• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রথমা পত্নীৰ মৃত্যুৱেহে কমেডিয়ান হিচাপে গঢ়ি তুলিলে ৰাজপাল যাদৱক! হাঁহিৰ আঁৰৰ অন্য এক ৰাজপাল যাদৱক আপুনি জানেনে?

প্রথমা পত্নীৰ মৃত্যুৱেহে কমেডিয়ান হিচাপে গঢ়ি তুলিলে ৰাজপাল যাদৱক! হাঁহিৰ আঁৰৰ অন্য এক ৰাজপাল যাদৱক আপুনি জানেনে?

3 years ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

27 minutes ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

2 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

3 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

5 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

6 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

6 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

7 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

7 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

19 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

প্রথমা পত্নীৰ মৃত্যুৱেহে কমেডিয়ান হিচাপে গঢ়ি তুলিলে ৰাজপাল যাদৱক! হাঁহিৰ আঁৰৰ অন্য এক ৰাজপাল যাদৱক আপুনি জানেনে?

editor by editor
June 27, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
প্রথমা পত্নীৰ মৃত্যুৱেহে কমেডিয়ান হিচাপে গঢ়ি তুলিলে ৰাজপাল যাদৱক! হাঁহিৰ আঁৰৰ অন্য এক ৰাজপাল যাদৱক আপুনি জানেনে?
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ খুব কম বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেতা ৰাজপাল যাদৱ। সেই সময়ত তেওঁ কাম কৰিছিল এটা কাপোৰৰ কাৰখানাত। ঘৰত মাক বাপেক ভগ্নীৰ ওপৰিও আছিল অন্তঃসত্ত্বা পত্নী। মাত্ৰ ২০বছৰ বয়সতেই পত্নীক হেৰুৱাই ৰাজপাল যাদৱে। পত্নীৰ মৃত্যুৰ সময়ত তেওঁৰ সন্তানৰ বয়স হৈছিল মাত্ৰ ১দিন। সন্তান প্ৰসৱ কৰিয়েই মৃত্যুক সাবটিলে ৰাজপালৰ পত্নীয়ে। নিজেই পত্নীৰ মৃতদেহ সৎকাৰ কৰিছিল ৰাজপালে। পত্নীক সৎকাৰ কৰাৰ যন্ত্ৰণা আজিও বুকুত কঢ়িয়াই থকাৰ কথা কেইবাটাও ইণ্টাৰভিউত প্ৰকাশ কৰি আহিছে ৰাজপাল যাদৱে।

পৰ্দাত সকলোকে হঁহোৱাই থকা কৌতুক অভিনেতা ৰাজপাল যাদৱৰ জীৱনৰ এই অধ্যায়ৰ কথা বহুতেই নাজানে। হাস্যৰসৰ বাবেই তেওঁ দৰ্শকৰ অতি প্ৰিয়। চিনেমাৰ জগতত ২৫বছৰ সম্পূৰ্ণ কৰিছে ৰাজপালে। অভিনেতা ৰাজপালৰ হাঁহিৰ আঁৰত লুকাই থকা দুখ কোনোৱেই হয়তো বুজিব নোৱাৰিব। তেওঁ এই সন্দৰ্ভত কয়, ‘চন তেতিয়া ১৯৯১। সেই সময়ত মই মোৰ প্ৰথম পত্নীক হেৰুৱালো। আৰ্থিকভাৱে মই খুবেই দুৰ্বল আছিলো। ঘৰত অভাৱৰ বাবেই মই এটা কাপোৰৰ কোম্পানীত কাম কৰিছিলো। পত্নী সন্তান সম্ভৱা হৈ থকাৰ সময়ত মই মাজে মাজে দেখা কৰিবলৈ আহো। কিন্তু হঠাৎ মোৰ জীৱনলৈ অমানিশা নামি আহিল। সন্তান জন্মৰ লগে লগেই মোৰ পত্নীৰ মৃত্যু হ’ল। সুখৰ সংসাৰ আৰু নাথাকিল।’

প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত আৰম্ভ হ’ল যুদ্ধ। নেশ্ব্যনেল স্কুল অৱ ড্ৰামাত গৈ নাটকৰ শিক্ষা ল’বলৈ আৰম্ভ কৰে ৰাজপালে। তাৰপাছতেই একাধিক টিভি শ্বো’ত পোনতে কেৰিয়াৰ আৰম্ভ কৰে ৰাজপালে। অৱশেষত ২০০০ চনত তেওঁ ‘জঙ্গল’ ছবিৰে বলীউডত প্ৰৱেশ কৰে। অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ ১৩বছৰ সময় লাগিল ৰাজপালৰ। প্ৰথম ছবি মুক্তিৰ পাছত ২০০১ চনত এখন ছবিৰ শ্বুটিঙত গৈ চিনাকি হয় অভিনেত্ৰী ৰাধাৰ সৈতে। দুই পৰিয়ালৰ সন্মতিত ২০০৩ চনত পুনৰ বিবাহপাশত আৱদ্ধ হয় অভিনেতা ৰাজপাল যাদৱ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

March 16, 2026
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?
বিনোদন

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

March 16, 2026
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!
স্বাস্থ্য

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

March 16, 2026
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য
বিনোদন

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

March 16, 2026
Next Post
বিশ্বকাপত গ্ৰুপৰ ৪৫খন মেচৰ মাজত ৬খন মেচ হে দিনৰ, বাকী সকলো ডে-নাইট, কেতিয়া কি খেল?

বিশ্বকাপত গ্ৰুপৰ ৪৫খন মেচৰ মাজত ৬খন মেচ হে দিনৰ, বাকী সকলো ডে-নাইট, কেতিয়া কি খেল?

দলিত বাবেই জগন্নাথ মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশত ৰাষ্ট্ৰপতিৰ বাধা আহিছিল! খঙত ফাটিছে নেটিজেন, প্ৰকৃত সত্য কি?

দলিত বাবেই জগন্নাথ মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশত ৰাষ্ট্ৰপতিৰ বাধা আহিছিল! খঙত ফাটিছে নেটিজেন, প্ৰকৃত সত্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.