• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবুকু সপোন বুকুত বান্ধি নিযুক্তি পত্ৰ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা ল’ৰাজন আৰু কেতিয়াও ঘূৰি নাহে

এবুকু সপোন বুকুত বান্ধি নিযুক্তি পত্ৰ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা ল’ৰাজন আৰু কেতিয়াও ঘূৰি নাহে

3 years ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

16 seconds ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

24 minutes ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

55 minutes ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

1 hour ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

2 hours ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

2 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

2 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

3 hours ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

4 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

6 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এবুকু সপোন বুকুত বান্ধি নিযুক্তি পত্ৰ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা ল’ৰাজন আৰু কেতিয়াও ঘূৰি নাহে

editor by editor
May 27, 2023
in অসম
0
এবুকু সপোন বুকুত বান্ধি নিযুক্তি পত্ৰ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা ল’ৰাজন আৰু কেতিয়াও ঘূৰি নাহে
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ

অসমঃ আজি সকলো শেষ হৈ গ’ল। ঘৰখনত সুখৰ ৰেঙনিয়ে দেখা নিদিওতেই চিৰদিনৰ বাবে অস্ত গ’ল সুখৰ সূৰুজ। ছিপাঝাৰৰ বৰদৌলগুৰিত আজি শোকৰ ছাঁ। নিযুক্তি পত্ৰ আনিবলৈ গৈ আৰু ঘূৰি নাহিল ঘৰখনৰ পুত্ৰ উজ্জল নাথ। নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল উজ্জলৰ প্ৰাণ। ঘৰৰ চোতালত আজি উজ্জলৰ নিঠৰ দেহ। মাতৃৰ বুকু উকা কৰি অজান দেশলৈ যোৱা পুত্ৰক বিচাৰি মাতৃৰ হিয়াভঙা কান্দোন। কোনোদিনেই ঘূৰি নহাৰ বাটেৰে গুচি গ’ল বৰদৌলগুৰিৰ এইগৰাকী উজ্জল নাথ। অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিল অতিকৈ মেধাৱী উজ্জল নাথ।

উল্লেখ্য যে, ২৫ মে’ত খানাপাৰাত নিজহাতে নিযুক্তিপত্ৰ গ্ৰহণ কৰিছিল উজ্জল নাথে। কৰ বিভাগৰ কণিষ্ঠ সহায়ক হিচাপে গুৱাহাটীৰ কৰ ভৱনত নিযুক্তি লাভ কৰিছিল মেধাৱী উজ্জলে। নিযুক্তি পত্ৰ হাতত লৈ ঘৰলৈ উভতি অহাৰ পথতেই সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিছিল উজ্জল নাথক। তাৰ পিছত থিতাতে প্ৰাণ হেৰুৱায় যুৱকজনে।

ইয়াৰ পিছতে উজ্জলৰ নিঠৰ দেহৰ কাষত কান্দোনত ভাগি পৰে মাতৃ-ভগ্নী আৰু আন আন আত্মীয়সকল। সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশৰ। অতি অমায়িক উজ্জলক শেষ দেখা কৰিবলৈ আজি ঘৰৰ চোতালত অঞ্চলবাসীৰ ভিৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

April 18, 2026
Next Post
২২ বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি; কি ক’লে আশীষ বিদ্যাৰ্থীয়ে?

২২ বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি; কি ক'লে আশীষ বিদ্যাৰ্থীয়ে?

মাজ আকাশত যাত্ৰীয়ে খুলিলে বিমানৰ দুৱাৰ; তাৰপিছত কি হ’ল চাওঁক

মাজ আকাশত যাত্ৰীয়ে খুলিলে বিমানৰ দুৱাৰ; তাৰপিছত কি হ'ল চাওঁক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.