• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭৮ কোটিৰ বিমান, ৪৮কোটিৰ হেলিকপ্টাৰ! কল্যাণ জুৱেলাৰ্ছৰ মালিক কোন জানেনে?

১৭৮ কোটিৰ বিমান, ৪৮কোটিৰ হেলিকপ্টাৰ! কল্যাণ জুৱেলাৰ্ছৰ মালিক কোন জানেনে?

3 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

8 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

9 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

9 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

10 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

11 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

12 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

12 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

13 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

13 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

14 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

15 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৭৮ কোটিৰ বিমান, ৪৮কোটিৰ হেলিকপ্টাৰ! কল্যাণ জুৱেলাৰ্ছৰ মালিক কোন জানেনে?

editor by editor
July 13, 2023
in জীৱনশৈলী, বাণিজ্য
0
১৭৮ কোটিৰ বিমান, ৪৮কোটিৰ হেলিকপ্টাৰ! কল্যাণ জুৱেলাৰ্ছৰ মালিক কোন জানেনে?
0
SHARES
794
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত এক দশক ধৰি ভাৰতত বিলিয়নাৰৰ সংখ্যা উল্লেখনীয় হাৰত বৃদ্ধি পাইছে। ব্যৱসায়ীসকলৰ অধিকাংশই অসামান্য জীৱনযাপন কৰে। বিলাসবহুল গাড়ী, বিলাসবহুল ঘৰৰ প্ৰতি আগ্ৰহী হৈ উঠিছে বহুলোকেই। ইয়াৰ ভিতৰতেই এজন হৈছে কেৰালাৰ ব্যৱসায়ী কল্যাণৰামণ।কল্যাণ জুৱেলাৰ্ছ আৰু কল্যাণ ডেভলপাৰ্ছৰ চেয়াৰমেল আৰু মেনেজিং ডাইৰেক্টৰ হৈছে কল্যাণৰাম।

টিএছ কল্যাণৰামনৰ ব্যৱসায়ীক যাত্ৰা খুব কম বয়সতেই আৰম্ভ হৈছিল। ১২ বছৰ বয়সতেই এই যাত্ৰা আৰম্ভ হৈছিল। কল্যাণৰামন বৰ্তমান ভাৰতৰ অন্যতম ডাঙৰ জুৱেলাৰী ব্যৱসায়ী। কল্যাণ জুৱেলাৰ্ছৰ প্ৰথম ষ্টোৰখন খোলা হৈছিল ১৯৯৩ চনত। তেওঁ এই জুৱেলাৰ্ছৰ বৰ্তমান সময়ত মূল্য প্ৰায় ৮৪০৭ কোটি টকা। টিএছ কল্যাণৰাম এতিয়া কেৱল এই সম্পত্তিৰ মালিকেই নহয়। তেওঁৰ আছে তিনিখনকৈ ৰোলছ ৰয়েলছ, যাৰ মাজত এখন ৰোলছ ৰয়েলছ ফেণ্টম চিৰিজ১ আৰু ফেণ্টম চিৰিজ-২ মডেলৰ।

বিখ্যাত ৰোলছ ৰয়েলছৰ একোখন বাহনৰ দামেই প্ৰায় ১০ কোটি টকা। এই বিলাসবহুল গাড়ীত V12পেট্ৰল ইঞ্জিন আছে। ইয়াৰোপৰি তেওঁ এখন জেট হেলিকপ্টাৰৰো মালিক। এমবিয়াৰাৰ লিগেছী ৬৫০ৰ মালিক তেওঁ। যাৰ মূল্য প্ৰায় ১৭৮ কোটি টকা। কল্যানৰামৰ হাতত আছে বেল ৪২৭ হেলিকপ্টাৰো। এই হেলিকপ্টাৰ কানাডাত তৈয়াৰ কৰা। এই হেলিকপ্টাৰৰ দাম প্ৰায় ৪৮কোটি টকা।

কল্যাণ জুৱেলাৰ্ছ টি এছ কল্যানৰামনে প্ৰতিষ্ঠা কৰিছিল। ১৯৯৩চনত ভাৰতৰ কেৰালাত ৭৫লাখ টকাৰে তেওঁ পোনতে এই শ্বৰুম আৰম্ভ কৰে। প্ৰাথমিকভাৱে কল্যাণ জুৱেলাৰ্ছে দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালা, তামিলনাডু, কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত আৰম্ভ হৈছিল। ২০১২ চনত গুজৰাটৰ আহমেদাবাদত এটা শ্বৰুম আৰম্ভ কৰি অমিতাভ বচ্চনক জাতীয় ব্ৰেণ্ড এম্বেচাডৰ হিচাপে ঘোষণা কৰে। বৰ্তমান কল্যাণৰামনৰ ভাৰতৰ বাহিৰতো ৩০ টাকৈ শ্ব ৰুম আছে। দেশ আৰু বিদেশসহিতে ২০২০ চনলৈকে কল্যাণ জুৱেলাৰ্ছৰ ১৩৭টাৰো অধিক শ্বৰুম আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!
জীৱনশৈলী

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

April 30, 2026
Next Post
কাইলৈ চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩! সৌৰজগতৰ উৎপত্তি কেনেকৈ হৈছিল এক্সক্লুছিভ তথ্য ইছৰোৰ বিজ্ঞানীৰ হাতত! উৎক্ষেপণৰ লাইভ ষ্ট্ৰিমিং আপুনিও চাব পাৰিব, কিন্তু কেনেকৈ?

কাইলৈ চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩! সৌৰজগতৰ উৎপত্তি কেনেকৈ হৈছিল এক্সক্লুছিভ তথ্য ইছৰোৰ বিজ্ঞানীৰ হাতত! উৎক্ষেপণৰ লাইভ ষ্ট্ৰিমিং আপুনিও চাব পাৰিব, কিন্তু কেনেকৈ?

মাতৃ বিদ্যালয়ৰ ৰান্ধনী, দাৰিদ্ৰতাক জয় কৰি IAS অফিচাৰ হ’ল পুত্ৰ ডোংৰা, এই যাত্ৰাৰ আঁৰৰ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

মাতৃ বিদ্যালয়ৰ ৰান্ধনী, দাৰিদ্ৰতাক জয় কৰি IAS অফিচাৰ হ’ল পুত্ৰ ডোংৰা, এই যাত্ৰাৰ আঁৰৰ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.