• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হামাছ আক্ৰমণৰ মাজত ইজৰাইলৰ বিৰুদ্ধে নামিল আন এখন শক্তিধৰ দেশ! ইৰাণৰ হাতত ধৰিলে ছৌদিয়েও

হামাছ আক্ৰমণৰ মাজত ইজৰাইলৰ বিৰুদ্ধে নামিল আন এখন শক্তিধৰ দেশ! ইৰাণৰ হাতত ধৰিলে ছৌদিয়েও

3 years ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

9 minutes ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

55 minutes ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

2 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

3 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

4 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

18 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

19 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

19 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

20 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

20 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হামাছ আক্ৰমণৰ মাজত ইজৰাইলৰ বিৰুদ্ধে নামিল আন এখন শক্তিধৰ দেশ! ইৰাণৰ হাতত ধৰিলে ছৌদিয়েও

editor by editor
October 14, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
হামাছ আক্ৰমণৰ মাজত ইজৰাইলৰ বিৰুদ্ধে নামিল আন এখন শক্তিধৰ দেশ! ইৰাণৰ হাতত ধৰিলে ছৌদিয়েও
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইজৰাইল-হামাছ যুদ্ধত এইবাৰ সোমাই পৰিছে ছৌদী-আৰৱ! ইৰাণৰ দৰেই হামাছক পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰৱৰ ৰজা যুৱৰাজ মহম্মদ বিন ছলমানে! সংঘাতৰ সময়তেই বাঢ়িছে আন এক উদ্বেগ। প্ৰতিৰক্ষা বিশেষজ্ঞৰ দাবী যে এই যুদ্ধই অত্যন্ত ভয়াৱহ ৰূপ ল’ব পাৰে। ১৯৬৭ চনৰ দৰেই আকৌ এবাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত নামিব লগা হ’ব পাৰে ইহুদিসকলে। ইজৰাইল-হামাছৰ যুদ্ধত এখনৰ পাছত আনখন দেশ সোমাই পৰাক লৈ শংকিত হৈ পৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলো।

চলিত বছৰৰ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধান মিলিত হৈছিল। তাতেই ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ কৰিডৰ তৈয়াৰৰ পৰিকল্পনা কৰিছিল আমেৰিকাই। এই প্ৰকল্পক বাস্তৱ ৰূপ দিয়াৰ পৰবৰ্তী আলোচনা ছৌদি আৰৱৰ সৈতে পৃথককৈ কৰিছিল। সূত্ৰৰ খবৰ অনুসৰি আৰৱ দেশক এই প্ৰতিৰক্ষা চুক্তিৰ কথা কৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰই। য’ত কোৱা হৈছে যে, ছৌদিৰ যাৱতীয় নিৰাপত্তাৰ দায়িত্ব আমেৰিকাই ল’ব। কিন্তু ইয়াৰ বিনিময়ত ইজৰাইল-পেলেষ্টাইন বিবাদত তেওঁলোক সোমাব নোৱাৰিব। কিন্তু এইবাৰ ইজৰাইলৰ ইছ্যুত ৱাছিংটন সোমাই পৰাত এই কৰিডৰৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহী নহয় ছৌদীৰ যুৱৰাজ ছলমান।

উল্লেখ্য যে ছৌদী আৰৱক ইছলামৰ জন্মস্থান বুলি কোৱা হয়। এই পৰিস্থিতিত ইজৰাইল-হামাছৰ সংঘাতত আৰৱৰ দেশসমূহে পোনপটীয়াকৈ সোমাই পৰাৰ সম্ভাৱনা দেখা পাইছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে। বিগত ৭ অক্টোবৰৰ পৰা গাজাষ্ট্ৰীপৰ পৰা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ পাছতেই ইজৰাইলেও এই আক্ৰমণৰ প্ৰত্তুত্ত্যৰ দিছে। যুদ্ধৰ সপ্তম দিনত গাজাক চাৰিদিনৰ পৰা নেতানিয়াহুৰ সেনাই ঘেৰি ৰাখিছে গাজা। এই পৰিস্থিতিত হামাছৰ কাষত থিয় দিছে ইৰাণ, ছিৰিয়া, লেবানন আৰু হিজবুল্লাহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান
বিনোদন

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

June 28, 2026
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?
জীৱনশৈলী

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

June 28, 2026
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ
বাণিজ্য

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

June 28, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

June 28, 2026
Next Post
সূৰ্যগ্ৰহণত তৈয়াৰ হৈছে ত্ৰিগ্ৰহী যোগ, সাফল্য আহিব ৫ৰাশিৰ জাতকৰ জীৱনলৈ!

সূৰ্যগ্ৰহণত তৈয়াৰ হৈছে ত্ৰিগ্ৰহী যোগ, সাফল্য আহিব ৫ৰাশিৰ জাতকৰ জীৱনলৈ!

গাজাৰ ১৩মহলীয়া ভঙা অট্টালিকাৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ এটি এমহীয়া শিশু! মৃত মাতৃৰ স্তনপান কৰাৰ দৃশ্য দেখি সেমেকি উঠিল ইহুদি সেনাৰো দুচকু

গাজাৰ ১৩মহলীয়া ভঙা অট্টালিকাৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ এটি এমহীয়া শিশু! মৃত মাতৃৰ স্তনপান কৰাৰ দৃশ্য দেখি সেমেকি উঠিল ইহুদি সেনাৰো দুচকু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.