• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ হোৱাৰ বাবে বুমৰাহলৈ বিশেষ উপহাৰ শ্বাহিন আফ্ৰিদীৰ, ভাইৰেল হ’ল ভিডিঅ’

পিতৃ হোৱাৰ বাবে বুমৰাহলৈ বিশেষ উপহাৰ শ্বাহিন আফ্ৰিদীৰ, ভাইৰেল হ’ল ভিডিঅ’

3 years ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

4 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

4 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

5 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

5 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

6 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

7 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

8 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

9 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

9 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

10 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

10 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পিতৃ হোৱাৰ বাবে বুমৰাহলৈ বিশেষ উপহাৰ শ্বাহিন আফ্ৰিদীৰ, ভাইৰেল হ’ল ভিডিঅ’

editor by editor
September 11, 2023
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
পিতৃ হোৱাৰ বাবে বুমৰাহলৈ বিশেষ উপহাৰ শ্বাহিন আফ্ৰিদীৰ, ভাইৰেল হ’ল ভিডিঅ’
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিছুদিন পূৰ্বেই পিতৃ হৈছে ভাৰতীয় ক্ৰিকেটাৰ জছপ্ৰীত বুমৰাহ৷ বুমৰাহ আৰু সঞ্জনা গণেশনৰ জীৱনলৈ আহিছে এগৰাকী পুত্ৰসন্তান৷ সন্তানৰ বাবেই এছিয়া কাপ চলি থকাৰ মাজতে ছুটি লৈ দেশলৈয়ো আহিছিল জছপ্ৰীত বুমৰাহ৷ কিন্তু শেহতীয়াকৈ অনুষ্ঠিত পাকিস্তানৰ বিৰুদ্ধে থকা খেলত তেওঁ পুনৰ দললৈ কামবেক কৰিছে৷ মহম্মদ শামীৰ ঠাইত জছপ্ৰীত বুমৰাহে ভাৰতীয় দলৰ হৈ প্ৰথম একাদশত খেলাৰ সুযোগ লাভ কৰিছে৷ দেওবাৰে বৰষুণৰ বাবে মেচখন আধাতেই সামৰিব লগা হয়৷ সোমবাৰে ৰিজাৰ্ভ ডে’ত এই মেচ সম্পূৰ্ণৰূপে খেলা হ’ব জনাইছিল যদিও আজিও বৰষুণে বিধি-পথালি দিছে৷

বুমৰাহক স্পেছিয়েল গিফট দলে শ্বাহিন আফ্ৰিদীয়ে

বৰষুণৰ বাবে খেল আধৰুৱা হোৱাৰ পাছতেই পাকিস্তানৰ খেলুৱৈ শ্বাহিন আফ্ৰিদীয়ে হঠাতেই বুমৰাহৰ হাতত তুলি দিয়ে এটা উপহাৰৰ টোপোলা৷ বুমৰাহৰ কাষলৈ দৌৰি আহি আফ্ৰিদীয়ে বুমৰাহক দিয়ে বিশেষ উপহাৰৰ টোপোলা৷ তাৰপিছতেই জছপ্ৰীত বুমৰাহক হেণ্ডচেক কৰে শ্বাহিন আফ্ৰিদীয়ে৷ শ্বাহিন আফ্ৰিদীয়ে বুমহাৰৰ সন্তানলৈ এই উপহাৰ দিছে৷ আফ্ৰিদীয়ে উপহাৰৰ লগতে বুমহাৰক শুভেচ্ছাও জনাই৷ শ্বাহিন অফ্ৰিদী আৰু জছপ্ৰীত বুমৰাহৰ এই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

https://twitter.com/TheRealPCB/status/1700900704703979893?s=20

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

July 6, 2026
Next Post
অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল

অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল

৪ দিনতেই ৫০০ কোটি! শ্বাহৰুখৰ জাৱানে ভাঙিলে কেইবাটাও ৰেকৰ্ড

৪ দিনতেই ৫০০ কোটি! শ্বাহৰুখৰ জাৱানে ভাঙিলে কেইবাটাও ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.