• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩! সৌৰজগতৰ উৎপত্তি কেনেকৈ হৈছিল এক্সক্লুছিভ তথ্য ইছৰোৰ বিজ্ঞানীৰ হাতত! উৎক্ষেপণৰ লাইভ ষ্ট্ৰিমিং আপুনিও চাব পাৰিব, কিন্তু কেনেকৈ?

কাইলৈ চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩! সৌৰজগতৰ উৎপত্তি কেনেকৈ হৈছিল এক্সক্লুছিভ তথ্য ইছৰোৰ বিজ্ঞানীৰ হাতত! উৎক্ষেপণৰ লাইভ ষ্ট্ৰিমিং আপুনিও চাব পাৰিব, কিন্তু কেনেকৈ?

3 years ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

6 minutes ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

1 hour ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

1 hour ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

2 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

2 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

3 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

3 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

4 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

5 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

5 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

7 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

কাইলৈ চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩! সৌৰজগতৰ উৎপত্তি কেনেকৈ হৈছিল এক্সক্লুছিভ তথ্য ইছৰোৰ বিজ্ঞানীৰ হাতত! উৎক্ষেপণৰ লাইভ ষ্ট্ৰিমিং আপুনিও চাব পাৰিব, কিন্তু কেনেকৈ?

editor by editor
July 13, 2023
in বিজ্ঞান, বিশ্ব, ভাৰত, লেখা
0
কাইলৈ চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩! সৌৰজগতৰ উৎপত্তি কেনেকৈ হৈছিল এক্সক্লুছিভ তথ্য ইছৰোৰ বিজ্ঞানীৰ হাতত! উৎক্ষেপণৰ লাইভ ষ্ট্ৰিমিং আপুনিও চাব পাৰিব, কিন্তু কেনেকৈ?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ মিছন চলাব ভাৰতৰ মহাকাশ সংস্থাই। ইছৰোৰ যানে চন্দ্ৰপৃষ্ঠত সফল লেণ্ডিং কৰিবলৈকে সমূহ পৰীক্ষা-নিৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰিছে ইছৰোৰ বিজ্ঞানীয়ে। চন্দ্ৰযান-৩ মিছন সফল হ’লে চন্দ্ৰৰ বুকুত অভিযান চলোৱা ভাৰত হ’ব চতুৰ্থখন দেশ। ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ পূৰ্বে চীন, ৰাছিয়া আৰু আমেৰিকাই যান প্ৰেৰণ কৰিছে। কাইলৈ অৰ্থাৎ ১৪ জুলাইত শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱানে স্পেছ চেণ্টাৰৰ দ্বিতীয় লঞ্চ পেডৰ পৰা ভেহিকেল মাৰ্ক-৩ (LVM-3)ত চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩। দুপৰীয়া ২বাজি ৩৫ মিনিটত যাত্ৰা আৰম্ভ কৰিব এই ৰকেটখনে। পৃথিৱীৰ পৰা প্ৰায় ৩লাখ ৮৪ হাজাৰ কিঃমিঃ দূৰত্বলৈ গৈ চন্দ্ৰযান-৩য়ে অভিযান চলাব।

চন্দ্ৰযান-৩ উৎক্ষেপনৰ লাইভ ষ্ট্ৰিমিং কেনেকৈ চাব পাৰিব?

চন্দ্ৰযান-৩ উৎক্ষেপনৰ লাইভ ষ্ট্ৰিমিং চাব পৰাৰ ব্যৱস্থা কৰিছে ইছৰোই। https://www.youtube.com/watch?v=q2ueCg9bvvQ ত লাইভ ষ্ট্ৰিমিং চাব পাৰিব আগ্ৰহীসকলে। নটিফিকেছন অন কৰি থলেই পূৰ্বে এলাৰ্ট লাভ কৰিব আপুনি। চন্দ্ৰযান-৩ মিছনৰ মাধ্যমেৰে চন্দ্ৰৰ মাটি, ভূকম্পন, চন্দ্ৰ পৃষ্ঠত প্লাজমাৰ পৰিবেশ আৰু মৌলিক গঠনৰ তাপ পদাৰ্থগত বৈশিষ্ঠ্যক লৈ পৰীক্ষা নিৰীক্ষা চলাব বিজ্ঞানীৰ দলে। চন্দ্ৰযান-২ৰ অভিযান সফল কৰিব নোৱাৰাৰ বাবেই চন্দ্ৰযান-৩ চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হৈছে ইছৰো। এইবাৰ ইছৰোয়ে একাধিত উন্নত প্ৰযুক্তিৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি চন্দ্ৰযান-৩ পঠিয়াবলৈ সাজু হৈছে।

