• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইনষ্টাগ্ৰামৰ পৰা ছানিয়াক আঁতৰালে ছোৱেইবে, ছানিয়া-ছোৱেইবৰ সম্পৰ্কক লৈ নতুন আপডেট

ইনষ্টাগ্ৰামৰ পৰা ছানিয়াক আঁতৰালে ছোৱেইবে, ছানিয়া-ছোৱেইবৰ সম্পৰ্কক লৈ নতুন আপডেট

3 years ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

5 minutes ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

33 minutes ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

1 hour ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

2 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

3 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

4 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

6 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

6 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

7 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

22 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

23 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইনষ্টাগ্ৰামৰ পৰা ছানিয়াক আঁতৰালে ছোৱেইবে, ছানিয়া-ছোৱেইবৰ সম্পৰ্কক লৈ নতুন আপডেট

editor by editor
August 6, 2023
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
ইনষ্টাগ্ৰামৰ পৰা ছানিয়াক আঁতৰালে ছোৱেইবে, ছানিয়া-ছোৱেইবৰ সম্পৰ্কক লৈ নতুন আপডেট
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছানিয়া মিৰ্জা আৰু ছোৱেইৱ মালিকৰ সম্পৰ্কক লৈ বিগত কেইবামাহ ধৰি অব্যাহত আছে চৰ্চা। ছোৱেইবৰ এটা বিশেষ কামক লৈ আকৌ আৰম্ভ হৈছে চৰ্চা। এই কামেই প্ৰমাণ কৰিছে আনুষ্ঠানিকভাৱে ছানিয়া-ছোৱেইবৰ বিচ্ছেদ হৈছে। পাকিস্তানৰ ৪১ বছৰীয়া অলৰাউণ্ডাৰ ছোৱেইব ব্যস্ত আচে কানাডাৰ লীগ খেলত। শুকুৰবাৰে ছোৱেইবে তেওঁৰ ইনষ্টাগ্ৰামৰ পৰা ‘হাজবেণ্ড টু এ ছুপাৰৱমেন ছানিয়া মিৰ্জা’ এই পৰিচয় আঁতৰাই দিছে। সেই স্থানতেই ছোৱেইবে লিখিছে, ‘ফাদাৰ টু ৱান ট্ৰু ব্লেছিং’। ছানিয়াৰ নাম আঁতৰাই দিয়াক লৈ এতিয়া সমগ্ৰতে আৰম্ভ হৈছে চৰ্চা। চৰ্চা চলিলেও দুয়োৱে কিন্তু বিষয়টোক লৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। ছোৱেইবেও ইনষ্ট্ৰা প্রফাইলত পৰিচয় সলনিক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই।

কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামৰ পৰা ছোৱেইবৰ সকলো ফটো ডিলিট কৰিছে ছানিয়া মিৰ্জাইয়ো। দুয়োৰে পৰিয়ালৰ এক ঘনিষ্ট সূত্ৰৰ দাবী, ‘ছানিয়া আৰু ছোৱেইব দুজনেই এই বিষয়টোক লৈ একো নকয়। এয়া তেওঁলোকৰ একান্তই ব্যক্তিগত কথা। তেওঁলোকৰ গোপনীয়াতাক সকলোৱে সন্মান কৰাটোৱেই সকলোৰে কাম্য।’

২০২৩ বৰ্ষৰ আৰম্ভণিৰে পৰাই ছানিয়া-ছোৱেইবৰ সম্পৰ্কক লৈ ওলাইছে বিভিন্ন গুজৱ। দুই দেশৰ দুগৰাকী ক্ৰীড়াবিদে একাধিক পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টসমূহেই প্ৰমাণ কৰিছে যে দুয়োৰে সম্পৰ্ক ঠিকে নাই। ছোৱেইবে শেহতীয়াকৈ দিয়া এটা পোষ্টত উল্লেখ কৰিছিল যে, তেওঁলোক দুয়োৱেই পেছাগত কামত পৃথকে পৃথকে থাকে। কৰ্মব্যস্ততাৰ বাবেই একেলগে দুয়োৱে ঈদো পালন কৰিব নোৱাৰিলে। ইফালে এটা পাক চেনেলেও প্ৰকাশ কৰা মতে, ‘তেওঁলোক এতিয়াও পৃথক হোৱা নাই। বিচ্ছেদৰ কথাও দুয়োৱে ভৱা নাই। বৈবাহিক সম্বন্ধত অলপ আচৰপ কাজিয়া থাকেই। ইয়াৰমানেই সম্পৰ্কত যতি পৰা নহয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!
জীৱনশৈলী

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

April 12, 2026
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?
জীৱনশৈলী

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

April 12, 2026
Next Post
মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

গতি, ভালপাইছিল শ্ৰেয়ছে! এই গতিয়েই কাল হ’ল শ্ৰেয়ছৰ পৰিয়ালৰ বাবে, বাইক ৰেচিং প্ৰতিযোগিতাত থিতাতে নিহত বাইকাৰ কোপাৰাম শ্ৰেয়ছ হৰিশ

গতি, ভালপাইছিল শ্ৰেয়ছে! এই গতিয়েই কাল হ’ল শ্ৰেয়ছৰ পৰিয়ালৰ বাবে, বাইক ৰেচিং প্ৰতিযোগিতাত থিতাতে নিহত বাইকাৰ কোপাৰাম শ্ৰেয়ছ হৰিশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.