• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লালকিল্লা পাৰ হৈ উচ্চতম ন্যায়ালয়লৈকে পানী! ডুবিল ৰাজঘাট, মুখ্যমন্ত্ৰীৰ ভৱন, বান পৰিস্থিতি নিয়ন্ত্ৰণ কেনেকৈ কৰিছে কেজৰিৱাল চৰকাৰে?

লালকিল্লা পাৰ হৈ উচ্চতম ন্যায়ালয়লৈকে পানী! ডুবিল ৰাজঘাট, মুখ্যমন্ত্ৰীৰ ভৱন, বান পৰিস্থিতি নিয়ন্ত্ৰণ কেনেকৈ কৰিছে কেজৰিৱাল চৰকাৰে?

3 years ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

17 minutes ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

2 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

2 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

3 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

3 hours ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

6 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

6 hours ago
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

7 hours ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

7 hours ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

8 hours ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

8 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লালকিল্লা পাৰ হৈ উচ্চতম ন্যায়ালয়লৈকে পানী! ডুবিল ৰাজঘাট, মুখ্যমন্ত্ৰীৰ ভৱন, বান পৰিস্থিতি নিয়ন্ত্ৰণ কেনেকৈ কৰিছে কেজৰিৱাল চৰকাৰে?

editor by editor
July 14, 2023
in ভাৰত
0
লালকিল্লা পাৰ হৈ উচ্চতম ন্যায়ালয়লৈকে পানী! ডুবিল ৰাজঘাট, মুখ্যমন্ত্ৰীৰ ভৱন, বান পৰিস্থিতি নিয়ন্ত্ৰণ কেনেকৈ কৰিছে কেজৰিৱাল চৰকাৰে?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লালকিল্লা কালিয়েই বুৰিছিল। আজি উচ্চতম ন্যায়ালয়ৰ কাষ পাইছেহি যমুনাৰ পানী। ডুবি গৈছে সমগ্ৰ ৰাজঘাট এলেকাও। বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে দিল্লী প্ৰশাসন। দিল্লী চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি দিল্লীৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বান নিয়ন্ত্ৰক এটা যন্ত্ৰ বিকল হৈ যোৱাৰ বাবেই দিল্লীৰ চহৰৰ ভিতৰলৈকে পানী সোমাই আহিছে। এই পৰিস্থিতিত দিল্লীৰ কেইবাটাও এলেকাত বিদ্যুত সংযোগ বিচ্ছিন্ন হৈ পৰিছে।

উদ্ধাৰকাৰী দলে বান বিধ্বস্ত এলেকাসমূহত যুদ্ধকালীন তৎপৰতাৰে লোকসকলক উদ্ধাৰৰ চেষ্টা চলাইছে। বৰ্তমানলৈকে পানীত তলত আছে বহু এলেকা। দিল্লীৰ ঘৰ, ৰাস্তাঘাট, পৰ্যটনস্থল সকলো ডুব গৈছে। ৰাস্তাত পানী বৈ থকাৰ বাবে বন্ধ হৈ পৰিছে যানবাহনৰ চলাচল। ইয়াৰ মাজতেই অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাক সাৱধান হ’বলৈ আহ্বান জনাইছে। চেণ্ট্ৰেল ৱাটাৰ কমিছনাৰে জনোৱা অনুসৰি, বৃহস্পতিবাৰে আবেলিৰ ভাগলৈ যমুনাৰ জলস্তৰ কিছু কমিছে। বৃহস্পতিবাৰে নিশা যমুনাৰ জলস্তৰ আছিল ২০৮.৬৬মিটাৰ। শুকুৰবাৰে পুৱাৰ ভাগত যমুনাৰ জলস্তৰ হৈছে ২০৮.৪৬ মিটাৰলৈ হ্ৰাস পাইছে। ৱাটাৰ কমিছনৰ তৰফৰ পৰা জনোৱামতে যমুনাৰ জলস্তৰ আজি আৰু কমাৰ পূৰ্ণ সম্ভাৱনা আছে।

দিল্লীৰ বান পৰিস্থিতি ভয়াৱহ হৈ পৰাত ১৬ জুলাই পৰ্যন্ত বিদ্যালয়, কলেজ আদি বন্ধ ৰখাৰ নিৰ্দেশ দিছে দিল্লী প্ৰশাসনে। দিল্লীৰ বান পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। বৃহস্পতিবাৰে ফান্সলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী মোদী। কিন্তু তাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰি দিল্লীৰ পৰিস্থিতিৰ ওপৰত পূৰ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে।

যমুনাৰ জলস্তৰ বৃদ্ধিৰ ফলতেই বন্ধ হৈ পৰিছে ওয়াজিৰাবাদ, চন্দ্ৰৱাল আৰু ওখলা জল পৰিশোধন কেন্দ্ৰ। পানী পৰিশোধন কেন্দ্ৰ বন্ধ হোৱাৰ ফলতেই পানীৰ তীব্ৰ সংকটে দেখা দিছে দিল্লীবাসীৰ মাজত। বানৰ কবলত পৰিছে খোদ মুখ্যমন্ত্ৰীও। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৱাস চৌহদত সোমাই পৰিছে পানী। এই পৰিস্থিতিত দেওবাৰ পৰ্যন্ত স্কুল, কলেজ, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখাৰো নিৰ্দেশ দিছে দিল্লী চৰকাৰে। ইপিনে বেচৰকাৰী সংস্থাৰ সকলোকে ৱৰ্ক ফৰ্ম হোম কৰিবলৈকো নিৰ্দেশ দিছে দিল্লী প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?
জীৱনশৈলী

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

May 16, 2026
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে
জীৱনশৈলী

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

May 16, 2026
Next Post
প্ৰেমৰ টানত ভাৰতলৈ অহা পাকিস্তানৰ বোৱাৰী সীমাক লৈ চৰ্চা! সীমা পাকিস্তানলৈ উভতি নগ’লে ২৬/১১ ৰ পুনৰাবৃত্তি হ’ব বুলি ধমকি মুম্বাই আৰক্ষীক

প্ৰেমৰ টানত ভাৰতলৈ অহা পাকিস্তানৰ বোৱাৰী সীমাক লৈ চৰ্চা! সীমা পাকিস্তানলৈ উভতি নগ’লে ২৬/১১ ৰ পুনৰাবৃত্তি হ’ব বুলি ধমকি মুম্বাই আৰক্ষীক

মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.