• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশত যাত্ৰীয়ে খুলিলে বিমানৰ দুৱাৰ; তাৰপিছত কি হ’ল চাওঁক

মাজ আকাশত যাত্ৰীয়ে খুলিলে বিমানৰ দুৱাৰ; তাৰপিছত কি হ’ল চাওঁক

3 years ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

5 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

5 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

6 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

7 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

8 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

9 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

10 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

10 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

11 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

12 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

12 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাজ আকাশত যাত্ৰীয়ে খুলিলে বিমানৰ দুৱাৰ; তাৰপিছত কি হ’ল চাওঁক

editor by editor
May 27, 2023
in বিবিধ
0
মাজ আকাশত যাত্ৰীয়ে খুলিলে বিমানৰ দুৱাৰ; তাৰপিছত কি হ’ল চাওঁক
0
SHARES
10.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ

ভাইৰেলঃ এখন বিমানত এক আজৱ কাণ্ড সংঘটিত হৈছে। এজন যাত্ৰীয়ে মাজ আকাশত থাকোঁতে যাত্ৰীবাহী বিমানখনৰ দুৱাৰখন খোলে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিমানখনৰ ভিতৰত আছিল ১৯৪ জন যাত্ৰী। বিমানখন মাটিৰ পৰা প্ৰায় ২৫০ মিটাৰ ওপৰেৰে উৰি আছিল। দুৱাৰখন খুলিলে যিকোনো মুহূৰ্তত এটা ডাঙৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা আছিল। কিন্তু সৌভাগ্যক্ৰমে একো দুৰ্ঘটনা হোৱা নাছিল। ঘটনাটো শুক্ৰবাৰে দক্ষিণ কোৰিয়াৰ চিউলত সংঘটিত হৈছে। আৰক্ষীয়ে বৰ্তমান যাত্ৰীজনক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে কয় যে ঘটনাটো সংঘটিত হোৱাৰ অলপ পিছতে বিমানখন ডাগু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে ঘটনাটো বিমানখনৰ অৱতৰণৰ অলপ আগতে সংঘটিত হৈছিল। উল্লেখ্য যে, দুৱাৰখন খোলাৰ লগে লগে বিমানখনে বিমানবন্দৰত অৱতৰণ কৰিছিল।

ঘটনাটোৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ঘটনাটোত কোনো লোক আহত হোৱা নাই বুলি এয়াৰলাইনটোৱে জানিবলৈ দিয়ে। অৱশ্যে, ১২ জন যাত্ৰীৰ হঠাতে উশাহ-নিশাহৰ সমস্যা আৰম্ভ হৈছিল। বিমানখন অৱতৰণ কৰাৰ লগে লগে তেওঁলোকক চিকিৎসাৰ বাবে লৈ যোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন
নিয়োগ

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

August 31, 2026
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা
জীৱনশৈলী

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?
জীৱনশৈলী

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

August 31, 2026
Next Post
দায়িত্বজ্ঞানহীন নেকি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষ?

দায়িত্বজ্ঞানহীন নেকি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষ?

আজি অনুষ্ঠিত হ’ব নেকি আই পি এলৰ ফাইনেল খেল? কি কয় বতৰ বিজ্ঞান সংস্থাৰ কাৰ্য্যালয়ে?

আজি অনুষ্ঠিত হ'ব নেকি আই পি এলৰ ফাইনেল খেল? কি কয় বতৰ বিজ্ঞান সংস্থাৰ কাৰ্য্যালয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.