• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে, গীতাত কি কৈছে শ্ৰীকৃষ্ণই?

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে, গীতাত কি কৈছে শ্ৰীকৃষ্ণই?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে, গীতাত কি কৈছে শ্ৰীকৃষ্ণই?

editor by editor
September 2, 2023
in জীৱনশৈলী, ভাৰত
0
এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে, গীতাত কি কৈছে শ্ৰীকৃষ্ণই?
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্ৰীকৃষ্ণৰ শ্ৰীমদ ভাগৱত গীতাত ধৰ্ম, কৰ্ম আৰু প্ৰেমক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ উপদেশ আছে। গীতাৰ বাণীত কোৱা হৈছে যে মানুহৰ জীৱনত এনে কোনো সমস্যা নাই যাৰ সমাধান গীতাত নাই। মানুহৰ এনে কোনো প্ৰশ্ন নাই যাৰ উত্তৰ গীতাত নাই। হাজাৰ হাজাৰ বছৰ বাগৰি গ’লেও আজিও গীতাৰ বাণীৰ প্ৰাসংগিকতা আছে। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগমুহূৰ্তত অৰ্জুনে যুদ্ধবিৰতি ল’ব বিচাৰিছিল। ভাতৃৰ বিৰুদ্ধে যুদ্ধ নকৰো বুলি অস্ত্ৰ নমাই থৈছিল অৰ্জুনে। তেতিয়াই শ্ৰী কৃষ্ণই অৰ্জুনক গীতাৰ বাণী শুনোৱাইছিল। নিজৰ ধৰ্ম আৰু কৰ্ম সম্পৰ্কে অৰ্জুনক সচেতন কৰি তুলিবলৈকে এই বাণী শুনাইছিল শ্ৰী কৃষ্ণই। গীতাৰ দৰ্শন যিয়ে সঠিকৰূপে মানি চলে তেনে ব্যক্তি জীৱনত কেতিয়াও হতাশ নহয়।

বহু সময়ত মানুহে নিজৰ ভুলৰ বাবেই ব্যৰ্থ হয়। গীতাত শ্ৰী কৃষ্ণই এজন মানুহ ধ্বংস পথলৈ কেনেকৈ যায় তাৰ সমূহ বৰ্ণনা কৰি গৈছে। ৫টা কাৰণত এজন মানুহৰ জীৱন ধ্বংস হয়।

১) গীতাত শ্ৰী কৃষ্ণই কৈছে যে মানুহৰ ধ্বংসৰ ৫ টা কাৰণ আছে। এইসমূহ হৈছে, নিদ্ৰা, ভয়, ক্লান্তি, খং আৰু কাম পাছত কৰিম বুলি পেলাই থোৱাৰ অভ্যাস।
২) শ্ৰী কৃষ্ণই গীতাত কৈছে, কেৱল অৰ্থই এজন মানুহক ধনী নকৰে। যাৰ চিন্তাভাৱনা সঠিক, ব্যৱহাৰ ভাল আৰু মানসিকতা সুন্দৰ সেই ব্যক্তিহে প্ৰকৃত ধনী।
৩) শ্ৰী কৃষ্ণই গীতাত কৈছে যে কোনো পৰিস্থিতিত আমি কেতিয়াও হতাশ হোৱা উচিত নহয়। আমি যেতিয়ালৈকে সঠিতভাৱে চিন্তা চৰ্চা কৰিব নোৱাৰো তেতিয়ালৈকে জীৱনত কেতিয়াও সফল হ’ব নোৱাৰো। পজিটিভ চিন্তাইহে ব্যক্তিৰ জীৱনলৈ সুদিন আনে।
৪) গীতাত শ্ৰী কৃষ্ণই কৈছে যে খুব সুখৰ সময় বা খুব দুঃখৰ সময়ত কেতিয়াও সিদ্ধান্ত ল’ব নালাগে। কাৰণ মনৰ এই দুই অৱস্থাতেই আমি সঠিক সিদ্ধান্ত ল’ব নোৱাৰো।
৫) গীতাত কোৱা হৈছে যে, আপোনাৰ যদি নিজৰ চিন্তা পৰিবৰ্তন কৰিব পৰা ক্ষমতা নাথাকে তেন্তে ঈশ্বৰ বা ভাগ্যৰ ওপৰত দোষ দি লাভ নাই। আপোনাৰ নিজৰ পিছপৰা চিন্তাৰ বাবেই আপুনি বিফল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
প্ৰেমেহে দেশক প্ৰগতিৰ পথলৈ লৈ যাব! আদিবাসীসকল এই দেশৰ মাটিৰ প্রথম মালিক কিয়? সবিশেষ বুজাই কি ক’লে ৰাহুল গান্ধীয়ে?

প্ৰেমেহে দেশক প্ৰগতিৰ পথলৈ লৈ যাব! আদিবাসীসকল এই দেশৰ মাটিৰ প্রথম মালিক কিয়? সবিশেষ বুজাই কি ক’লে ৰাহুল গান্ধীয়ে?

একেলগে প্ৰমোদবিহাৰ! অনন্যাৰ প্ৰেমত সঁচাকৈয়ে পৰিল নেকি আদিত্য ৰয় কাপুৰ?

একেলগে প্ৰমোদবিহাৰ! অনন্যাৰ প্ৰেমত সঁচাকৈয়ে পৰিল নেকি আদিত্য ৰয় কাপুৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.