• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

3 years ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

6 minutes ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

59 minutes ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

1 hour ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

1 hour ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

2 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

3 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

3 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

4 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

4 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

5 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

16 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

editor by editor
August 29, 2023
in ভাৰত, ৰাজনীতি
0
আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি
0
SHARES
937
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘ৰাহুল গান্ধী পলৰীয়া নহয়। পৰাজয়ৰ পৰা শিক্ষা লৈ ৰাহুলে নতুনত্বৰ বাট বিচাৰে। সেই বাটত খোজ দিয়েই ৰাহুলে এইবাৰ দেখুৱাব জয় কাক কয়।’ এই মন্তব্য এজন কংগ্ৰেছ কৰ্মকৰ্তাৰ। দেশৰ ৰাজনীতিত এতিয়া ২৪ ৰ নিৰ্বাচনক লৈ ব্যস্ততা তুংগত উঠিছে। নৰেন্দ্ৰ মোদীতকৈ ২৪ ৰ নিৰ্বাচনত চৰ্চিত নাম হৈ পৰিছে ৰাহুল গান্ধী। বিৰোধী জোঁটৰ প্ৰধানমন্ত্ৰীৰ বাবে মনোনীত প্ৰাৰ্থী কোন হ’ব পাৰে সেই বিষয়টোক লৈয়ো চলিছে চৰ্চা। বিৰোধীৰ ক্ষমতাশালী নেতাসকলে কোনে ক’ৰ পৰা নিৰ্বাচন খেলিব সেই বিষয়ক চৰ্চাও চলিছে দেশত।

সম্প্ৰতি ৰাহুলে কোন কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সেই বিষয়টোক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰি আছিল। শেহতীয়াকৈ সেই প্ৰশ্নৰ উত্তৰ ৰাহুলে দিছে। ২০১৯ চনৰ দৰে এইবাৰো কংগ্ৰেছ নেতা ৰাহুলে আমেঠিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। ২০১৯ চনত স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈছিল ৰাহুল। ৰাহুল গান্ধীৰ হাতৰ পৰা দীৰ্ঘদিন কংগ্ৰেছে দখল কৰি অহা আসন কাঢ়ি লৈছিল স্মৃতি ইৰাণীয়ে। কিন্তু এইবাৰ ৰাহুল পূৰ্বতকৈ শক্তিশালী হৈ স্মৃতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে। ৰাহুলে আমেঠিত নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ পাছতেই একাংশই ৰাহুলৰ এয়া ভুল সিদ্ধান্ত বুলিও সামাজিক মাধ্যমত চৰ্চা চলাইছে। কেৱল ৰাহুলেই নহয় শাসক দলৰ বিৰুদ্ধে এইবাৰ পূৰ্বতকৈ অধিক যুঁজাৰু মন লৈ নিৰ্বাচন খেলিবলৈ সাজু হৈছে কংগ্ৰেছৰ প্ৰায়সকল নেতাই। ইফালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰাণসীৰ পৰা নিৰ্বাচন খেলিব পাৰে প্ৰিয়ংকা গান্ধীয়ে। উত্তৰপ্ৰদেশ বাসীয়ে এইবাৰ দুই বায়েক-ভায়েকৰ যৌথ যুঁজ দেখিব বুলিও একাংশই চৰ্চা চলাইছে।

ৰাজনৈতিক চৰ্চাৰ মাজতেই এবিপি নিউজ আৰু চি ভোটাৰে এক সমীক্ষা চলাইছিল। এই সমীক্ষাত অংশগ্ৰহণকাৰীসকলক প্ৰশ্ন কৰা হৈছিল, ‘তেওঁলোকে ৰাহুল গান্ধীক আমেঠিত নিৰ্বাচনী যুঁজত চাব বিচাৰেনে? ৰাহুল গান্ধীয়ে আমেঠিৰ পৰা নিৰ্বাচন খেলা উচিত নে?’ এই প্রশ্নৰ উত্তৰত ৪৩.২ শতাংশই ৰাহুলক আমেঠিত বিচাৰো বুলি মন্তব্য কৰিছে। ইয়াৰোপৰি এই সমীক্ষাত অংশগ্ৰহণ কৰাসকল মাজত ৪৯.৯ শতাংশ ভোটাৰে ইণ্ডিয়া জোঁটক সমৰ্থন কৰিছে। তেওঁলোকে কয় যে, ৰাহুলে আমেঠিৰ পৰা নিৰ্বাচন খেলা উচিত। ইয়াৰোপৰি সমীক্ষাত অংশগ্ৰহণ কৰা ৩৩.১ শতাংশৰ NDAৰ সমৰ্থক। এন ডি এৰ সমৰ্থকেও ৰাহুল গান্ধীয়ে আমেঠিত নিৰ্বাচন খেলাটো ভাল বুলি মন্তব্য কৰিছে।

আনহাতে ২৩.৬ শতাংশ ইণ্ডিয়া জোটৰ সমৰ্থক আৰু ৩৪.৭ শতাংশ NDAৰ সমৰ্থকে কিন্তু ৰাহুল সেই সমষ্টিলৈ পুনৰ ঘূৰি যোৱাটো বিচৰা নাই। তেওঁলোকৰ মতে এবাৰ হাৰি যোৱা সমষ্টিত পুনৰ যোৱাটো উচিত নহয়। অৰ্থাৎ মুঠ ২৮ শতাংশ ভোটাৰে বিচাৰিছে যে ৰাহুলে স্মৃতি ইৰাণীৰ বিৰুদ্ধে নিৰ্বাচন খেলিব নালাগে। উল্লেখ্য যে ২০১৯ ত স্মৃতি ইৰাণীৰ হাতত শোচনীয় পৰাজয় হৈছিল ৰাহুলৰ। কিন্তু কংগ্ৰেছ দলে এই পৰাজয়ৰ বাবে পিছপৰি থাকিব নোখোজে। তেওঁলোকৰ দাবী, ‘এইবাৰ আমি জয়ী হমেই। ৰাহুলৰ জনপ্ৰিয়তাক ভয় কৰি যি তি ক’বলৈ লৈছে স্মৃতি ইৰাণীয়ে। ৰাহুলৰ জয় এইবাৰ নিশ্চিত। ৰাহুলে এইবাৰো আমেঠি আৰু ৱাইনাড দুই সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
Next Post
ৰাখী পূৰ্ণিমাৰ পৰাই ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ! হাতলৈ চাকৰিৰ লগতে ধন আহিব এই তিনি ৰাশিৰ ব্যক্তিৰ

ৰাখী পূৰ্ণিমাৰ পৰাই ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ! হাতলৈ চাকৰিৰ লগতে ধন আহিব এই তিনি ৰাশিৰ ব্যক্তিৰ

‘আল্লাহ আপুনিয়েই ন্যায় দিয়ক!’ উমৰাহ কৰিবলৈ গৈ মক্কাতেই আউলী-বাউলী হৈ ৰাখীৰ কান্দোন

'আল্লাহ আপুনিয়েই ন্যায় দিয়ক!’ উমৰাহ কৰিবলৈ গৈ মক্কাতেই আউলী-বাউলী হৈ ৰাখীৰ কান্দোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.