• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

3 years ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

48 seconds ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

33 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

58 minutes ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

10 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

11 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

12 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

13 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

14 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

editor by editor
May 31, 2023
in বাণিজ্য, ভাৰত
0
পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মে মাহৰ শেষৰটো দিনতেই আকৌ আহিছে এটা বেয়া খবৰ৷ জুন মাহৰ প্ৰথম দিনটোৰ পৰাই বাঢ়িব একাধিক সামগ্ৰীৰ দাম৷ জনতাৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব কালিৰে পৰা৷ কি কি সামগ্ৰীৰ দাম বাঢ়িব জুন মাহত?

দাম বাঢ়িব দুচকীয়া বাহনৰ
যদি জুন মাহত আপুনি ইলেক্ট্ৰিক বাহন কিনাৰ কথা ভাৱিছে তেন্তে এই খবৰ জানি লওক৷ ২১ মে’ ত এক বিজ্ঞাপ্তিযোগে উদ্যোগ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে FAME-II ৰাজসাহায্যৰ পৰিমাণ সংশোধন কৰা হৈছে৷ পূৰ্বে এই পৰিমান আছিল প্ৰতি কিলোৱাটত ১৫০০০ টকা৷ তাৰপাছতেই এই পৰিমান কমাই কৰা হৈছিল ১০,০০০টকা৷ যাৰফলত বেছিভাগ বৈদ্যুতিক বাহনৰ দাম প্ৰায় ১৫,০০০ৰ পৰা ৩০,০০০ পৰ্যন্ত বাঢ়িব পাৰে৷

গেছ চিলিণ্ডাৰৰ দাম বাঢ়িব!

এলপিজি চিলিণ্ডাৰৰ দাম প্ৰতিমাহেই সালসলনি হয়৷ ইয়াৰোপৰি কেতিয়াবা এমাহতেই দুই তিনিবাৰলৈকেও দামৰ সালসলনি হয়৷ কিন্তু সাধাৰণভাৱে প্ৰতিমাহৰ আৰম্ভণিতেই ঘৰুৱা আৰু বাণিজ্যিত গেছ চিলিণ্ডাৰৰ দামৰ এখন লিষ্ট দিয়া হয়৷ এপ্ৰিল আৰু মে মাহত ১৯ কিঃগ্ৰাঃ বাণিজ্যিক চিলিণ্ডাৰৰ দাম কমিছিল৷ ১৪ মাৰ্চৰ পৰা ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কোনো পৰিবৰ্তন হোৱা নাই৷ ২০২৩ ৰ মাৰ্চত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল৷ বৰ্তমান দেশৰ অধিকাংশ চহৰতেই গেছ চিলিণ্ডাৰৰ দাম হৈছে প্ৰায় ১১০০ টকা৷ অৱশ্যে এইবাৰ চিলিণ্ডাৰৰ দাম কমিবনে বাঢ়িব সেই কথা স্পষ্ট হোৱা নাই৷

চিএনজি-পিএনজিৰ দামৰ পৰিবৰ্তন হ’ব নেকি?

প্ৰতিমাহৰ ১ তাৰিখে অথৱা মাহৰ আৰম্ভণিতেই চিএনজি আৰু পিএনজিৰ দামৰ পৰিবৰ্তন হয়৷ পেট্ৰলিয়াম সংস্থাসমূহে সাধাৰণতে দিল্লী আৰু মুম্বাইতেই পিএনজি আৰু চিএনজিৰ দামৰ পৰিবৰ্তন কৰে৷ ইয়াৰ পূৰ্বে এপ্ৰিলত পিএনজি-চিএনজিৰ দাম কমিছিল৷ মে মাহত দামৰ কোনো পৰিবৰ্তন নহ’ল৷ জুন মাহত চিএনজি, পি এন জিৰ দামৰ পৰিবৰ্তন হ’ব পাৰে বুলি বহুতেই সন্দেহ প্ৰকাশ কৰিছে৷ যদি চিএনজিৰ দাম বাঢ়ে তেন্তে অটো ভাড়া বৃদ্ধিৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ...

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.