• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটত আক্ৰান্ত হৈ মাত্ৰ কেইটামান দিনৰ অতিথি! চিৰবিদায়ৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহৰ অনুষ্ঠাৰ ১০ বছৰীয়া কন্যাৰ

কৰ্কটত আক্ৰান্ত হৈ মাত্ৰ কেইটামান দিনৰ অতিথি! চিৰবিদায়ৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহৰ অনুষ্ঠাৰ ১০ বছৰীয়া কন্যাৰ

3 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

6 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

7 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

7 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

7 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

8 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

9 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

10 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

11 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

12 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

13 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

14 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কটত আক্ৰান্ত হৈ মাত্ৰ কেইটামান দিনৰ অতিথি! চিৰবিদায়ৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহৰ অনুষ্ঠাৰ ১০ বছৰীয়া কন্যাৰ

editor by editor
August 11, 2023
in জীৱনশৈলী, বিশ্ব
0
কৰ্কটত আক্ৰান্ত হৈ মাত্ৰ কেইটামান দিনৰ অতিথি! চিৰবিদায়ৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহৰ অনুষ্ঠাৰ ১০ বছৰীয়া কন্যাৰ
0
SHARES
828
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অইন পাঁচটা শিশুৰ দৰে তেওঁ আব্দাৰ কৰা নাছিল পিতৃ-মাতৃক। যি বিচাৰিছিল সেয়া শুনি পিতৃ-মাতৃয়েই আচৰিত হৈ পৰিছিল। তেওঁ ১০ বছৰ বয়সতেই প্ৰেমিকৰ সৈতে বিয়াত বহিব খুজিছিল। পিতৃ-মাতৃক জনাইছিল যে সংসাৰ কৰি তেওঁ সন্তানৰ মাতৃও হ’ব খোজে। মাতৃ হোৱাৰ সপোন আধৰুৱা হৈ ৰ’লেও বিবাহৰ সপোন কিন্তু সঁচা হয়। মৃত্যুৰ ১২ দিন পূৰ্বে প্ৰেমিকৰ সৈতে বিয়া কৰাইছে ১০ বছৰীয়া এমা এডওৱাৰ্ডছে। নৰ্থ কেৰোলাইনৰ ৱালনাট কোভ এলেকাত কৰ্কট আক্ৰান্ত কন্যা শিশুটিৰ মনোকামনা পূৰণ কৰিবলৈকে পিতৃ-মাতৃয়ে আয়োজন কৰে বিবাহ অনুষ্ঠানৰ।

আমেৰিকান সংবাদমাধ্যম ‘নিউ ইয়ৰ্ক পোষ্ট’ৰ প্ৰতিবেদন অনুসৰি ২৯ জুনত প্ৰেমিৰ ডেনিয়েল মাৰ্ছেল ক্ৰিষ্টোফাৰ ‘ডিজে’ উইলিয়ামছৰ সৈতে বিবাহৰ অনুষ্ঠান আয়োজন কৰে এমাৰ পিতৃ-মাতৃয়ে। বিয়াবৰ ১২ দিন পাছত অৰ্থাৎ ১১ জুলাইত মৃত্যু হৈছে এমাৰ। এই সন্দৰ্ভত তেওঁৰ মাতৃ এলিনাই কয়, ‘এমাৰ সপোনবোৰ অন্য শিশুৰ দৰে নাছিল। এমাই কেতিয়াও আন শিশুৰ দৰে ডিজনিলেণ্ড যোৱাৰো সপোন দেখা নাছিল। এমাই সপোন দেখিছিল তেওঁ বিবাহ কৰাব। সন্তানৰ মাতৃ হ’ব।’

আইনগত বাধা থকা স্বত্ত্বেও নাৱালিকা কন্যাৰ ভুৱা বিবাহৰ আয়োজন কৰে এমাৰ পিতৃ-মাতৃয়ে। এই অনুষ্ঠানত সকলোবোৰ সঁচা বিবাহৰ দৰেকৈয়ে আয়োজন কৰা হ’ল। সংবাদমাধ্যমৰ আগত কন্যাৰ স্মৃতিচাৰণ কৰি এলিনাই কয়, ‘এমা বৰ মৰমলগা শিশু আছিল। মই সকলো সময়তে এই কথা কওঁ। আমি তাইৰ শেষ ইচ্ছা, বিবাহ কৰোৱা এই সপোনটোক পূৰ কৰিবলৈকে এই ভুৱা বিয়া পাতি দিলো।’

