• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডেৰ বছৰ পাছত স্থান সলনি কৰিব ৰাহুৱে! সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৩ ৰাশিৰ জাতক

ডেৰ বছৰ পাছত স্থান সলনি কৰিব ৰাহুৱে! সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৩ ৰাশিৰ জাতক

3 years ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

51 seconds ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

37 minutes ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

56 minutes ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

2 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

3 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

7 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

7 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডেৰ বছৰ পাছত স্থান সলনি কৰিব ৰাহুৱে! সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৩ ৰাশিৰ জাতক

editor by editor
September 11, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ডেৰ বছৰ পাছত স্থান সলনি কৰিব ৰাহুৱে! সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৩ ৰাশিৰ জাতক
0
SHARES
37.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাহু অশুভ গ্ৰহ। সকলো সময়তে বক্ৰী গতিত থকা এই গ্ৰহে প্ৰতি ডেৰ বছৰত এবাৰ নিজৰ স্থান সলনি কৰে। আগন্তুক ৩০ অক্টোবৰত মঙল ৰাহু গ্ৰহই মেষ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব। ৰাহুৰ মীন ৰাশিত প্ৰৱেশে তিনি ৰাশিৰ জাতকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব। কেৰিয়াৰত অৰ্থ, স্বাস্থ্যৰ পৰা সন্মান সকলো দিশতেই সুফল পাব। ৰাহুৰ মীন ৰাশিত প্ৰৱেশে কি কি ৰাশিৰ ভাগ্যোদয় হ’ব?

বৃষ ৰাশি
আগন্তুক ৩০ অক্টোবৰত ৰাহুৰ মীনত প্ৰৱেশে বৃষ ৰাশিক লাভাম্বিত কৰিব। এই সময়ত আৰ্থিকভাৱে লাভৱান হ’ব। যি কামেই হাতত নলওক কিয় সুফল পাব। ৰাহুৰ স্থান সলনিয়ে ৰাজনীতিত জড়িতসকলক সুফল প্ৰদান কৰিব। এই সময় বিদেশ ভ্ৰমণ কৰিবলগা সকলৰ বাবেও শুভ।

কন্যা ৰাশি
কন্যা ৰাশিও ৰাহুৰ ৰাশি পৰিবৰ্তনত লাভাম্বিত হ’ব। এই সময়ে আপোনাৰ শহুৰৰ ঘৰৰ সৈতে আত্মীয়তা বঢ়াই তুলিব। তেওঁলোকৰ সৈতে ভাল সময় কটাব আপুনি। হাতলৈ ধন আহিব। ব্যৱসায়তো লাভাম্বিত হ’ব। দাম্পত্য জীৱন সুখকৰ হ’ব।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিও ৰাহুৰ বক্ৰী দশাত লাভাম্বিত হ’ব। আগন্তুক ৩০ অক্টোবৰত ৰাহুল স্থান পৰিবৰ্তনে প্ৰেমৰ সম্পৰ্কতো ভাল ফলাফল দিব। এই সময়ত আপোনাৰ স্বাস্থ্য ভালে থাকিব। কোনো ৰোগত আক্ৰান্ত হৈ থাকিলে সুফল পাব। চাকৰিত আপোনাৰ অৱস্থান উন্নত হ’ব। বৃশ্চিক ৰাশিৰ জাতকসকলৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হৈ উঠিব। বিদেশ যাত্ৰাৰ সুযোগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
Next Post
দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ প্ৰশ্নত থকাসৰকা মোদী! প্রধানমন্ত্ৰী মোদীৰ চৰিত্ৰত আজিও কিয় ৰাজনীতি নাই?

দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ প্ৰশ্নত থকাসৰকা মোদী! প্রধানমন্ত্ৰী মোদীৰ চৰিত্ৰত আজিও কিয় ৰাজনীতি নাই?

পিতৃ হোৱাৰ বাবে বুমৰাহলৈ বিশেষ উপহাৰ শ্বাহিন আফ্ৰিদীৰ, ভাইৰেল হ’ল ভিডিঅ’

পিতৃ হোৱাৰ বাবে বুমৰাহলৈ বিশেষ উপহাৰ শ্বাহিন আফ্ৰিদীৰ, ভাইৰেল হ’ল ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.