰোপৰি সোণ সঞ্চয় কৰাৰ আৰু এক লাভ হৈছে মুদ্ৰাৰ দামৰ ওপৰত সোণৰ মূল্য নিৰ্ভৰ নকৰে। আন্তৰ্জাতিক বজাৰত চাহিদা আৰু আৰু যোগানৰ ওপৰত সোনৰ মূল্য নিৰ্ভৰ কৰে। দামৰ উঠা নমাও সেই অনুসৰিয়েই হয়। আৰবিআইৰ ওচৰত সঞ্চিত হৈ থকা ৮০০ টন সোনৰ মূল্য ৩৪ লাখ ৭৩ হাজাৰ ৬৪৮ কোটি টকা। সোনৰ সঞ্চয় আৰু বৃদ্ধি আৰু বঢ়াব খুজিছে কেন্দ্ৰীয় বেংকে। ২০২২-২৩ বৰ্ষত আৰবিআইয়ে মুঠ ৩৪.২২ টন সোন। ইয়াৰ পূৰ্বেও ২০২১-২২ বৰ্ষত ৬৫.১১ টন সোন কিনিছে ৰিজাৰ্ভ বেংকে।

উল্লেখ্য ভাৰতীয় ৰিজাৰ্ভ বেংকে সঞ্চয় কৰা সোণ ইংলেণ্ড আৰু ছুইজাৰলেণ্ড বেংক অৱ ইণ্টাৰনেছনেল ছেটেলমেণ্টত সংগৃহীত হৈ আছে। আৰবিআইয়ে সঞ্চয় কৰা মুঠ সোণৰ ৩০১.১০ টন ভাৰততেই আছে। ভাৰতৰ বিভিন্ন বেংকত এই সোণ জমা কৰি ৰাখিছে কেন্দ্ৰীয় বেংকে। ইয়াৰোপৰি এক পৰিসংখ্যাই কোৱা অনুসৰি ২০০২ চনৰ পৰা ২০১৯ চনলৈ চীনেও বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত মুঠ ১ হাজাৰ ৪৪৮ টন সোণ সঞ্চয় কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
বজৰং বিতৰ্ক! মল্লিকাৰ্জূন খড়্গেক তলব আদালতৰ, কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

বজৰং বিতৰ্ক! মল্লিকাৰ্জূন খড়্গেক তলব আদালতৰ, কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

 কোনে কয়, একেলগে থকাৰ নামেই হল প্ৰেম। প্ৰেম হবলৈ কাষত নাথাকিলেও হ’ব। প্ৰেম হ’বলৈ মনৰ মাজত থকাৰহে প্ৰয়োজন। এনে প্ৰেমেই আছিল পম্পী আৰু নিহাৰৰ মাজত। প্ৰেমৰ অনুভৱ ব্যক্ত কৰি পম্পীয়ে লিখিছিল…

 কোনে কয়, একেলগে থকাৰ নামেই হল প্ৰেম। প্ৰেম হবলৈ কাষত নাথাকিলেও হ'ব। প্ৰেম হ'বলৈ মনৰ মাজত থকাৰহে প্ৰয়োজন। এনে প্ৰেমেই আছিল পম্পী আৰু নিহাৰৰ মাজত। প্ৰেমৰ অনুভৱ ব্যক্ত কৰি পম্পীয়ে লিখিছিল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.