• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলেজত চিনাকি, বিয়াৰ মাত্ৰ কেইটামান মাহতেই বিচ্ছেদ, অনুপম খেৰৰ প্ৰথমা পত্নীও বলীউড অভিনেত্ৰীয়েই, কোন এই অভিনেত্ৰী জানেনে?

কলেজত চিনাকি, বিয়াৰ মাত্ৰ কেইটামান মাহতেই বিচ্ছেদ, অনুপম খেৰৰ প্ৰথমা পত্নীও বলীউড অভিনেত্ৰীয়েই, কোন এই অভিনেত্ৰী জানেনে?

3 years ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

17 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

1 hour ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

10 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

10 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

11 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

11 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

11 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

12 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

14 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

14 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

14 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কলেজত চিনাকি, বিয়াৰ মাত্ৰ কেইটামান মাহতেই বিচ্ছেদ, অনুপম খেৰৰ প্ৰথমা পত্নীও বলীউড অভিনেত্ৰীয়েই, কোন এই অভিনেত্ৰী জানেনে?

editor by editor
June 28, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
কলেজত চিনাকি, বিয়াৰ মাত্ৰ কেইটামান মাহতেই বিচ্ছেদ, অনুপম খেৰৰ প্ৰথমা পত্নীও বলীউড অভিনেত্ৰীয়েই, কোন এই অভিনেত্ৰী জানেনে?
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় চাৰি দশক ধৰি অভিনয়ৰ সৈতে তেওঁ যুক্ত হৈ আছে৷ থিয়েটাৰৰ ওপৰিও ৫০০তকৈও বেছি ছবিত অভিনয় কৰিছে অনুপম খেৰে৷ কেৰিয়াৰৰ আৰম্ভণিৰ বছৰতেই অভিনেত্ৰী কিৰণ খেৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অনুপম খেৰ৷ কিন্তু কিৰণৰ পূৰ্বেও বলীউডৰ অন্য এগৰাকী অভিনেত্ৰীক বিয়া কৰাইছিল অনুপমে৷ ১৯৮৪চনত মহেশ ভাট্ট পৰিচালিত ‘সাৰাংশ’ ছবিত পোনতে অভিনয় কৰিছিল অনুপম খেৰে৷ কেৰিয়াৰ আৰম্ভ হোৱাৰ পূৰ্বেই তেওঁ কিন্তু সংসাৰ কৰিছিল৷

১৯৭৯ চনত বলীউড অভিনেত্ৰী মধুমালতী কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অনুপম৷ কিন্তু বিয়াৰ এবছৰৰ ভিতৰতেই দুয়োৰে মাজত বিচ্ছেদ হয়৷ বিচ্ছেদৰ পাছতেই কিৰণৰ সৈতে বন্ধুত্ব, তাৰপাছত বিবাহ৷ কিন্তু মধুমালতীৰ সৈতে কিয় বিচ্ছেদ হ’ল অনুপম খেৰৰ?

অনুপমতকৈ দুবছৰ ডাঙৰ আছিল মধুমালতী৷ ১৯৫৫ চনৰ ১২ জানুৱাৰী মুম্বাইত জন্ম মধুমালতীৰ৷ শৈশৱৰ পৰাই অভিনয়ৰ প্ৰতি ভালপোৱা আছিল মধুমালতীৰো৷ ১০বছৰ বয়সত ‘মহাৰাজা বিক্ৰম’ নামৰ এখন হিন্দী ছবিত প্ৰথম অভিনয় কৰিছিল মধুমালতীয়ে৷ ১৯৬৫ চনৰ এছ এন ত্ৰিপাঠিৰ পৰিচালিত ছবিয়ে মুক্তি লাভ কৰিছিল৷ মুম্বাইৰ এখন বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পাছত ছিমলাৰ এখন কলেজত অভিনয় বিষয়টোক লৈ পঢ়াশুনা আৰম্ভ কৰে৷ তাৰপাছতই অভিনয় বিষয়তেই উচ্চশিক্ষা লয় মধুমালতীয়ে৷

দিল্লীত উচ্চশিক্ষা ল’বলৈ গৈয়েই অনুপমৰ সৈতে প্ৰথম দেখা হৈছিল মধুমালতীৰ৷ দুজনেই সহপাঠী আছিল৷ সহপাঠী হৈ থাকোতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ পৰিয়ালৰ সৈতে চা চিনাকি হোৱাৰ পাছত দুয়োৰে সামাজিক বিয়া হয়৷ কিন্তু তেওঁলোক বেছি দিন একেখন ছাদৰ তলত থাকিব নোৱাৰিলে৷ অনুপম আৰু মধুমালতীৰ প্ৰায় সকলো কথাতেই মত বিৰোধ হৈছিল৷ প্ৰতিসময়তে কাজিয়া হোৱাতকৈ বিচ্ছেদেই শ্ৰেয় বুলি দুয়োৱে বুজাবুজিৰ মাজেৰে বিচ্ছেদ লয়৷ মধুমালতীৰ সৈতে বিচ্ছেদৰ পাছত ১৯৮৫ চনত কিৰণৰ সৈতে দ্বিতীয় বিবাহ কৰে অনুপম খেৰে৷

বিচ্ছেদৰ পাছত অকলে নাছিল মধুমালতীও৷ বলীউডৰ অভিনেতা অনু কাপুৰৰ ভায়েত ৰঞ্জিত কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মধুমালতী৷ অভিনেত্ৰীক বিয়া কৰোৱাৰ পূৰ্বেও বিবাহ কৰাইছিল ৰঞ্জিতে৷ দুটি সন্তানৰ পিতৃও আছিল ৰঞ্জিত৷ অভিনেত্ৰী মধুমালতীও এতিয়া এগৰাকী কন্যা সন্তানৰ মাতৃ৷ অৱশ্যে ৰঞ্জিতৰ সৈতেও বিবাহ বেছি দিন নিটিকিল মধুমালতীৰ৷ তেওঁৰ কন্যা মিশা কাপুৰ এতিয়া বলীউড অভিনেত্ৰী৷ বহু হিন্দী ধাৰাবাহিকত তেওঁ অভিনয় কৰিছে৷ ইয়াৰোপৰি গড্ডৰ এক প্ৰেমকথা. দ্যা হিৰো, লাভ ষ্টোৰি অফ এ স্পাই, দে দে প্যাৰ দে, চনো কে টিটো কে চুইটি, এক লড়কি কৌ দেখা তৌ এইছা লাগা, ব্ৰহ্মাস্ত্ৰৰ দৰে ছবিতো তেওঁ অভিনয় কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি
জীৱনশৈলী

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

September 8, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

September 8, 2026
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
Next Post
‘ছলমানৰ নিৰাপত্তা বঢ়াই লাভ নাই’, আকৌ ধমকি ছলমানক, ধমকিৰ পাছত নিৰাপত্তাত কি কি পৰিবৰ্তন আহিল?

‘ছলমানৰ নিৰাপত্তা বঢ়াই লাভ নাই’, আকৌ ধমকি ছলমানক, ধমকিৰ পাছত নিৰাপত্তাত কি কি পৰিবৰ্তন আহিল?

পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় কোনো চৰাই বা বিমান উৰিব নোৱাৰে?

পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কিয় কোনো চৰাই বা বিমান উৰিব নোৱাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.