• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস

কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস

3 years ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

21 minutes ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

56 minutes ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

2 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

2 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

3 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

4 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

5 hours ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

5 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

18 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

18 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

19 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস

editor by editor
June 9, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস
0
SHARES
20.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অত্যাধিক মিঠা খোৱা মানুহৰেই ডায়বেটিছ হয়, এই ধাৰণা একেবাৰেই সত্য নহয়। অত্যাধিক মিঠা খোৱাৰ প্ৰৱণতাই তেজত ৰক্ত শৰ্কৰাৰ পৰিমাণ বঢ়াই দিব পাৰে। কিন্তু কেৱল মিঠা খালেই ডায়বেটিছ হয় সেই ধাৰণা সম্পূৰ্ণ ভুল। অইন কি কি কাৰণত ডায়বেটিছ হ’ব পাৰে?

সকলো সময়তে কামত ব্যস্ত থকা
কামক লৈ সকলোসময়তে ব্যস্ত থকাটো প্ৰায়সংখ্যক লোকৰেই প্ৰধান সমস্যা। ব্যস্ততা মানেই নানান চিন্তা, উদ্বেগত মন ভাৰাক্ৰান্ত হৈ থকা। সেইসমূহৰো প্রভাৱ শৰীৰত পৰে। কামৰ চাপত খাদ্য খোৱাৰ কথা বহুতৰেই মনত নাথাকে। দীৰ্ঘ সময় ধৰি পেট খালি থাকিলে শৰ্কৰাৰ মাত্ৰাও বাঢ়ি যায়। এই অভ্যাস আঁতৰালে ডায়বেটিছ দূৰ কৰিব পাৰি।

পৰ্যাপ্ত পৰিমানে পানী খাব লাগে
পানীতেই বহু সমস্যাৰ সমাধান লুকাই আছে। ডায়বেটিছো এই তালিকাত আছে। দিনত কামৰ মাজতেই পানী খোৱাৰ কথাটো মনত ৰখা খুবেই প্ৰয়োজন। কামৰ মাজতো পানী খোৱাৰ কথা মনত ৰাখিবলৈ সদায়ে পানী বটলটো চকুৰ সন্মুখত ৰাখক। শৰীৰত আদ্ৰতাৰ অভাৱতেই ডায়বেটিছ হোৱাৰ আশংকা বাঢ়ে।

টোপনি কম হোৱা
আধুনিক ব্যস্ততাপূৰ্ণ জীৱনত প্ৰায়সংখ্যকেই প্ৰধান সমস্যা হৈছে নিদ্ৰাহীনতা। পৰ্যাপ্ত পৰিমানে টোপনি নহ’লেও ডায়বেটিছৰ আশংকা বাঢ়ি যায়। শৰীৰ সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমানে টোপনি যোৱাটো নিতান্তই প্ৰয়োজন।

হৰমনজনিত সমস্যা
হৰমনৰ ভাৰসাম্য বৰ্তি নথকাৰ বাবেও শৰীৰত বহু ৰোগে দেখা দিয়ে। হৰমনৰ এই ধাৰাবাহিক ভাৰসাম্যহীনতাই ডায়বেটিছৰ জন্ম দিয়ে। হৰমনজনিত সমস্যা থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাওক

কেইমাহ মানৰ মূৰে মূৰে শৰীৰৰ পৰীক্ষা কৰোৱাটো খুবেই প্ৰয়োজন। কিন্তু বহুতেই সময়ৰ অভাৱত শৰীৰৰ পৰীক্ষা কৰাত অৱহেলা কৰে। ফলত শৰীৰত কোনো সমস্যা হৈ থাকিলেও সঠিকসময়ত ধৰা নপৰে। মাজে মাজে ডায়বেটিছৰ পৰীক্ষা কৰি থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ
জীৱনশৈলী

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

October 24, 2026
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি
জীৱনশৈলী

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

October 24, 2026
Next Post
ওড়িশাৰ বালাছৰৰ দুৰ্ঘটনাৰ বাবেই ভাঙিব লগা হৈছে এখন বিদ্যালয়! বিদ্যালয়খনত মৃতদেহ থৈছিল বাবেই অভিভাৱকে সন্তানক নপঠিয়াই বিদ্যালয়লৈ

ওড়িশাৰ বালাছৰৰ দুৰ্ঘটনাৰ বাবেই ভাঙিব লগা হৈছে এখন বিদ্যালয়! বিদ্যালয়খনত মৃতদেহ থৈছিল বাবেই অভিভাৱকে সন্তানক নপঠিয়াই বিদ্যালয়লৈ

বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.