• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুটখা খাই খেল চাম ভৱাসকলৰ বাবে সতৰ্কবাণী! গুটখা প্ৰেমীক কি কৰিছে আহমেদাবাদ আৰক্ষীয়ে?

গুটখা খাই খেল চাম ভৱাসকলৰ বাবে সতৰ্কবাণী! গুটখা প্ৰেমীক কি কৰিছে আহমেদাবাদ আৰক্ষীয়ে?

3 years ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

26 minutes ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

1 hour ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

2 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

3 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

4 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

4 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

5 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

5 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

8 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

8 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

9 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

গুটখা খাই খেল চাম ভৱাসকলৰ বাবে সতৰ্কবাণী! গুটখা প্ৰেমীক কি কৰিছে আহমেদাবাদ আৰক্ষীয়ে?

editor by editor
October 14, 2023
in ক্ৰীড়া, বিবিধ, ভাৰত
0
গুটখা খাই খেল চাম ভৱাসকলৰ বাবে সতৰ্কবাণী! গুটখা প্ৰেমীক কি কৰিছে আহমেদাবাদ আৰক্ষীয়ে?
0
SHARES
597
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত পাকিস্তান মেচক লৈ আহমেদাবাদ আৰক্ষীৰ সন্মুখত এতিয়া একাধিক চেলেঞ্জ। হাইভল্টেজ মেচত নিৰাপত্তাৰ দিশটো যেনেকৈ চেলেঞ্জ তেনেকৈ ক্ৰিকেট অনুৰাগীসকলক চম্ভালি ৰখাটোও এটা ডাঙৰ চেলেঞ্জ। আহমেদাবাদত পাক-ভাৰত মেচৰ বাবেই মোতায়েন কৰা হৈছে ৬হাজাৰ আৰক্ষীসহ মুঠ ১১ হাজাৰ নিৰাপত্তাকৰ্মী। মোতায়েন কৰা হৈছে NSG কৰ্মী। এই কঠিন পৰিস্থিতিৰ মাজত এইবাৰ আৰক্ষীৰ সন্মুখত আন এক ডাঙৰ চেলেঞ্জ হৈছে গুটকা। ভাৰতৰ একাধিক ষ্টেডিয়ামত দেখা গৈছে মেচৰ সময়ত গুটখা খাই একাংশই পিকাই লেতেৰা কৰা। দৰ্শকে মুখভৰ্তী গুটখা হৈ ষ্টেডিয়ামত প্ৰৱেশ কৰি সমগ্ৰ পৰিবেশেই লেতেৰা কৰি পেলায়। এইবাৰ ভাৰত পাকিস্তান মেচত গুজৰাট ক্ৰিকেট এছোচিয়েছনে অনুৰাগীক পান পছালা গুটখা খোৱা সম্পূৰ্ণ নিষেধ কৰিছে। নিৰাপত্তাৰ ওপৰিও পকেটৰ পৰা গুটখা চেকিঙৰো দায়িত্ব দিয়া হৈছে আয়োজকক।

পাণৰ পিকৰ বাবে বাথৰুমৰ পাইপ বন্ধ হৈ যায়। যাৰফলত বাথৰুমৰ পানী বাহিৰলৈ ওলাই যাব নোৱাৰে। পৰিষ্কাৰৰ বাবেই আকৌ এটা পৃথক বাজেট ল’ব লগা হয় ক্ৰিকেট এছোচিয়েছনে। গুজৰাট ৰাজ্য চৰকাৰে বিগত বৰ্ষত গুটখা বন্ধৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু বাধা নিষেধ থকা স্বত্বেও আহমেদাবাদৰ প্ৰায়সমূহ দোকানতেই গুটখা বিক্ৰি হয়। এইবাৰ ক্ৰিকেট চাবলৈ গুজৰাটলৈ বাহিৰৰ পৰাও বহুসংখ্যক দৰ্শক আহিছে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লৈছে গুজৰাট চৰকাৰে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দৰ্শকৰ আসনৰ সংখ্যা ১ লাখ ৩০ হাজাৰ। ভাৰত-পাক মেচৰ বাবে ইতিমধ্যে দৰ্শক প্ৰায় ভৰ্তি হৈ পৰিছে ষ্টেডিয়ামত। ইয়াৰমাজতেই যদি ৫০% দৰ্শকেও যদি গুটখা পাণ মছলা আদি খাই তেন্তে ষ্টেডিয়াম লেতেৰা হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ
বিনোদন

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

July 8, 2026
Next Post
শুভমন বেক! টছত জিকি ঘৰুৱা দলে ল’লে বলিঙৰ সিদ্ধান্ত

শুভমন বেক! টছত জিকি ঘৰুৱা দলে ল’লে বলিঙৰ সিদ্ধান্ত

হামাছ আক্ৰমণৰ মাজত ইজৰাইলৰ বিৰুদ্ধে নামিল আন এখন শক্তিধৰ দেশ! ইৰাণৰ হাতত ধৰিলে ছৌদিয়েও

হামাছ আক্ৰমণৰ মাজত ইজৰাইলৰ বিৰুদ্ধে নামিল আন এখন শক্তিধৰ দেশ! ইৰাণৰ হাতত ধৰিলে ছৌদিয়েও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.