• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰ নাই, কাৰ্যালয়ত থাকে, কাম কৰে ১২০ ঘণ্টা! জীৱনশৈলীক লৈ কি ক’লে এল’ন মাস্কে?

ঘৰ নাই, কাৰ্যালয়ত থাকে, কাম কৰে ১২০ ঘণ্টা! জীৱনশৈলীক লৈ কি ক’লে এল’ন মাস্কে?

3 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

1 hour ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

2 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

2 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

3 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

4 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

4 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

5 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

7 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

7 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰ নাই, কাৰ্যালয়ত থাকে, কাম কৰে ১২০ ঘণ্টা! জীৱনশৈলীক লৈ কি ক’লে এল’ন মাস্কে?

editor by editor
July 31, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
ঘৰ নাই, কাৰ্যালয়ত থাকে, কাম কৰে ১২০ ঘণ্টা! জীৱনশৈলীক লৈ কি ক’লে এল’ন মাস্কে?
0
SHARES
405
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টুইটাৰ ক্ৰয় কৰাৰ পাছৰে পৰাই ব্যস্ততাৰ সীমা নাই Teslaৰ চিইঅ’ এলন মাস্কৰ। টুইটাৰ ক্ৰয়ৰ পাছৰে পৰাই ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে নতুন নতুন নীতি আনিছে মাস্কে। ইয়াৰোপৰি তেওঁৰ অন্যান্য ব্যৱসায়সমূহো আছে সেইসমূহক লৈয়ো ব্যস্ত থাকিব লাগে মাস্ক। স্পেছ এক্স, টেছলাকে ধৰি অইন কেইবাটাও কোম্পানী চম্ভালি আছে মাস্কে। এই পৰিস্থিতিত বিজি লাইফ এটাত কেনেকৈ সময় মিলাই চলে সেই সম্পৰ্কে শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে মাস্কে।

সপ্তাহত ১২০ ঘণ্টা কাম কৰে মাস্কে
এটা সাক্ষাৎকাৰত মাস্কে তেওঁৰ কৰ্মশৈলীৰ কথা প্ৰকাশ কৰিছে। তেওঁ কয়, ‘পূৰ্বেও সপ্তাহত মই ৮০ৰ পৰা ৯০ ঘণ্টা অকল কামেই কৰো। কিন্তু ২০২২ চনৰ অক্টোবৰ মাহৰ পৰা মোৰ ব্যস্ততা বাঢ়িছে। টুইটাৰ ক্ৰয়ৰ পাছৰে পৰাই এই ব্যস্ততা বৃদ্ধি পাইছে। এতিয়া মই সপ্তাহত ১২০ ঘণ্টা পৰ্যন্ত কাম কৰো। অৰ্থাৎ দৈনিক মই ১৭ঘণ্টাকৈ কাম কৰো। নিশা প্ৰায় ৩মান বজাত শুই পুৱা ৯ৰ পৰা ৯.৩০ বজাত সাৰ পাওঁ। দৈনিক মই ৬ঘণ্টামানহে শুওঁ।’

ঘৰ বুলিবলৈ নাই টুইটাৰৰ কাৰ্যালয়ৰ ছোফাতেই শুৱে মাস্ক
পূৰ্বেও ঘৰ নাছিল মাস্কৰ। এতিয়াও তেওঁৰ ঘৰ বুলিবলৈ কোনো আশ্ৰয়স্থল নাই। সেয়ে টুইটাৰৰ অফিচতেই নিশা কটায় মাস্কে। ইফালে টুইটাৰ ক্ৰয় কৰাৰ পাছত ব্যস্ততাও বৃদ্ধি পাইছে। কাৰ্যালয়তেই বিশেষ ছোফা আনি লৈছে মাস্কে। তাতেই নিশা যাপন কৰে বুলিও সাক্ষাৎকাৰত জনাইছে মাস্কে। ইয়াৰোপৰি টুইটাৰৰ মুখ্য কাৰ্যালয়ত কাম কৰি থকা কৰ্মচাৰীসকলকো কাৰ্যালয়ত থকাৰ ব্যৱস্থা কৰিছে মাস্কে। তেওঁ এই সন্দৰ্ভত কয়, ‘মই অফিচত শুও, কামো কৰো, অফিচেই মোৰ সৰ্বচ্চ। ইয়াৰ পৰাই মই সকলোবোৰ চোৱাচিতা কৰো। এনেকৈ বেছি দিন ইয়াতেই থকাটো সম্ভৱ নহয় যদিও মোৰ নিজাকৈ ঠিকনা নোহোৱালৈকে ইয়াতেই থাকিব লাগিব। টুইটাৰৰ কামকাজক লৈয়ো মোৰ কিছু চিন্তা আছে সেয়ে এনেকৈ থাকি কাম কৰি আছো। টুইটাৰৰ সকলোবোৰ ঠিক হৈ গ’লেই মোৰ জীৱনটো আকৌ আগৰদৰে নৰ্মেল হৈ পৰিব।’

