• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালাৰফুল লাইফ! ১০ হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক, ফুটবলাৰ বেঞ্জামিন এইবাৰ কিয় পৰিল আৰক্ষীৰ জালত?

কালাৰফুল লাইফ! ১০ হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক, ফুটবলাৰ বেঞ্জামিন এইবাৰ কিয় পৰিল আৰক্ষীৰ জালত?

3 years ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

20 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

1 hour ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

4 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কালাৰফুল লাইফ! ১০ হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক, ফুটবলাৰ বেঞ্জামিন এইবাৰ কিয় পৰিল আৰক্ষীৰ জালত?

editor by editor
July 1, 2023
in অপৰাধ, জীৱনশৈলী, বিশ্ব
0
কালাৰফুল লাইফ! ১০ হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক, ফুটবলাৰ বেঞ্জামিন এইবাৰ কিয় পৰিল আৰক্ষীৰ জালত?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ বিতৰ্কত সোমাই পৰিছে ফ্ৰান্সৰ বিশ্বকাপজয়ী ফুটবলাৰ বেঞ্জামিন মেণ্ডি। এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ফুটবলাৰ গৰাকীৰ বিৰুদ্ধে। এই অভিযোগ ইমানতেই সীমাবদ্ধ নহয়। এই অভিযোগ পোহৰলৈ অহাৰ পিছতেই তেওঁৰ বিৰুদ্ধে আহিছে আন কেইবাটাও অভিযোগ। পোহৰলৈ অহা খবৰ অনুসৰি বিখ্যাত ফুটবলাৰগৰাকীয়ে বৰ্তমানলৈ ১০হাজাৰ মহিলাৰ সৈতে সম্পৰ্কত লিপ্ত হৈছে।

মানচেষ্টাৰ চিটিৰ তাৰকা বেঞ্জামিন মেণ্ডিৰ বিৰুদ্ধে সম্প্ৰতি এই অভিযোগ উত্থাপিত হৈছে। তেওঁ একাধিক মহিলাৰ সৈতে সম্পৰ্কত থকাৰো অভিযোগ আহিছে। তদন্তত তেওঁক দোষী প্ৰমাণিত কৰিছে। ইয়াৰপাছতেই আৰক্ষীয়ে দিয়া প্ৰতিবেদনমতে ১০হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে বেঞ্জামিনে।ৰিপৰ্ট অনুসৰি মেণ্ডিয়ে সম্প্ৰতি এগৰাকী তৰুণীক অত্যাচাৰ চলোৱাৰ খবৰ ভাইৰেল হৈছে। খবৰ অনুসৰি বেঞ্জামিনে বিষয়টো পোহৰলৈ অহাত কয় যে, ‘এয়া সাধাৰণ কথা। মই ১০হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা! আয়ুষ্মান ভাৰতৰ অধীনত ট্ৰেন্সজেণ্ডাৰসকললৈ বিশেষ সুবিধা

বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা! আয়ুষ্মান ভাৰতৰ অধীনত ট্ৰেন্সজেণ্ডাৰসকললৈ বিশেষ সুবিধা

জুলাই মাহতেই মহাদেৱৰ আশীৰ্বাদ পাব! বিৰল যোগত সুখকৰ জীৱন কটাব এই ৫ৰাশিৰ লোকে

জুলাই মাহতেই মহাদেৱৰ আশীৰ্বাদ পাব! বিৰল যোগত সুখকৰ জীৱন কটাব এই ৫ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.