• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছত ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! দুৰ্লভ যোগত লক্ষ্মীৰ কৃপাত কোন কোন ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব?

ধনতেৰছত ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! দুৰ্লভ যোগত লক্ষ্মীৰ কৃপাত কোন কোন ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

6 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

6 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

7 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

7 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

7 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

7 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

7 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

7 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

7 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছত ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! দুৰ্লভ যোগত লক্ষ্মীৰ কৃপাত কোন কোন ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব?

editor by editor
November 6, 2023 - Updated on November 10, 2023
in জীৱনশৈলী, ভাৰত
0
ধনতেৰছত ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! দুৰ্লভ যোগত লক্ষ্মীৰ কৃপাত কোন কোন ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব?
0
SHARES
69k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সনাতন ধৰ্মত ধনতেৰছ বা ধনত্ৰয়োদশীৰ বিশেষ মাহাত্ম্য আছে। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। এই তিথিথ ধন্বন্তৰীৰ ওপৰিও লক্ষ্মীৰ পূজা কৰা হয়। ইয়াৰোপৰি এই তিথিত সোন ৰূপো ক্ৰয় কৰাটো শুভ। জ্যোতিষ গণনা অনুসৰি গ্ৰহ নক্ষত্ৰৰ স্থান সলনিৰ বাবে এইবাৰৰ ধনতেৰছ অত্যন্ত বিশেষ। যাৰফলত কিছু ৰাশিৰ জাতকৰ ওপৰত লক্ষ্মীৰ আশীৰ্বাদ থাকিব। জ্যোতিষ গণনা অনুসৰি ধনতেৰছত চন্দ্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰিছে। ইয়াৰপূৰ্বে ধন আৰু ঐশ্বৰ্যৰ কাৰক গ্ৰহে শুক্ৰত বিৰাজ কৰিছে। এই পৰিস্থিতিত চন্দ্ৰ আৰু শুক্ৰৰ যুঁটিৰ ফলত কলাত্মক যোগ তৈয়াৰ হৈছে।

এই যোগক অত্যন্ত শুভ বুলি কোৱা হয়। এই দিনটোত হস্ত নক্ষত্ৰৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতি মজবুত হয়। অৰ্থ সঞ্চয় কৰিব পাৰিব। ধনতেৰছত কিছু ৰাশিৰ জাতকৰ ওপৰত লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকিব। কলাত্মক যোগ আৰু ধনতেৰছত কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব?

কৰ্কট ৰাশি
ধনতেৰছত সৃষ্ট কলাত্মক যোগৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ জীৱনত আনন্দৰ আগমন ঘটিব। দীৰ্ঘদিন ধৰি হওঁ হওঁকৈ ৰৈ যোৱা কাম সম্পন্ন হ’ব। আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব। ইয়াৰ ফলত ঋণ মুক্ত হ’ব কন্যা ৰাশিৰ জাতকসকল। আকস্মিক ধন লাভৰ যোগ আছে। প্ৰতি ক্ষেত্ৰতেই সাফল্য লাভ কৰিব পাৰে। হস্ত নক্ষত্ৰ আৰু কলাত্মক যোগ সৃষ্টিৰ ফলত এই ৰাশিৰ ব্যৱসায়ীসকলৰ বিশেষ লাভ হ’ব। ইয়াৰোপৰি প্ৰচুৰ মুনাফা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। আকস্মিক ধন লাভৰো যোগ আছে। প্ৰতিটো কামতেই সফলতা লাভ কৰিব পাৰিব। হস্ত নক্ষত্ৰৰ কলাত্মক যোগ সৃষ্টি হোৱাৰ ফলত এই ৰাশিৰ ব্যৱসায়ীসকল বিশেষভাৱে লাভাম্বিত হ’ব। ইয়াৰোপৰি প্ৰচুৰ মুনাফা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। দাম্পত্য জীৱনত আনন্দ আহিব।

কন্যা ৰাশি
ধনতেৰছত কন্যা ৰাশিৰ জাতকৰ জীৱনত আনন্দৰ সঞ্চাৰ কৰিব। ধন-সম্পদ বৃদ্ধি হ’ব এই ৰাশিৰ জাতকৰ। ইয়াৰোপৰি আপোনাৰ মান সন্মান বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ৰৈ যোৱা কাম সম্পন্ন হ’ব। লক্ষ্মীৰ আশীৰ্বাদত সমস্ত ক্ষেত্ৰত সফলতা আহিব। ব্যৱসায়ত মুনাফা অৰ্জন কৰাৰো যোগ আছে। আকস্মিক ধন লাভৰো সম্ভাৱনা। সম্পত্তি বা বাহন ক্ৰয়ৰ সপোন থাকিলে পূৰণ হ’ব। বিদেশ ভ্ৰমণৰো সুযোগ লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। চাকৰিয়াল সকলৰ বাবেও এই সময় শুভ। পদোন্নতি আৰু বেতনবৃদ্ধিৰো যোগ আছে।

মকৰ ৰাশি
ধনতেৰছৰ শুভ যোগ মকৰ ৰাশিৰ জাতকৰ বাবে অত্যন্ত বিশেষ। এই তিথিত লক্ষ্মী আৰু ধন্বন্তৰীৰ আশীৰ্বাদত মকৰ ৰাশিৰ জাতকৰ ধন ঐশ্বৰ্য বৃদ্ধি পাব। ইয়াৰোপৰি পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। দীৰ্ঘদিন ধৰি ৰৈ যোৱা কাম পুনৰ আৰম্ভ কৰিব পাৰিব। চাকৰিয়ালসকলে বোনাছ পাব পাৰে। লক্ষ্মীৰ কৃপাত ব্যৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে। আয়ৰ নতুন উৎস বিচাৰি পাব। ইয়াৰোপৰি ব্যৱসায়ত চুক্তি সম্পন্ন হ’ব পাৰে। অৰ্থ সঞ্চয় কৰাত সফল হ’ব এই ৰাশিৰ জাতক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
কেদাৰনাথ দৰ্শনাৰ্থীৰ হাতত কাপ তুলি দিলে ৰাহুল গান্ধীয়ে! এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ;চায় পে চৰ্চা’

কেদাৰনাথ দৰ্শনাৰ্থীৰ হাতত কাপ তুলি দিলে ৰাহুল গান্ধীয়ে! এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ;চায় পে চৰ্চা'

তৃতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল! হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী বোমা তৈয়াৰ কৰিছে আমেৰিকাই? আমেৰিকাৰ টাৰ্গেট কোন?

তৃতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল! হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী বোমা তৈয়াৰ কৰিছে আমেৰিকাই? আমেৰিকাৰ টাৰ্গেট কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.