• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

3 years ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

28 minutes ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

6 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

7 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

8 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

9 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

editor by editor
May 17, 2023
in ভাৰত, ৰাজনীতি
0
কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটকৰ নতুন বিধায়কসকলৰ মাজত ৯৭ শতাংশই কোটিপতি। ইয়াৰোপৰি নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ ৫৫ শতাংশৰ বিৰুদ্ধেই আছে অপৰাধৰ গোচৰ। এছচিয়েছন অৱ ডেমক্ৰেটিক ৰিফৰ্মছৰ এক সমীক্ষাত প্ৰকাশ হৈছে এই তথ্য। এই তথ্য প্ৰকাশ হোৱাৰ পাছতেই একাংশই মত প্ৰকাশ কৰিছে যে বিজেপি আৰু কংগ্ৰেছৰ বিধায়কৰ মাজত বিশেষ পাৰ্থক্য নাই।

কোটিপতি বিধায়কৰ তালিকাত তৃতীয়স্থানত আছে কৰ্ণাটকৰ ৰাজনৈতিক দল জেডিএছ। নিৰ্বাচনী আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এজন প্ৰাৰ্থীয়ে তেওঁৰ শিক্ষাগত অৰ্হতা, সম্পত্তি আদিৰ বিষয়ে সমূহ তথ্য দাখিল কৰিব লাগে। এই তথ্যৰ ওপৰত ভিত্তি কৰিয়েই এডিআৰে এই ৰিপৰ্ট প্ৰকাশ কৰিছে। ৰিপৰ্টত প্ৰকাশ পোৱা অনুযায়ী ৰাজ্যখনৰ ২২৩ জন বিধায়কৰ ২১৭ জনেই কোটিপতি।

জয়ী বিধায়কসকলৰ গড় সম্পত্তি ২০১৮ চনলৈ আছিল ৩৪.৫৯ কোটি। ২০২৩ চনত সেই পৰিমান বৃদ্ধি হৈ হৈছেগৈ ৬৪ কোটি। কংগ্ৰেছৰ ১৩৫ জন বিধায়কৰ ১৩৪ জনৰ তথ্য পৰীক্ষা কৰা হৈছে। এই তথ্যত প্ৰকাশ পোৱামতে ১৩৪ জনৰ ১৩২ জনেই কোটিপতি। আনহাতে বিজেপিৰ ৬৬ জন বিধায়কৰ ৬৩ জনেই কোটিপতি। জেডিএছৰ ১৯ জন বিধায়কৰ ১৮ জনেই কোটিপতি। নতুন বিধায়কৰ মাজত মাত্ৰ দুজনৰ সম্পত্তি ৫০ লাখতকৈ কম। সম্পত্তিৰ তালিকাত আগবাঢ়ি আছে মুখ্যমন্ত্ৰীৰ দৌৰত চামিল হৈ থকা ডি কে শিৱকুমাৰ। তেওঁৰ ঘোষিত সম্পত্তিৰ মুঠ পৰিমান হৈছে ১,৪১৩ কোটি টকা।

উল্লেখ্য যে এডি আৰৰ ৰিপৰ্টত প্ৰকাশ পোৱামতে নতুন বিধায়কৰ মাজত এক তৃতীয়াংশৰ বিৰুদ্ধেই আছে গুৰুতৰ অপৰাধৰ গোচৰ। কংগ্ৰেছ বিধায়কৰ মাজত ৩০ শতাংশৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ। বিজেপিৰ ক্ষেত্ৰত ৩৫ শতাংশৰ বিৰুদ্ধে আছে এই গোচৰ আৰু জেডিএছৰ ক্ষেত্ৰত ৩৭ শতাংশৰ ওপৰত আছে অপৰাধৰ গোচৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

October 9, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
Next Post
আৰক্ষীয়ে কৈছে, ‘কেৱল মনোৰঞ্জনৰ বাবেই এই ভিডিঅ’ কৰা হৈছিল’, নতুন আপডেট, মূল অভিযুক্ত যুৱতীয়েই নহয় আঁৰত আছে অন্য এজন ব্যক্তি

আৰক্ষীয়ে কৈছে, ‘কেৱল মনোৰঞ্জনৰ বাবেই এই ভিডিঅ’ কৰা হৈছিল’, নতুন আপডেট, মূল অভিযুক্ত যুৱতীয়েই নহয় আঁৰত আছে অন্য এজন ব্যক্তি

মণিপুৰত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ দায়িত্ব, প্ৰশাসনে চকু বন্ধ ৰাখিলে নহ’ব, উচ্চতম ন্যায়ালয়ে মণিপুৰ কাণ্ডক লৈ ৰিপোৰ্ট বিচাৰিলে ৰাজ্য চৰকাৰক

মণিপুৰত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ দায়িত্ব, প্ৰশাসনে চকু বন্ধ ৰাখিলে নহ’ব, উচ্চতম ন্যায়ালয়ে মণিপুৰ কাণ্ডক লৈ ৰিপোৰ্ট বিচাৰিলে ৰাজ্য চৰকাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.