• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুদীৰ্ঘ ৯ বছৰৰ অন্তত দোষমুক্ত হ’ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ দীপমণি শইকীয়া

সুদীৰ্ঘ ৯ বছৰৰ অন্তত দোষমুক্ত হ’ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ দীপমণি শইকীয়া

3 years ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

27 minutes ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

6 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

7 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

8 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

9 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সুদীৰ্ঘ ৯ বছৰৰ অন্তত দোষমুক্ত হ’ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ দীপমণি শইকীয়া

editor by editor
May 17, 2023
in অসম, বিবিধ
0
সুদীৰ্ঘ ৯ বছৰৰ অন্তত দোষমুক্ত হ’ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ দীপমণি শইকীয়া
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ  অসম মেডিকেল কলেজৰ ডাঃ সৰিতা তচনিৱালৰ হত্যাকাণ্ড গোচৰৰ ৰায়দান ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশ আদালতৰ। ৯ বছৰৰ পাছত আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ সৰিতা তচনিৱালৰ চাঞ্চল্যকৰ ধৰ্ষণসহ হত্যাৰ কাণ্ডৰ চূড়ান্ত ৰায়দান। গোচৰটোৱে ৯ বছৰৰ পিছত আজি ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতত ন্যায় লাভ কৰাৰ সম্ভাৱনা আছে। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৃশংসভাবে হত্যা কৰা হৈছিল ডাঃ সৰিতা তচনিৱালক।

অভিযোগমতে বিগত ২০১৪ চনৰ ৯ মে’ৰ পুৱতি নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আইচিইউত কৰ্তব্যৰত অৱস্থাত মেডিকেলৰে চিকিৎসক ডাঃ দীপমণি শইাকীয়া আৰু ৱাৰ্ড বয় কিৰু মেচে নৃশংসভাৱে হত্যা কৰিছিল ডাঃ সৰিতাক তচনিৱালক।

এই শিহৰণকাৰী তথা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল ৰাজ্যৰ লগতে সমগ্র দেশ। প্রতিবাদত উত্তাল হৈ পৰিছিল সমগ্ৰ অসম। অভিযুক্তৰ ফাঁচীৰ দাবীত ক্ষোভৰ দাবানলে কঁপাই তুলিছিল ৰাজ্যৰ চৌদিশ। ঐতিহাসিক অসম মেডিকেল কলেজৰ প্ৰসূতি বিভাগতেই সংঘটিত হৈছিল ৯ বছৰৰ পূৰ্বে সেই লোমহর্ষক হত্যাকাণ্ডৰ।

সেই সময়ত ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত ৩৭০/১৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছিল। উক্ত হত্যাকাণ্ডৰ বাবে মেডিকেলৰে চিকিৎসক ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেছক প্রধান অভিযুক্ত হিচাপে চিনাক্ত কৰি তেতিয়াই হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত দুয়ো জামিন লাভ কৰিছিল৷

সুদীর্ঘকাল ৯ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ দুয়োপক্ষৰ শুনানি, বাদ-বিবাদ, মোকদ্দমাৰ পাছত সেই গোচৰৰ ৰায়দান ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতে ১২ মে’ত চূড়ান্ত ৰায়দান দিয়ে। ৰায়দানত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে আদালতে। আনহাতে ঘটনাৰ আন এক অভিযুক্ত ৱাৰ্ড বয়, কিৰু মেছক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে আদালতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
Next Post
কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

আৰক্ষীয়ে কৈছে, ‘কেৱল মনোৰঞ্জনৰ বাবেই এই ভিডিঅ’ কৰা হৈছিল’, নতুন আপডেট, মূল অভিযুক্ত যুৱতীয়েই নহয় আঁৰত আছে অন্য এজন ব্যক্তি

আৰক্ষীয়ে কৈছে, ‘কেৱল মনোৰঞ্জনৰ বাবেই এই ভিডিঅ’ কৰা হৈছিল’, নতুন আপডেট, মূল অভিযুক্ত যুৱতীয়েই নহয় আঁৰত আছে অন্য এজন ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.