• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গীতাৰ পৰা অনুপ্ৰাণিত হৈয়েই পৰমাণু বোমা তৈয়াৰ কৰিছিল! পৰমাণু বোমাৰ সৃষ্টিকৰ্তা অপেনহাইমাৰে কিয় কৈছিল, ‘এই বোমাই মোকো হত্যা কৰিলে।’

গীতাৰ পৰা অনুপ্ৰাণিত হৈয়েই পৰমাণু বোমা তৈয়াৰ কৰিছিল! পৰমাণু বোমাৰ সৃষ্টিকৰ্তা অপেনহাইমাৰে কিয় কৈছিল, ‘এই বোমাই মোকো হত্যা কৰিলে।’

3 years ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

10 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

13 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

13 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

13 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

14 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

15 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

16 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

17 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

17 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

19 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

20 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গীতাৰ পৰা অনুপ্ৰাণিত হৈয়েই পৰমাণু বোমা তৈয়াৰ কৰিছিল! পৰমাণু বোমাৰ সৃষ্টিকৰ্তা অপেনহাইমাৰে কিয় কৈছিল, ‘এই বোমাই মোকো হত্যা কৰিলে।’

editor by editor
July 20, 2023
in বিবিধ, বিশ্ব
0
গীতাৰ পৰা অনুপ্ৰাণিত হৈয়েই পৰমাণু বোমা তৈয়াৰ কৰিছিল! পৰমাণু বোমাৰ সৃষ্টিকৰ্তা অপেনহাইমাৰে কিয় কৈছিল, ‘এই বোমাই মোকো হত্যা কৰিলে।’
0
SHARES
609
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭৮ বছৰ পূৰ্বে প্রথমবাৰ পৰমাণু বোমাৰ ধ্বংসলীলা দেখিছিল বিশ্বই। ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্ঠত জাপানৰ হিৰোছিমা আৰু নাগাচাকিত চলিছিল পাৰমাণৱিক আক্ৰমণ। পাৰমাণৱিক বোমা তৈয়াৰ কৰিছিল ৰবাৰ্ট জে অপেনহাইমাৰে। চলিত বছৰৰেই ২১ জুলাইত মুক্তিলাভ কৰিব তেওঁৰ বায়োপিক ‘অপেনহাইমাৰ’এ। ক্ৰিষ্টোফাৰ নোলান পৰিচালিত এই চিনেমাক লৈ তুংগত উঠিছে জল্পনা কল্পনা। কেনে আছিল অপেনহাইমাৰৰ জীৱন ধাৰা? ব্যক্তিগত জীৱনৰ কথাবোৰো তেওঁৰ বায়োপিকত যিহেতু আছে সেয়ে চাবলৈ আগ্ৰহী এতিয়া বহুজন।

পৰিচালক নোলানে এই চিনেমাখনৰ ছাচপেঞ্চ সম্পূৰ্ণৰূপে বজাই ৰাখিছে। ছবিখনত অপেনহাইমাৰৰ বহু অজানা তথ্য থাকিব বুলিহে জনাইছে পৰিচালক নোলানে। নিউ মেক্সিকোৰ লছ আলামোছ লেৱৰটৰীৰ দায়িত্বত আছিল অপেনহাইমাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পৰমাণু বোমা তৈয়াৰ কৰাৰ বাবে মেনহাটন প্ৰকল্প আৰম্ভ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই। এই প্ৰকল্পত নিয়োগ কৰা হৈছিল ২০হাজাৰ বিজ্ঞানী। এই বিজ্ঞানীৰ দলটোৰ নেতৃত্ব দিছিল অপেনহাইমাৰে। অপেনহাইমাৰে তৈয়াৰ কৰা এই পৰমাণু বোমাৰ শক্তি হিৰোছিমা-নাগাচাকিৰ লগতে বিশ্বই দেখিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত আৰম্ভ হৈছিল শীতল যুদ্ধ। দুই দেশৰ মাজত চলিছিল পাৰমাণৱিক অস্ত্ৰৰ প্ৰতিযোগীতা। অৱশ্যে কোনো দেশেই তাৰপিছত আৰু এই বোমাৰ ব্যৱহাৰ এতিয়ালৈ কৰা নাই।

