• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মণিপুৰ প্ৰসংগঃ I.N.D.I.Aৰ ২১ জনীয়া গোটে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

মণিপুৰ প্ৰসংগঃ I.N.D.I.Aৰ ২১ জনীয়া গোটে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

3 years ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

40 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

1 hour ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

3 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

3 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

4 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

5 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

6 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

20 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

20 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

20 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰ প্ৰসংগঃ I.N.D.I.Aৰ ২১ জনীয়া গোটে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

editor by editor
August 2, 2023
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
মণিপুৰ প্ৰসংগঃ I.N.D.I.Aৰ ২১ জনীয়া গোটে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মণিপুৰৰ হিংসাজৰ্জৰিত এলেকা পৰিদৰ্শন কৰা ২১ জনীয়া বিৰোধী গোট তথা ইণ্ডিয়াৰ সাংসদৰ এটা দলে লগ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক। বুধবাৰে পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ইণ্ডিয়াৰ সদস্যকেইজনে। ৰাষ্ট্ৰপতিৰ সন্মুখত মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা অৱগত কৰিবলৈকে লগ কৰিব দলটোৱে। ইয়াৰপূৰ্হে মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিৰোধীগোটৰ হৈ হিংসাজৰ্জৰিত মণিপুৰৰ প্ৰসংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ সৈতে আলোচনাৰ বাবে এক আৱেদন জনাইছিল।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে টুইটযোগে কয়, ‘২৯-৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰি অহা বিৰোধী দলসমূহৰ ২১ জন সাংসদে বুধবাৰে অৰ্থাৎ ২ আগষ্টৰ পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। এই সাক্ষাৎকাৰত ‘ইণ্ডিয়া’ৰ কেইবাজনো সদস্য উপস্থিত থাকিব। এই সাক্ষাৎকাৰৰ জৰিয়তে বিৰোধী নেতাসকলে মণিপুৰৰ হিংসা বন্ধ কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিষয়টো ৰাষ্ট্ৰপতিৰ সন্মুখত উত্থাপন কৰিব আৰু বিষয়টোত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচৰাৰ সম্ভাৱনা। বিৰোধী ইণ্ডিয়া গোটে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক বৰ্খাস্ত কৰাৰো দাবী ৰাখিব পাৰে।

এলায়েন্স অৱ বিৰোধী দলৰ(ইণ্ডিয়া)ৰ ২১ জনীয়া সাংসদৰ এটা প্ৰতিনিধি দলে ২৯ জুলাইত দুদিনীয়া ভ্ৰমণৰ বাবে মণিপুৰলৈ গৈছিল। প্ৰতিনিধি দলটোৱে এই ভ্ৰমণ সামৰি দিল্লীত উপস্থিত হৈ দিয়া এক সাক্ষাৎকাৰত কয় যে, বিগত তিনি মাহ ধৰি মণিপুৰত চলি থকা জাতিগত হিংসাৰ শীঘ্ৰে সমাধান নকৰিলে ই দেশত নিৰাপত্তাৰ সমস্যাও সৃষ্টি কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
Next Post
আপুনি ক্ৰয় কৰা ঔষধ আচল নে নকল? QRকোড স্কেন কৰিয়েই লাভ কৰিব পাৰিব তথ্য, কিন্তু কেনেকৈ?

আপুনি ক্ৰয় কৰা ঔষধ আচল নে নকল? QRকোড স্কেন কৰিয়েই লাভ কৰিব পাৰিব তথ্য, কিন্তু কেনেকৈ?

বিল গেটছৰ এই টিপছসমূহ মানি চলিলেই জীৱনত সফলতা লাভ কৰিব আপুনি

বিল গেটছৰ এই টিপছসমূহ মানি চলিলেই জীৱনত সফলতা লাভ কৰিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.