এডৱাৰ্ড দম্পত্তিয়ে লগতে কয়, ‘বিগত বৰ্ষৰ এপ্ৰিল মাহত হঠাৎ এমা অসুস্থ হৈ পৰিছিল। তাই পোনতে পৰি গৈছিল। তেতিয়াই ভৰিত আঘাত লাগিছিল। তাৰপিছতেই বমিও হ’বলৈ ধৰে। আমি লগে লগে এমাক হাস্পতাললৈ লৈ গ’লো। লগে লগে এমাৰ চিকিৎসাও আৰম্ভ হয়। কিন্তু চিকিৎসকে আমাৰ আচৰিত কৰি জনায় যে এমাৰ অস্থিমজ্জাত কৰ্কটে বাহৰ পাতিছে। তেজতো কৰ্কটৰ বীজানু আছে। একিউট লিম্ফোব্লাষ্টিক লিউকোমিয়াত আক্ৰান্ত এমা। সেই সময়ত চিকিৎসকে এমা সুস্থ হৈ উঠিব বুলি আশ্বাসো দিছিল। চিকিৎসকে কৈছিল শিশুসহ বয়স্কসকলৰ মাজত এই কৰ্কট বিৰল নহয়। কিন্তু পাছলৈ বিগত জুন মাহত চিকিৎসকে জনাই যে এমা আৰু এই পৃথিৱীত বেছি দিনৰ অতিথি নহয়।

মাতৃ এলিনাই এই সন্দৰ্ভত কয়, ‘চিকিৎসকৰ পৰা এনে কথা শুনিম আমি সপোনতো কল্পনা কৰা নাছিলো। আমি ভাৱিছিলো এমা সুস্থ হৈ উঠিব। এমাৰ কোনো চিকিৎসাই নাই সেই কথা সপোনৰো অগোচৰ আছিল।’ যাৱতীয় সকলো চেষ্টা কৰাৰ পাছতেই চিকিৎসকে জনায় যে, এমাৰ বিদায়ৰ ক্ষণ নিচেই কাষত। কন্যাৰ আসন্ন মৃত্যুসংবাদ লাভ কৰি তাইৰ ইচ্ছাপূৰণৰ কথাবোৰকেই পিতৃ-মাতৃয়ে গুৰুত্ব দিবলৈ ধৰিলে। এমাৰ সপোন বিয়া কৰোৱা, এই সপোনটো পূৰ কৰিবৰ বাবে এমাৰ প্ৰেমিক ডিজেৰ মাকক লগ কৰে এলিনাই। এলিনাই কন্যাৰ ইচ্ছাৰ কথা জনোৱাত ডিজেৰ মাতৃয়েও পূৰ্ণ সহযোগিতা আগবঢ়ায়। লগে লগেই দুয়োৰে বিবাহৰ দিন ধ্যাৰ্য কৰে এমাৰ মাতৃয়ে। অনুষ্ঠানটোত পবিত্ৰ বাইবেল পঢ়োৱাই এডৱাৰ্ডছ পৰিয়ালে কন্যাৰ বিবাহৰ অনুষ্ঠান আয়োজন কৰে।

এলিনাই লগতে কয়, ‘নাবালিকা কন্যাৰ বিবাহৰ সমস্ত উপহাৰ দান কৰি দিয়ে এমাৰ পিতৃ-মাতৃয়ে। এমাৰ বিবাহৰ ১২ দিন পাছতেই মৃত্যু হয়। কন্যাৰ মৃত্যুৰ পাছত শোকত ভাঙি পৰিছে এমাৰ পৰিয়াল। এমাৰ স্মৃতিচাৰণত এমাৰ মাতৃ এলিনাই কয়, ‘ডিজেৰ দৰে ইমান মৰমলগা শিশু ক’তো নাপাম। এমাক সঁচাকৈয়ে ভালপাইছিল সি।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম
জীৱনশৈলী

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

July 5, 2026
Next Post
মা শব্দটো শুনিব নোখোজে জাপানৰ ৪২ শতাংশ মহিলাই! সন্তানবিমুখতাই অন্ধকাৰ ভৱিষ্যতৰ দিশেৰে লৈ গৈছে জাপানক

মা শব্দটো শুনিব নোখোজে জাপানৰ ৪২ শতাংশ মহিলাই! সন্তানবিমুখতাই অন্ধকাৰ ভৱিষ্যতৰ দিশেৰে লৈ গৈছে জাপানক

৫টা লক্ষণঃ ছালত এই ৫ লক্ষণে দেখা দিলেই সতৰ্ক হওক, কৰ্কটৰো লক্ষণ হ’ব পাৰে

৫টা লক্ষণঃ ছালত এই ৫ লক্ষণে দেখা দিলেই সতৰ্ক হওক, কৰ্কটৰো লক্ষণ হ’ব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.