• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা শব্দটো শুনিব নোখোজে জাপানৰ ৪২ শতাংশ মহিলাই! সন্তানবিমুখতাই অন্ধকাৰ ভৱিষ্যতৰ দিশেৰে লৈ গৈছে জাপানক

মা শব্দটো শুনিব নোখোজে জাপানৰ ৪২ শতাংশ মহিলাই! সন্তানবিমুখতাই অন্ধকাৰ ভৱিষ্যতৰ দিশেৰে লৈ গৈছে জাপানক

3 years ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

3 minutes ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

55 minutes ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

2 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

3 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

3 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

5 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

5 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

6 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

7 hours ago
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

8 hours ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা শব্দটো শুনিব নোখোজে জাপানৰ ৪২ শতাংশ মহিলাই! সন্তানবিমুখতাই অন্ধকাৰ ভৱিষ্যতৰ দিশেৰে লৈ গৈছে জাপানক

editor by editor
August 11, 2023
in জীৱনশৈলী, বিশ্ব
0
মা শব্দটো শুনিব নোখোজে জাপানৰ ৪২ শতাংশ মহিলাই! সন্তানবিমুখতাই অন্ধকাৰ ভৱিষ্যতৰ দিশেৰে লৈ গৈছে জাপানক
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০০৫ চনত জন্মগ্ৰহণ কৰিছিল এনে বহু জাপানী মহিলাই যিসকলে কোনো দিন সন্তান জন্ম দিব নোৱাৰে। এইসকল এতিয়া জাপানৰ সামাজিক পৰিস্থিতিৰ পৰিপন্থী হৈ উঠিব পাৰে। এই কথা বাৰে বাৰে প্ৰচাৰ কৰিছে জাপানৰ বিভিন্ন সংবাদমাধ্যমে। জাপানৰ বিভিন্ন সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি ২০০৫ চনত জন্ম লোৱা যুৱতী মহিলাই কেতিয়াও মা শব্দটো শুনিবলৈ নাপাব। জাপানত এনে মহিলা বা যুৱতীৰ সংখ্যা প্ৰায় ৪২ শতাংশ।

জাপানী সংবাদমাধ্যম ‘নিক্কে’ই জনোৱা অনুসৰি জাপানৰ ভৱিষ্যত অন্ধকাৰৰ ফালে ঢাল খাইছে। ‘নিক্কে’ইৰ প্ৰতিবেদন অনুসৰি জাপানৰ ‘নেশ্ব্যনেল ইনষ্টিটিউট অৱ পপুলেশ্বন এণ্ড ছচিয়েল চিকিউৰিটি ৰিচাৰ্ছ’ৰ এক গৱেষণাত প্ৰকাশ কৰা অনুসৰি ২০০৫ চনত জন্ম লোৱা মহিলাসকলৰ ৪২ শতাংশই মাতৃ হ’ব নোৱাৰে।

ৰিপৰ্ট অনুসৰি জাপানী পুৰুষৰ মাজতো বিবাহৰ প্ৰতি অনিহা বাঢ়িছে। ১৮ বছৰ বয়সীয়া বেছিভাগ পুৰুষেই জনোৱা অনুসৰি তেওঁলোকে পিতৃ হ’ব নোখোজে। জাপানৰ পুৰুষ আৰু মহিলাৰ মাজত সন্তান জন্ম দিয়াৰ অনীহাৰ কাৰণেই এই পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি গৱেষণাত প্ৰমাণিত হৈছে। আমেৰিকা আৰু ইউৰোপতো একেই ঘটনা। গৱেষণাই কৈছে যে, প্ৰথম বিশ্বৰ দেশসমূহে অৰ্থনীতিৰ দিশৰ পৰা আগবাঢ়ি গ’লেও সন্তান আৰু বিবাহৰ দিশটোত তেওঁলোক পিছুৱাই গৈছে। পশ্চিমীয়া বহু দেশত ১৯৭০ চনত জন্মগ্ৰহণ কৰা মহিলাসকলৰ প্ৰায় ১০ শতাংশৰ পৰা ২০ শতাংশলৈকে সন্তান ধাৰণ কৰা নাই। জাপানত এই সংখ্যা ২৭ শতাংশৰ ওচৰেপাজৰে। আগন্তুক সময়ত এই পৰিসংখ্যা আৰু বৃদ্ধি হ’ব বুলিও জনাইছে জাপানে।

জাপান চৰকাৰে তৰুণ প্ৰজন্মক সন্তানধাৰণৰ বাবে উৎসাহিত কৰিবলৈ প্ৰচেষ্টা কৰিছে। পুৰুষসকলক বিবাহৰ প্ৰতি উৎসাহী কৰি তুলিবলৈকো চেষ্টা কৰিছে চৰকাৰে। এনেকৈ সন্তানবিমূখ হৈ গৈ থাকিলে জাপানৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব। সেয়ে চৰকাৰে যুৱতী আৰু যুৱকক সন্তান ধাৰণ আৰু বিবাহৰ বাবে উৎসাহী কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!
জীৱনশৈলী

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

August 22, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
Next Post
৫টা লক্ষণঃ ছালত এই ৫ লক্ষণে দেখা দিলেই সতৰ্ক হওক, কৰ্কটৰো লক্ষণ হ’ব পাৰে

৫টা লক্ষণঃ ছালত এই ৫ লক্ষণে দেখা দিলেই সতৰ্ক হওক, কৰ্কটৰো লক্ষণ হ’ব পাৰে

নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.