Father of Atom Bomb অপেনহাইমাৰৰ মূৰত কেনেকৈ এই চিন্তা আহিছিল সেই লৈ আজিও অব্যাহত আছে চৰ্চা। ১৯৪৫ চনৰ ১৬ জুলাইত লছ আলামোছৰ প্ৰায় ৩৪০ কিঃমিঃ দক্ষিণত পৰমাণু বোমা পৰীক্ষা কৰিছিল অপেনহাইমাৰ আৰু তেওঁৰ বৈজ্ঞানিক সংগীসকলে। ইতিহাসত এই ঘটনা ‘ট্ৰিনিটি টেষ্ট’ হিচাপে পৰিচিত। ইয়াৰবাবে কেইবাবছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰিছিল অপেনহাইমাৰে।

সাম্প্ৰতিক সময়ত চলা এক গৱেষণাত পোহৰলৈ আহিছে যে ভাগৱত গীতাৰ পৰা অনুপ্ৰাণিত হৈছিল এই প্ৰকল্পত জড়িত থকা বিজ্ঞানীসকল। ট্ৰিনিটি টেষ্টৰ পাছতেই ভয়ো খাইছিন অপেনহাইমাৰে। মানৱ সভ্যতা ধ্বংস হৈ যাব বুলি ভয় কৰিছিল অপেনহাইমাৰে। এই প্ৰশ্নই তেওঁক কুটি কুটি খাইছিল। সেই সময়তেই মনক শান্ত কৰিবলৈ গীতাৰ আশ্ৰয় লৈছিল অপেনহাইমাৰে। ১৯৬৫ চনত এক অনুষ্ঠানত বক্তব্য ৰাখিবলৈ গৈ গীতাৰ বাণী উদ্ধৃতি দি ভাষণ আৰম্ভ কৰিছিল অপেনহাইমাৰে।

অপেনহাইমাৰে তেওঁৰ ভাষণত কৈছিল, ‘কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক তেওঁৰ কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিছিল শ্ৰী কৃষ্ণই। অৰ্জুনক বিশ্বৰূপ দৰ্শণ কৰায় কৃষ্ণই। তেওঁ বুজাইছিল যে, তেওঁ সৃষ্টি আৰু ধ্বংসৰো দেৱতা। এই কথা শ্ৰীকৃষ্ণক কোৱাৰ পাছতেই কৰ্তব্য পালন কৰাৰ পৰা আৰু পিছুৱাই নাহিল অৰ্জূন।’ জাপানৰ পৰমাণু আক্ৰমণক লৈয়ো অপেনহাইমাৰে মন্তব্যত কৈছিল, ‘এই বোমাই মোৰ মনটোকো হত্যা কৰিলে।’ তেওঁৰ সেই উক্তি আজিও প্ৰচলিত। অপেনহাইমাৰৰ প্ৰসংগত মাৰ্কিণ ইতিহাসবীদ জেমছ এ হিজিয়াৰে কয়, ‘বিবেকৰ দংশনতেই ভাগৱত গীতাৰ আশ্ৰয় লৈছিল অপেনহাইমাৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

July 6, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ
বাণিজ্য

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
Next Post
ভালখবৰ, চন্দ্ৰযান-৩ য়ে সফলভাৱে প্ৰৱেশ কৰিলে পৃথিৱীৰ ৪ৰ্থ কক্ষপথত, কেতিয়া চন্দ্ৰৰ কক্ষপথ পাবগৈ চন্দ্ৰযান-৩?

ভালখবৰ, চন্দ্ৰযান-৩ য়ে সফলভাৱে প্ৰৱেশ কৰিলে পৃথিৱীৰ ৪ৰ্থ কক্ষপথত, কেতিয়া চন্দ্ৰৰ কক্ষপথ পাবগৈ চন্দ্ৰযান-৩?

‘খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে

'খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.