• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীয়ে কৈছে, ‘কেৱল মনোৰঞ্জনৰ বাবেই এই ভিডিঅ’ কৰা হৈছিল’, নতুন আপডেট, মূল অভিযুক্ত যুৱতীয়েই নহয় আঁৰত আছে অন্য এজন ব্যক্তি

আৰক্ষীয়ে কৈছে, ‘কেৱল মনোৰঞ্জনৰ বাবেই এই ভিডিঅ’ কৰা হৈছিল’, নতুন আপডেট, মূল অভিযুক্ত যুৱতীয়েই নহয় আঁৰত আছে অন্য এজন ব্যক্তি

3 years ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

27 minutes ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

6 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

7 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

8 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

9 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

আৰক্ষীয়ে কৈছে, ‘কেৱল মনোৰঞ্জনৰ বাবেই এই ভিডিঅ’ কৰা হৈছিল’, নতুন আপডেট, মূল অভিযুক্ত যুৱতীয়েই নহয় আঁৰত আছে অন্য এজন ব্যক্তি

editor by editor
May 17, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
আৰক্ষীয়ে কৈছে, ‘কেৱল মনোৰঞ্জনৰ বাবেই এই ভিডিঅ’ কৰা হৈছিল’, নতুন আপডেট, মূল অভিযুক্ত যুৱতীয়েই নহয় আঁৰত আছে অন্য এজন ব্যক্তি
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সকলোকে লজ্জানত কৰা যোৰহাট কাণ্ডৰ নতুন মোৰ৷ কেৱল মনোৰঞ্জনৰ কাৰণেই এই ঘটনা সংঘটিত হৈছে বুলি যোৰহাট আৰক্ষীয়ে সমগ্ৰ ঘটনা গাপ দিবৰ চেষ্টা কৰিছে নেকি বুলিও অভিযোগ উত্থাপিত কৰিছে একাংশই৷

কেৱল মনোৰঞ্জনৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি মানি লব পৰা নাই স্থানীয় ৰাইজে৷ স্থানীয় ৰাইজে পুলিবৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ কপি ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ সমগ্ৰ ৰাজ্য কঁপাই যোৱা যোৰহাটৰ ভিডিঅ’ কাণ্ডৰ তিনিজন অভিযুক্তক ইতিমধ্যে যোৰহাট আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷
উল্লেখযোগ্য যে, বিগত ৫ মে ২০২৩ তাৰিখে যোৰহাটৰ এখন স্থানীয় থানাত স্থানীয় ৰাইজ আৰু ভুক্তভোগী পৰিয়ালে এখন এজাহাৰ দিছিল য’ত যুৱতীগৰাকীৰ লগতে তেওঁৰ সমন্ধীয় ভিনিহীয়েক পলাশ প্ৰতীম শৰ্মাৰ নামো উক্ত কাণ্ডৰ লগত জড়িত বুলি স্পষ্টকৈ উল্লেখ আছে৷

স্থানীয় ৰাইজে এই ভিডিঅ’ কাণ্ডৰ মূল নায়ক হিচাপে যুৱতীগৰাকীৰ ভিনীয়েককেই চিহ্নিত কৰিছে৷ তাৰ পাছতো যোৰহাট আৰক্ষীৰ তদন্তৰ আওতালৈ বি৷য়টো অহা দুৰৰে কথা, সাধাৰণ সোধপোছৰ বাবেও যোৰহাট আৰক্ষীয়ে মাতিবলৈ সাহস নকৰাটো অতি ৰহস্যজনক বুলিও জনাইছে স্থানীয় ৰাইজে৷ পলাশ শৰ্মা নামৰ যুৱকজন প্ৰায় দুই বছৰ মানৰ আগলৈকে সাধাৰণ নিবনুৱা হিচাপেই আছিল৷ কিন্তু হঠাতেই পলাশ শৰ্মাই এনে কি আলাউদ্দিনৰ চাকি পালে যে অতি কম সময়ৰ ভিতৰতে অগাধ ধন সম্পত্তিৰ মালিক হ’ল বুলি সাধাৰণ ৰাইজে অভিযোগ কৰিছে৷

যোৰহাট আৰক্ষীয়ে উক্ত ঘটনাটো সঠিক দিশত সূক্ষ্মভাৱে তদন্ত কৰিলে ভিডিঅ’ নিৰ্মাণ কৰি সহজেই ধন ঘটাৰ পথ মুকলি কৰি দিয়া আৰু নতুন প্ৰজন্মৰ কম বয়সীয়া ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰি লোৱা এক বৃহৎ চক্ৰ উৎখাত কৰিব পাৰিলে হেতেন বুলিও অভিযোগ আনিছে৷ কিন্তু কি ৰহস্যজনক কাৰণত যোৰহাট আৰক্ষীয়ে কেৱল মনোৰঞ্জনৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কৈ কোনো শক্তিশালী লবীৰ ওচৰত সেও মনিছে নেকি বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

October 9, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

October 9, 2026
Next Post
মণিপুৰত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ দায়িত্ব, প্ৰশাসনে চকু বন্ধ ৰাখিলে নহ’ব, উচ্চতম ন্যায়ালয়ে মণিপুৰ কাণ্ডক লৈ ৰিপোৰ্ট বিচাৰিলে ৰাজ্য চৰকাৰক

মণিপুৰত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ দায়িত্ব, প্ৰশাসনে চকু বন্ধ ৰাখিলে নহ’ব, উচ্চতম ন্যায়ালয়ে মণিপুৰ কাণ্ডক লৈ ৰিপোৰ্ট বিচাৰিলে ৰাজ্য চৰকাৰক

জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.