• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাৰ সন্তানটোক মানুহ কৰাৰ দায়িত্ব তোমাৰ ওপৰত এৰিলো, মই হয়তো আৰু বেছি সময় জীয়াই নাথাকিম, পত্নীলৈ শেষৰটো ফোনকলত কি কি কৈছিল হুমায়ূন ভাট্টে?

3 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

40 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

6 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

7 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমাৰ সন্তানটোক মানুহ কৰাৰ দায়িত্ব তোমাৰ ওপৰত এৰিলো, মই হয়তো আৰু বেছি সময় জীয়াই নাথাকিম, পত্নীলৈ শেষৰটো ফোনকলত কি কি কৈছিল হুমায়ূন ভাট্টে?

editor by editor
September 17, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আমাৰ সন্তানটোক মানুহ কৰাৰ দায়িত্ব তোমাৰ ওপৰত এৰিলো, মই হয়তো আৰু বেছি সময় জীয়াই নাথাকিম, পত্নীলৈ শেষৰটো ফোনকলত কি কি কৈছিল হুমায়ূন ভাট্টে?
0
SHARES
21.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ অনন্তনাগৰ ঘন জংঘলত অভিযান অব্যাহত ৰাখিছে জম্মু-কাশ্মীৰ সেনা আৰু আৰক্ষীৰ যৌথবাহিনীয়ে। দুইগৰাকী সেনাকৰ্তাৰ সৈতে এই অভিযানকাৰী দলটোৰ নেতৃত্ব দিছিল অনন্তনাগৰ ডেপুটি পুলিছ ছুপাৰ(ডিএছপি) হুমায়ুন ভাট্টে। উগ্ৰপন্থীৰ দলটোৱে পাহাৰৰ ওপৰত বাহৰ পাতি আছিল। আৰক্ষী আৰু সেনাৰ দলটোৱে পাহাৰলৈ উঠি যাওতেই উগ্ৰপন্থীৰ গুলিয়ে থকাসৰকা কৰিছিল ডিএছপি হুমায়ুন ভাট্ট, কৰ্নেল মনপ্ৰীত সিংহ আৰু মেজৰ আশিক ধনচকক।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হুমায়ূন। অতিৰিক্ত ৰক্তক্ষৰণত মৃত্যু হয় হুমায়ূনৰ। গুলিবিদ্ধ হোৱাৰ পাছতেই তেওঁ ঘৰলৈকো ফোন কৰিছিল। পিতৃ আৰু পত্নীলৈ ফোন কৰিছিল হুমায়ূনে। ফোনত পত্নী ফাতিমাৰ হুমায়ূনে কৈছিল, ‘মই হয়তো জীয়াই নাথাকিম। আমাৰ সন্তানটোক তুমি ভালকৈ মানুহ কৰিবা।’ এমহীয়া সন্তানক এবাৰ চাবও খুজিছিল হুমায়ূনে। পিতৃ গুলাম হাছানকো ফোন কৰিছিল হুমায়ূনে। ফোনত পুত্ৰৰ কঁপা কঁপা কণ্ঠ শুনি পিতৃ গুলামৰ বুকু কঁপি উঠিছিল। পুত্ৰক কি হৈছে সোধোতে হুমায়ূনে সকলো ঠিকেই আছে বুলি জনায়।

মৃত্যু যে নিচেই কাষত সেই কথা পিতৃক বুজিবলৈ নিদিলে হুমায়ূনে। অত্যাধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হয় হুমায়ূনৰ। আৰু কেইটামান দিনৰ পাছতেই হুমায়ূন আৰু ফাতিমাৰ বিবাহবাৰ্ষিকী আছিল। কিন্তু তাৰ পূৰ্বেই হাছান পৰিয়ালত নামি আহিল অন্ধকাৰ। সন্তানক হেৰুৱাই দিশহাৰা হৈ পৰিছে হুমায়ূনৰ পৰিয়াল। কফিনবন্দী পুত্ৰক ঘৰসৃলৈ অনাত ভাঙি পৰিছে পিতৃ তথা প্ৰাক্তন পুলিছ আইজি গুলামো। কঁপা কঁপা হাতেৰে পুত্ৰৰ কফিনৰ ওপৰত তেওঁ তুলি দিছে কেইপাহমান ফুল। পুত্ৰক শেষ শ্ৰদ্ধা জনোৱাৰ সেই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
মাৰ্ক জুকাৰবাৰ্গে কি স্মাৰ্টফোন ব্যৱহাৰ কৰে জানেনে? জুকাৰবাৰ্গৰ দৃষ্টিত আইফোনতকৈ ওপৰৰ এই ফোন?

জন্মদিনত প্ৰতিবাৰেই চমক! ১০ বছৰত দেশবাসীক কি কি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন