• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ! ৪০০ বছৰ পাছত নৱৰাত্ৰীৰ ৯ দিনতেই বিৰল শুভ যোগ

কাইলৈৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ! ৪০০ বছৰ পাছত নৱৰাত্ৰীৰ ৯ দিনতেই বিৰল শুভ যোগ

3 years ago
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

5 minutes ago
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

15 minutes ago
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

37 minutes ago
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

2 hours ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

3 hours ago
সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

3 hours ago
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

14 hours ago
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

16 hours ago
কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

16 hours ago
মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

17 hours ago
সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

17 hours ago
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ! ৪০০ বছৰ পাছত নৱৰাত্ৰীৰ ৯ দিনতেই বিৰল শুভ যোগ

editor by editor
October 14, 2023
in জীৱনশৈলী, বিবিধ, লেখা
0
কাইলৈৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ! ৪০০ বছৰ পাছত নৱৰাত্ৰীৰ ৯ দিনতেই বিৰল শুভ যোগ
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মত শুভ সময় আৰু শুভ যোগৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। কোনো শুভ কাম শুভ সময়ত কৰিলে মাহাত্ম্য আৰু বৃদ্ধি পায়। হিন্দু পঞ্জিকা অনুসৰি আজি ১৪ অক্টোবৰত মহালয়া পালনৰ পাছতেই ১৫ অক্টোবৰ দেওবাৰে প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ। নৱৰাত্ৰী পূজা সকলোৱে পালন কৰে। নৱৰাত্ৰীৰ ৯টা নিশা ধৰি দেৱী দূৰ্গাৰ ভিন্ন ৰূপৰ পূজা কৰা হয়। এই বছৰ বিৰল শুভ যোগত পালিত হ’ব শাৰদীয় নৱৰাত্ৰী। নৱৰাত্ৰীৰ নতুন দিনতেই গঠিত হৈছে নতুন শুভ যোগ। তাৰমাজতেই তিনিটা সৰ্বাৰ্থ সিদ্ধি যোগ, তিনিটা ৰবি যোগ আৰু এটা ত্ৰিপুষ্কৰ যোগ গঠিত হ’ব। ইয়াৰ প্ৰভাৱত এই সময়ত নতুন গাড়ী ক্ৰয়ৰ বাবে আন এক শুভ যোগ তৈয়াৰ হ’ব বুলি জনাইছে জ্যোতিষবীদসকলে। ৪০০ বছৰ পাছত নবৰাত্ৰীৰ ৯টা নিশাতেই গঠিত হ’ব ৯টা শুভ যোগ। নৱৰাত্ৰীৰ কোন কোন দিনা কি কি যোগ গঠিত হ’ব?

দেৱীপক্ষৰ প্ৰথম দিনা ১৫ অক্টোবৰ অৰ্থাৎ দেওবাৰ। সেইদিনা আছে পদ্মা যোগ আৰু বুধাদিত্য যোগ। তাৰ সৈতে আছে চিত্ৰা নক্ষত্ৰ। এই দিনটো পূজা অৰ্চনাৰ বাবে খুবেই শুভ।

১৬ অক্টোবৰ সোমবাৰে দ্বিতীয়া তিথিত গঠিত হ’ব ছত্ৰ যোগ। ইয়াৰ সৈতে থাকিব স্বাতী নক্ষত্ৰ আৰু ভদ্ৰ তিথি। নতুন মোবাইল বা লেপটপ ক্ৰয়ৰ বাবে এই দিনটো শুভ।

১৭ অক্টোবৰ মঙলবাৰে দেৱীপক্ষৰ তৃতীয়াত গঠিত হ’ব প্ৰীতি যোগ। আয়ুশ্মান যোগ আৰু শ্ৰী বৎস্য যোগ। বৈদ্যুতিন সামগ্ৰী ক্ৰয়ৰ বাবে এই দিনটো অতি শুভ।

১৮ অক্টোবৰ বুধবাৰে নৱৰাত্ৰী চতুৰ্থী। সেইদিনা গঠিত হ’ব সৰ্বাৰ্থ সিদ্ধি যোগ আৰু অমৃত সিদ্ধি যোগ। নতুন গাড়ী ক্ৰয়ৰ বাবে এই দিনটো শুভ।

১৯ অক্টোবৰ বৃহস্পতিবাৰে দেৱীপক্ষৰ পঞ্চমী। সেইদিনা গঠিত হ’ব জ্যেষ্ট নক্ষত্ৰ আৰু পূৰ্ণা তিথি। সেইদিনা নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে।

২০ অক্টোবৰত শুকুৰবাৰে পালিত হ’ব মহাষষ্ঠী। সেইদিনা মূল নক্ষত্ৰত গঠিত হ’ব ৰবিযোগ। নতুন সম্পত্তি ক্ৰয়ৰ বাবে যন্ত্ৰপাতি ক্ৰয়ৰ বাবে এই দিনটো শুভ।

২১ অক্টোবৰ শনিবাৰে দুৰ্গাপূজাৰ মহাসপ্তমী। সেইদিনা থাকিব ত্ৰিপুষ্কৰ যোগ। সেইদিনা নতুন কামত ধন বিনিয়োগ কৰিলে ভাল ৰিটাৰ্ণ পাব।

২২ অক্টোবৰ দেওবাৰে পালিত হ’ব মহাষ্টমী। সেইদিনা গঠিত হ’ব সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ। যি কোনো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবৰ বাবে এই দিনটো শুভ।

২৩ অক্টোবৰ সোমবাৰে পালিত হ’ব নৱৰাত্ৰীৰ শেষ দিন আৰু দুৰ্গাপূজাৰ মহানৱমী। এই দিনটোতেই গঠিত হ’ব সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ। এইদিনটোত কোনো সামগ্ৰী ক্ৰয়ৰ বাবে শুভ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

April 24, 2026
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?
বিজ্ঞান

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

April 24, 2026
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 24, 2026
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?
জীৱনশৈলী

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

April 24, 2026
Next Post
গুটখা খাই খেল চাম ভৱাসকলৰ বাবে সতৰ্কবাণী! গুটখা প্ৰেমীক কি কৰিছে আহমেদাবাদ আৰক্ষীয়ে?

গুটখা খাই খেল চাম ভৱাসকলৰ বাবে সতৰ্কবাণী! গুটখা প্ৰেমীক কি কৰিছে আহমেদাবাদ আৰক্ষীয়ে?

শুভমন বেক! টছত জিকি ঘৰুৱা দলে ল’লে বলিঙৰ সিদ্ধান্ত

শুভমন বেক! টছত জিকি ঘৰুৱা দলে ল’লে বলিঙৰ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.