• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপত গ্ৰুপৰ ৪৫খন মেচৰ মাজত ৬খন মেচ হে দিনৰ, বাকী সকলো ডে-নাইট, কেতিয়া কি খেল?

বিশ্বকাপত গ্ৰুপৰ ৪৫খন মেচৰ মাজত ৬খন মেচ হে দিনৰ, বাকী সকলো ডে-নাইট, কেতিয়া কি খেল?

3 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

40 minutes ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

2 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

2 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

3 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

3 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

4 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

6 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

7 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপত গ্ৰুপৰ ৪৫খন মেচৰ মাজত ৬খন মেচ হে দিনৰ, বাকী সকলো ডে-নাইট, কেতিয়া কি খেল?

editor by editor
June 27, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
বিশ্বকাপত গ্ৰুপৰ ৪৫খন মেচৰ মাজত ৬খন মেচ হে দিনৰ, বাকী সকলো ডে-নাইট, কেতিয়া কি খেল?
0
SHARES
667
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ বিশ্বকাপৰ গ্ৰুপ খেলত ১০টা দলে মুঠ ৪৫খন মেচ খেলিব। তাৰমাজতেই ৩৯খন মেচ ডে-নাইট। অন্য ৬খন মেচ দিনৰ। অৰ্থাৎ দুপৰীয়াৰ সলনি পুৱাই আৰম্ভ হ’ব দিনৰ মেচকেইখন। ডে-নাইট মেচসমূহ আৰম্ভ হ’ব ভাৰতীয় সময়ত দুপৰীয়া ২বজাত। অৰ্থাৎ খেল শেষ হ’ব নিশা প্ৰায় ১০বজাত।

ভাৰতৰ আটাইকেইখন মেচেই ডে-নাইট। এই সকলো মেচতেই গুৰুত্বপূৰ্ণ হৈ উঠিব টছ। কাৰণ অক্টোবৰ, নৱেম্বৰ মাহত নিশাৰভাগত কুঁৱলী পৰে ফলত পিছলাৰ সম্ভাৱনা বাঢ়ি যায়। বলাৰসকলৰো বল গ্ৰীপ কৰাত সমস্যাই দেখা দিয়ে। সেয়ে ডে-নাইটৰ খেলত টছ জিকিলে বেছিভাগ দলেই প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়।

বিশ্বকাপত দিনত থকা খেলসমূহ পুৱা ১০ বজাক আৰম্ভ হয়। অৰ্থাৎ সেই খেলসমূহ সন্ধিয়া ৬বজাৰ আগতে শেষ হয়। এইবাৰ বিশ্বকাপত প্ৰথম দিনাৰ খেল হ’ব ৭ অক্টোবৰত। প্রথমখন খেল ধৰ্মশালাত অনুষ্ঠিত হ’ব। প্রথমখন খেলত বাংলাদেশ আৰু আফগানিস্তান মুখামুখি হ’ব। তাৰপাছতেই ১৪ অক্টোবৰ চেন্নাইত বাংলাদেশ আৰু নিউজিলেণ্ড মুখামুখি হ’ব। ২১ অক্টোবৰত দুই কোৱালিফায়াৰ দলৰ মাজত লক্ষ্নৌত হ’ব পৰবৰ্তী মেচ। ২৮ অক্টোবৰত ধৰ্মশালাত খেলিব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে। ৪ নৱেম্বৰত বাংগালুৰুত মুখামুখি হ’ব পাকিস্তান আৰু নিউজিলেণ্ডৰ দল। বিশ্বকাপৰ শেষ মেচ হ’ব ১২ নৱেম্বৰত। পুণেত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু বাংলাদেশ। বিশ্বকাপৰ সময়সূচীলৈ লক্ষ্য কৰিলে দেখা যায় যে শনিবাৰেই দুখনকৈ মেচ আছে। ৫টা শনিবাৰেই আছে মেচ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
দলিত বাবেই জগন্নাথ মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশত ৰাষ্ট্ৰপতিৰ বাধা আহিছিল! খঙত ফাটিছে নেটিজেন, প্ৰকৃত সত্য কি?

দলিত বাবেই জগন্নাথ মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশত ৰাষ্ট্ৰপতিৰ বাধা আহিছিল! খঙত ফাটিছে নেটিজেন, প্ৰকৃত সত্য কি?

কলেজত চিনাকি, বিয়াৰ মাত্ৰ কেইটামান মাহতেই বিচ্ছেদ, অনুপম খেৰৰ প্ৰথমা পত্নীও বলীউড অভিনেত্ৰীয়েই, কোন এই অভিনেত্ৰী জানেনে?

কলেজত চিনাকি, বিয়াৰ মাত্ৰ কেইটামান মাহতেই বিচ্ছেদ, অনুপম খেৰৰ প্ৰথমা পত্নীও বলীউড অভিনেত্ৰীয়েই, কোন এই অভিনেত্ৰী জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.