• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মদিনত প্ৰতিবাৰেই চমক! ১০ বছৰত দেশবাসীক কি কি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে?

জন্মদিনত প্ৰতিবাৰেই চমক! ১০ বছৰত দেশবাসীক কি কি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে?

3 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

10 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

10 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

10 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

11 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

12 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

12 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

12 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

14 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

14 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

15 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

16 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মদিনত প্ৰতিবাৰেই চমক! ১০ বছৰত দেশবাসীক কি কি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে?

editor by editor
September 17, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
জন্মদিনত প্ৰতিবাৰেই চমক! ১০ বছৰত দেশবাসীক কি কি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭৩ বছৰত ভৰি দিলে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ ভদনগৰ এলেকাত জন্মগ্ৰহণ কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে। ২০১৪ চনৰ ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্ৰী হিচাপে প্ৰথমটো জন্মদিন পালন কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে। মাতৃৰ আশীৰ্বাদ লৈ সেইদিনাই নৰেন্দ্ৰ মোদীয়ে ১১ টা জনসেৱামূলক প্ৰকল্পৰ উদ্বোধন কৰিছিল। তাৰপিছতেই প্ৰতিবছৰে তেওঁৰ জন্মদিনত দেশবাসীক উদ্দেশ্যি কোনোবা নহয় কোনোবা বৃহৎ উদ্যোগ হাতত লৈ আহিছে প্ৰধানমন্ত্ৰীয়ে।

এই বছৰ তেওঁ উদ্বোধন কৰিব যশভূমি কনভেনছন চেণ্টাৰ। সমগ্ৰ দেশজুৰি তেওঁৰ জন্মদিনত একাধিক কাৰ্যসূচীও লৈছে গেৰুৱা শিৱিৰে। নমো বিকাশ সেৱা দিৱস হিচাপে এই দিনটোক উদযাপন কৰিছে গেৰুৱা শিৱিৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা বুলিও এটা টেগ লাভ কৰিছে। সেয়ে এইগৰাকী জনপ্ৰিয় নেতাক পুৱাৰে পৰাই ভিন্নজনে পঠিওৱা শুভেচ্ছামূলক বাৰ্তা দেখা গৈছে এক্স হেণ্ডেলতো। বিৰোধী নেতা ৰাহুল গান্ধীৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈকে সকলোৱেই শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক।

বিগত ১০ বছৰত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ওপজা দিনত সমাজহিতৈষী কাম হাতত লৈ আহিছে। এইবাৰো তেওঁ পিছপৰি ৰোৱা নাই। সন্মুখত যিহেতু লোকসভা নিৰ্বাচনো সেয়ে এইবাৰ ওপজা দিনটোত চমক দিবলৈ ত্ৰুটি এটা নাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই বৰ্ষৰ ওপজা দিনত কি চমক দিছে প্রধানমন্ত্ৰীয়ে?

এই বৰ্ষৰ ওপজা দিনত প্রধানমন্ত্ৰী মোদীয়ে দিল্লীৰ দ্বাৰকানগৰত ‘যশভূমি’ নামৰ ইণ্ডিয়া ইণ্টাৰনেশ্ব্যনেল চেণ্টাৰ মুকলি কৰিছে। ইয়াৰোপৰি তেওঁ দিল্লী বিমানবন্দৰত মেট্ৰ লাইনো মুকলি কৰিছে। আজিৰে পৰা বিশ্বকৰ্মা যোজনাও মুকলি কৰিছে মোদীয়ে। বিশ্বকৰ্মা যোজনাত ১৩ হাজাৰ কোটি টকা ব্যয় কৰিছে মোদীয়ে। এই প্ৰকল্পৰ জৰিয়তে মাইক্ৰ, ক্ষুদ্ৰ উদ্যোগীসকলক সহায় কৰিব বুলিও জনাইছে মোদীয়ে।