মাস্কৰ জীৱনশৈলী কেনে?

মাস্কে টুইটযোগে নিজৰ জীৱনশৈলীৰ কথাও মাজে মাজে জনায়। কেৱল হিন্দু লোকেই ব্ৰতত থাকে তেনে নহয়। মাস্কেও ব্ৰতত থাকে। ব্ৰতত থকাটো স্বাস্থ্যসন্মত বুলিও মাস্কে জনাইছে। তেওঁ ওজন কমাবৰ বাবেই এই ব্ৰত কৰে বুলিও টুইটত জনাইছিল। ইয়াৰোপৰি খাদ্য তালিকাৰ কথাও তেঁও টুইটত উল্লেখ কৰিছে। তেওঁ লিখিছে যিমানেই অৱসাদ নাহক কিয় কাহানিও কেফেইন বা কফি নাখায় মাস্কে। স্বাস্থ্যৰ বাবে কফি বেয়া বাবেই তেওঁ কফি নাখায়, ইয়াৰোপৰি কফিৰ অপকাৰীতাৰ কথাও তেওঁ টুইটত উল্লেখ কৰিছে।

স্বাস্থ্যসন্মত ভাৱে চলাৰ পাছতো মাস্কৰ আছে এই ৰোগ
এলন মাস্ক মানুহজনেই খুল্লামখুল্লা। প্ৰত্যেকটো কথাই তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ভালপায়। ৰোগৰ কথাও তেওঁ তেনেকৈয়ে টুইটত শ্বেয়াৰ কৰিছে। মাস্কে তেওঁৰ প্ৰধান ৰোগ কঁকাল আৰু ডিঙিৰ বিষ বুলি জনাইছে। ব্যস্ততাপূৰ্ণ জীৱনৰ বাবেই তেওঁৰ এনে অসুবিধা হোৱা বুলি উল্লেখ কৰিছে। কিন্তু এই ৰোগৰ আঁৰত আন এটা কাৰণো আছে বুলি জনাইছে মাস্কে। এবাৰ তেওঁ এগৰাকী চুমু খেলুৱৈৰ সৈতে কুস্তি কৰিছিল। সেই চুমু খেলুৱৈয়ে উঠাই থেকেচা মাৰি দিয়াৰ পাছৰে পৰাই এই বিষ সংগী হৈ পৰিল বুলিও জনাইছে মাস্কে। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি ডায়াবেটিছত আক্ৰান্ত হৈ আছে মাস্ক। সেয়ে দৈনিক তেওঁ ডায়াবেটিছৰ ঔষধ গ্ৰহণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
Next Post
ৰাজনীতিৰ বাবেই মানৱীয়তা শেষ কৰিব নোৱাৰি! প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতাললৈ মমতা বেনাৰ্জী

ৰাজনীতিৰ বাবেই মানৱীয়তা শেষ কৰিব নোৱাৰি! প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতাললৈ মমতা বেনাৰ্জী

নিশাৰ ভাগত শিৱলিংগৰ পূজা কৰিলে তুষ্ট হয় মহাদেৱ, জানি লওক নিশা মহাদেৱক আৰাধনা কৰাৰ নিয়ম

নিশাৰ ভাগত শিৱলিংগৰ পূজা কৰিলে তুষ্ট হয় মহাদেৱ, জানি লওক নিশা মহাদেৱক আৰাধনা কৰাৰ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.