চলিত বছৰৰ মাৰ্চত চন্দ্ৰযান-৩ৰ প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ কাম সম্পন্ন হৈছে। উৎক্ষেপণৰ সময়ত কম্পন আৰু শব্দ সহ্য কৰিবলৈ সক্ষম এই মহাকাশযান।
উৎক্ষেপনৰ পাছত আগন্তুক আগষ্ট মাহৰ শেষৰফালে চন্দ্ৰ পাবলৈ চন্দ্ৰযান-৩। চন্দ্ৰত উপস্থিত হ’বলৈ মহাকাশযানখনৰ সময় লাগিব পাৰে ৪৫ৰ পৰা ৪৮ দিন। আগষ্টৰ ২৩ অথৱা ২৪ তাৰিখে চন্দ্ৰযান-৩ চন্দ্ৰত উপস্থিত হ’ব।

চন্দ্ৰত ক’ত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে? 

চন্দ্ৰৰ কক্ষপথত প্ৰৱেশৰ পাছতেই চন্দ্ৰপৃষ্ঠত মহাকাশযানখনৰ অৱতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ইছৰোই। অৱতৰণ প্ৰক্ৰিয়া ইছৰোই আৰম্ভ কৰিলে প্ৰপালছন মডিউলৰ পৰা ছিন্ন হ’ব এই মহাকাশযান। লেণ্ডাৰ আৰু ৰোভাৰটিকৰ সৈতে চন্দ্ৰৰ ফালে আগুৱাই যাব এই যান। ইয়াৰপাছতেই এটা নিৰ্দিষ্ট স্থানত চফট লেণ্ডিং কৰিব চন্দ্ৰযান-৩য়ে। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত লেণ্ডিং কৰিব এই যানে।

চন্দ্ৰৰ দক্ষিণ মেৰু অংশটো অত্যন্ত ৰুক্ষ। বিশালকায় গাঁত, শিলৰ পাহাৰ আছে এই অংশত। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত গৱেষণাৰ কাম কৰিবলৈ সহজ। ভাৰতেই হ’ব প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিব। এই অভিযান যদি সফল হয় তেন্তে ভাৰতৰ হাতলৈ আহিব অইন তিনি দেশে লাভ কৰাতকৈয়ো অধিক তথ্য। যিয়ে ভৱিষ্যতত গৱেষণাৰ কাম কাজ কৰাত সহায় কৰিব। সৌৰজগতৰ উৎপত্তি সম্বন্ধীয় তথ্যও ভাৰতৰ বিজ্ঞানীয়ে লাভ কৰিবলৈ সহজ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

August 18, 2026
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
Next Post
মাতৃ বিদ্যালয়ৰ ৰান্ধনী, দাৰিদ্ৰতাক জয় কৰি IAS অফিচাৰ হ’ল পুত্ৰ ডোংৰা, এই যাত্ৰাৰ আঁৰৰ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

মাতৃ বিদ্যালয়ৰ ৰান্ধনী, দাৰিদ্ৰতাক জয় কৰি IAS অফিচাৰ হ’ল পুত্ৰ ডোংৰা, এই যাত্ৰাৰ আঁৰৰ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

মাত্ৰ ২০লাখতেই মাস্কে ভাৰতীয়ক দিব টেছলাৰ বাহন, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা বাৰে বাৰে কিয় কৰিছে টেছলাৰ CEO এলন মাস্কে?

মাত্ৰ ২০লাখতেই মাস্কে ভাৰতীয়ক দিব টেছলাৰ বাহন, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা বাৰে বাৰে কিয় কৰিছে টেছলাৰ CEO এলন মাস্কে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.