জন্মদিনৰ ১০ বছৰত চমকৰ ওপৰত চমক
২০১৪ চনত কি প্ৰকল্প হাতত লৈছিল মোদীয়ে?
২০১৪ চনত ভাৰতলৈ আহিছিল চীনৰ প্ৰেছিডেণ্ট ঝি জিনপিং। মোদীয়ে সেইদিনা তেওঁৰ মাতৃৰ আশীৰ্বাদো লৈছিল। ইয়াৰোপৰি সেইদিনা গুজৰাটৰ যুৱ সমাজ, মহিলা আৰু পিছপৰা শ্ৰেণীৰ লোকৰ বাবে ১১ টা বিশেষ প্ৰকল্প হাতত লৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

২০১৫ত কি প্ৰকল্প লৈছিল মোদীয়ে?
১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ ৫০ বছৰ উপলক্ষ্যে মোদীয়ে শ্বহীদসকলক শ্ৰদ্ধাজ্ঞলি দিবলৈ গৈছিল।

২০১৬ চনৰ ওপজা দিনত কি পন্থা হাতত লৈছিল মোদীয়ে?
সেইবাৰৰ ওপজা দিনত মোদীয়ে মাতৃৰ পৰা আশীৰ্বাদ লৈ দিনৰ বেলা দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে এখন মিটিং সম্বোধন কৰিছিল।

২০১৭ চনত কি কৰিছিল মোদীয়ে?
২০১৭ চনতো মোদীয়ে মাতৃ হীৰাবেন মোদীৰ আশীৰ্বাদ লৈ চৰ্দাৰ সৰোবৰ প্ৰকল্প সম্বোধন কৰিছিল।

২০১৮ চনত কি প্ৰকল্প হাতত লৈছিল মোদীয়ে?
২০১৮ চনত মোদীয়ে কেক কাটিছিল বাৰাণসীত। তাতেই এখন প্ৰাইমাৰী স্কুলৰ শিক্ষাৰ্থীৰ সৈতে সময় অতিবাহিত কৰিছিল প্ৰধানমন্ত্ৰীয়ে।

২০১৯ত হাতত কি প্ৰকল্প আছিল?
২০১৯ত প্রধানমন্ত্ৰী মোদীয়ে গুজৰাটত নমামী নৰ্মদা প্ৰকল্প উদ্বোধন কৰিছিল। ইয়াৰোপৰি খালভানো ইকো টুৰিজিম চাইট, কেকটাছ গাৰ্ডেন আৰু একতা নাৰ্ছাৰী উদ্বোধন কৰিছিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

২০২০ চনত কি প্ৰকল্প হাতত লৈছিল মোদীয়ে?
সেই বৰ্ষত মোদীয়ে সপ্তাহজোৰা সেৱা প্ৰকল্প নামৰ কাৰ্যসূচী হাতত লৈছিল। সেই কৰ্মসূচীৰ মাজত আছিল খাদ্য সামগ্ৰী বিতৰণ, ৰক্তদান, চকু চিকিৎসা শিৱিৰ স্থাপন কৰিছিল।

২০২১ চনত কি প্ৰকল্প হাতত লৈছিল মোদীয়ে?
২০২১ বৰ্ষৰ জন্মদিনত মোদীয়ে ২২৬ কোটি কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল।

২০২২ চনত কি প্ৰকল্প লৈছিল মোদীয়ে?
২২ বৰ্ষত মোদীয়ে ওপজা দিনত মধ্যপ্ৰদেশত আছিল। সেইবাৰ তেওঁ নামিবিয়াৰ পৰা চিতা ভাৰতলৈ আনিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
৫০ বছৰ পাছত বিশ্বকৰ্মা পুজাত এই দুৰ্লভ সংযোগ, এই উপায় অৱলম্বন কৰিলে ব্যৱসায়ত মুনাফা চাৰি গুণ বৃদ্ধি হ’ব

৫০ বছৰ পাছত বিশ্বকৰ্মা পুজাত এই দুৰ্লভ সংযোগ, এই উপায় অৱলম্বন কৰিলে ব্যৱসায়ত মুনাফা চাৰি গুণ বৃদ্ধি হ’ব

কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১

কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.