• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মমতা বেনাৰ্জী বাইদেউৱে মোৰ ভৰিত বেণ্ডেজ লগাই দিছিল, কিন্তু অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে মোক লাইভটো দেখাৰ বহু পাছতহে খবৰ লৈছে, বালাছ’ৰৰ পৰা ওভতি আহি ৰূপকে দিছে শিহঁৰণকাৰী দুৰ্ঘটনাৰ বৰ্ণনা

মমতা বেনাৰ্জী বাইদেউৱে মোৰ ভৰিত বেণ্ডেজ লগাই দিছিল, কিন্তু অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে মোক লাইভটো দেখাৰ বহু পাছতহে খবৰ লৈছে, বালাছ’ৰৰ পৰা ওভতি আহি ৰূপকে দিছে শিহঁৰণকাৰী দুৰ্ঘটনাৰ বৰ্ণনা

3 years ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

6 minutes ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

1 hour ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

3 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

4 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

17 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

17 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

18 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

18 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

19 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

19 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মমতা বেনাৰ্জী বাইদেউৱে মোৰ ভৰিত বেণ্ডেজ লগাই দিছিল, কিন্তু অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে মোক লাইভটো দেখাৰ বহু পাছতহে খবৰ লৈছে, বালাছ’ৰৰ পৰা ওভতি আহি ৰূপকে দিছে শিহঁৰণকাৰী দুৰ্ঘটনাৰ বৰ্ণনা

editor by editor
June 8, 2023
in অসম, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
মমতা বেনাৰ্জী বাইদেউৱে মোৰ ভৰিত বেণ্ডেজ লগাই দিছিল, কিন্তু অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে মোক লাইভটো দেখাৰ বহু পাছতহে খবৰ লৈছে, বালাছ’ৰৰ পৰা ওভতি আহি ৰূপকে দিছে শিহঁৰণকাৰী দুৰ্ঘটনাৰ বৰ্ণনা
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত আহত অসমৰ যুৱক ৰূপক দাস অৱশেষত সোঁ শৰীৰে বুধবাৰে নিশা ঘৰত উপস্থিত হয়। ঘৰত উপস্থিত হৈয়েই ৰূপকে দুৰ্ঘটনাটোৰ শিঁহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে। ৰূপকে কয়, ‘মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰীক মোক কৰা সহায়ৰ বাবে ধন্যবাদ জনাইছো। মোক তাত থাকোতে দুগৰাকী ব্যক্তিয়ে সহায় কৰিছে, তেওঁলোকৰ বাবেহে মই আজি জীয়াই আছো। ফেছবুক চিনাকী প্ৰিয়ংকা গগৈ নামৰ মহিলাগৰাকীয়ে মোক বেগ বিচাৰি আনি দিছে। দুৰ্ঘটনা হোৱা স্থানলৈ গৈ মোৰ বেগ হাস্পতাললৈকে আনি দিছে। মই গুৱাহাটীৰ পৰা সেইদিনা হাওৰা গৈছিলো। কিন্তু যিখন ট্ৰেইনত যাব লাগিছিল সেইখন ট্ৰেইন নাপালো। ৬.৪৫ত মই বালাছ’ৰ ষ্টেচন পাইছিলো। চেন্নাইলৈ যোৱা বহু মানুহ আছিল। বালাছ’ৰ ষ্টেচনৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত্বত আমাৰ ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈছে। মই ট্ৰেইনৰ ছীটট ধৰি বহুদূৰ চুচুৰি গৈছো। আমাৰ ডবাটোৰ প্ৰায়সংখ্যক মানুহৰেই মৃত্যু ঘটিছে।

মই খিৰিকিয়ে ওলাই আহিছো। কাৰোবাৰ মূৰ এটা ছিঙি মোৰ বুকুত আহি লাগিছে। সেইখিনিলৈকে মই গম পাওঁ। তাৰপিছত মই একো গম নাপাও। কোনে মোক হাস্পতাললৈ লৈ গ’ল মই গম নাপাও। আমাৰ এক্সিডেণ্ট হৈছিল ৭.৩০ মান বজাত। মোৰ হাস্পতালত হুচ আহিছে ১০ মান বজাত। চৰকাৰে যি হিচাপ দেখুৱাই আছে সেয়া সম্পূৰ্ণ ভূল। আমাৰ ডবাটোতেই ১৫০ টা মানুহ আছিল। তাত আমি ৩টাহে বাচিছো। মোৰ আনুমানিক ১২০০ ৰ পৰা ১৫০০ মানুহ মৰিছে। আহতৰ হিচাপেই নাই। মোক বালাছ’ৰৰ চৰকাৰী হাস্পতালৰ পৰা প্ৰাইভেট কোনোবা হাস্পতাললৈ লৈ গ’ল। মোক অসম চৰকাৰে দুৰ্ঘটনাৰ দুদিন পাছত খবৰ কৰিছে। মমতা বেনাৰ্জীয়ে কিন্তু লগে লগেই তেওঁলোকৰ মানুহ বিচাৰি বিচাৰি লৈ গৈছে। মইয়ো কষ্ট পাই থকাৰ কথা বাইদেউক কৈছো, বাইদেউৱে লগে লগে মোৰ ভৰিত বেণ্ডেজ এটা মাৰি দিছে। মোৰ তেতিয়া দুখ লাগিছিল অসম চৰকাৰে এবাৰো খবৰ লোৱা নাছিল।

পাছলৈ মই এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলো। মনৰ দুখতেই ভিডিঅ’টো দিছিলো কাৰণ মোক অসম চৰকাৰে এবাৰো ফোন কৰা নাছিল। পাছলৈ কিন্তু মোৰ ভিডিঅ’ পাই অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে খবৰ ললে। অসম চৰকাৰে দুজন প্ৰতিনিধি পঠিয়াই মোক অৱশেষত আনিলে। অসমলৈ আনি জিএম চিএইছত ভৰ্তি কৰালে। মোক লৈ অনাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জনাইছো। কিন্তু মমতা বাইদেউৰ তৎপৰতা দেখি মই খুব ভাল পালো। মই মানুহৰ তেজ খাই পোৱাৰ বাবে একো খাব পৰা নাই সেই কথা বাইদেউক কওঁতেও চিকিৎসকক কৈ মোক বিশেষ চিকিৎসা দিয়াইছে। মই কথমপি জীৱনটো ঘূৰাই পালো। মোৰ বিশেষ প্ৰত্যাশা নাই। কিন্তু মোক এটা কৰ্মসংস্থাপন খুবেই প্ৰয়োজন। যদি অসম চৰকাৰে মোক এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে আমাৰ পৰিয়ালটো উপকৃত হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

October 13, 2026
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
Next Post
মেট্ৰিকত ৮৯ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা প্ৰিয়াই নতুন স্কুললৈ যোৱাৰ এমাহ হৈছিলহে মাত্ৰ, এটা পথ দুৰ্ঘটনা থিতাতেই শেষ এটা সম্ভাৱনা

মেট্ৰিকত ৮৯ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা প্ৰিয়াই নতুন স্কুললৈ যোৱাৰ এমাহ হৈছিলহে মাত্ৰ, এটা পথ দুৰ্ঘটনা থিতাতেই শেষ এটা সম্ভাৱনা

কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.