• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণেশৰ কৃপাত ভাগ্যোদয় হ’ব ৪ৰাশিৰ, সকলো বাধা আঁতৰাৰ ওপৰিও হাতলৈ আহিব ধন

গণেশৰ কৃপাত ভাগ্যোদয় হ’ব ৪ৰাশিৰ, সকলো বাধা আঁতৰাৰ ওপৰিও হাতলৈ আহিব ধন

3 years ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

8 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

9 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

10 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

11 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

11 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

12 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

13 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

13 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

14 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

15 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

15 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণেশৰ কৃপাত ভাগ্যোদয় হ’ব ৪ৰাশিৰ, সকলো বাধা আঁতৰাৰ ওপৰিও হাতলৈ আহিব ধন

editor by editor
September 18, 2023
in জীৱনশৈলী, ভাৰত
0
গণেশৰ কৃপাত ভাগ্যোদয় হ’ব ৪ৰাশিৰ, সকলো বাধা আঁতৰাৰ ওপৰিও হাতলৈ আহিব ধন
0
SHARES
47.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যিকোনো শুভ অনুষ্ঠানৰ পূৰ্বে গণেশক আৰাধনা কৰা হয়৷ এইবাৰ কিন্তু বিশ্বকৰ্মা পূজা গণেশ পূজাতকৈ আগেয়ে সম্পন্ন হৈছে৷ বিঘ্নহৰ্তা গণেশৰ পূজা কৰিলে ব্যক্তিৰ জীৱনত সুখ-সমৃদ্ধি, ধন-ধ্যান আৰু বৈভৱ বৃদ্ধি পায়৷ জ্যোতিষ শাস্ত্ৰ অনুযায়ী ১২ ৰাশিৰ মাজত কেইটামান ৰাশিৰ ওপৰতহে গণেশৰ আশীৰ্বাদ থাকে৷ জ্যোতিষ শাস্ত্ৰ অনুযায়ী গণেশৰ আশীৰ্বাদত আপোনাৰ জীৱনত সুখ বৃদ্ধি পাব৷ কোন কোন ৰাশিৰ জাতকৰ ওপৰত গণেশৰ কৃপা দৃষ্টি থাকিব, জানি থওক৷

মেষ ৰাশি
গণেশৰ প্ৰিয় ৰাশিৰ অন্যতম ৰাশি হ’ল মেষ৷ এই ৰাশিৰ অধিপতি হৈচে মঙ্গল৷ এই গ্ৰহ সাহস, পৰাক্ৰমৰ কাৰক গ্ৰহ৷ এই ৰাশিৰ জাতকৰ জীৱনত আত্মবিশ্বাসৰ অভাৱ নহয়৷ এওঁলোকৰ ওপৰত সকলো সময়তে গণেশৰ আশীৰ্বাদ থাকে৷ কঠিনৰ পৰা কঠিনতৰ কাম খুব সহজে কৰিব পাৰে এই ৰাশিৰ জাতকে৷ এই ৰাশিৰ ব্যক্তিয়ে প্ৰতিদিনেই গণেশ পূজা কৰিব পাৰে৷

মিথুন ৰাশি
এই ৰাশিৰ জাতকৰ ওপৰত সকলো সময়তে গণেশৰ আশীৰ্বাদ থাকে৷ বুধ এই ৰাশিৰ অধিপতি৷ বুধ ব্যৱসায়, বাণিজ্য আৰু বুদ্ধিৰ কাৰক গ্ৰহ৷ এই ৰাশিৰ জাতক অত্যন্ত তীক্ষ্নবুদ্ধিৰ হয়৷ যি কামতেই হাত নিদিয়ক কিয় তেওঁলোক সফল হয়েই৷ গণেশৰ আশীৰ্বাদত খুব শীঘ্ৰেই উন্নতি কৰে এই ৰাশিৰ জাতকে৷ মিথুন ৰাশিৰ জাতকে প্ৰতি বুধবাৰে গণেশ পুজা কৰি গণপতিক সেন্দুৰ নিবেদন কৰিব পাৰে৷

কন্যা ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি কন্যা ৰাশিৰ জাতকসকলৰ ওপৰতো গণেশৰ আশীৰ্বাদ থাকে৷ বুধ এই ৰাশিৰো অধিপতি৷ বুধৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতক বুদ্ধিমান আৰু ভাগ্যৱান হয়৷ তেওঁলোকৰ ওপৰত সৰ্বদা গণেশৰ কৃপাদৃষ্টি থাকে৷ নিজৰ বুদ্ধিৰ জোৰত জীৱনত প্ৰচুৰ উন্নতি কৰিব পাৰে এই ৰাশিৰ জাতকে৷ কন্যা ৰাশিৰ জাতকৰ ওপৰত গণেশৰ বিশেষ আশীৰ্বাদ থাকে বাবে টান কামো সহজে সমাধা কৰিব পাৰে৷ জীৱনত সহজে সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৰাশিৰ জাতকসকল৷

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ ওপৰতো গণেশৰ আশীৰ্বাদ থাকে৷ এই ৰাশিৰ জাতক পৰিশ্ৰমী আৰু খোলামনৰ হয়৷ চকু বন্ধ কৰি এনে লোকক বিশ্বাস কৰিব পাৰি৷ তীক্ষ্নবুদ্ধিসম্পন্ন হয় এই ৰাশিৰ জাতক৷ বিপৰীত পৰিস্থিতিতো বুদ্ধি আৰু বিচক্ষণতা প্ৰয়োগ কৰি কাম কৰিব পাৰে এই ৰাশিৰ জাতকে৷ মকৰ ৰাশিৰ জাতকৰ ওপৰত গণেশৰ ওপৰিও শনিৰ আশীৰ্বাদ থাকে৷ কোনো কাম সম্পূৰ্ণ কৰাৰ বাবে এওঁলোকে পৰিশ্ৰম কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!
জীৱনশৈলী

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

August 22, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
Next Post
মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?

মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?

লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ…

লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.