• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

3 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

10 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

11 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

11 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

11 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

12 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

13 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

14 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

15 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

16 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

16 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

17 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

editor by editor
November 17, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফুটবৰ বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচত আৰু এঢাপ আগুৱাই গ’ল ভাৰতীয় ফুটবল দল। বৃহস্পতিবাৰে কুৱেইটৰ বিৰুদ্ধে খেলত নামিছিল টীম ইণ্ডিয়া। এই মেচত ভাৰতীয় ফুটবল দলৰ ত্ৰাতা হৈ উঠিছে মনবীৰ সিং। মেচৰ ৭৫ মিনিটত তেওঁৰ দুভৰিৰ যাদুৰেই ভাৰতক জয়ৰ সোৱাদ দিছে। ইয়াৰ সৈতে ভাৰতীয় ফুটবল দলে এই মেচত ১-০ গলত জয়লাভ কৰিছে। এই মেচত জয়লাভৰ পাছতেই ২০২৬ৰ বিশ্বকাপ টুৰ্নামেণ্টত যোগ্যতা অৰ্জনকাৰী দেশৰ ভিতৰত ভাৰতো এখন।

এই মেচত জয়লাভ কৰাৰ পাছতেই ভাৰতৰ হাতলৈ আহিছে তিনিটা পয়েণ্ট। ইয়াৰ সৈতে পয়েণ্টৰ তালিকাতো দ্বিতীয় স্থানত আছে ভাৰত। আনহাতে কাটাৰেও আফগানিস্তানক হৰুৱাই ৩পয়েণ্ট অৰ্জন কৰিছে। বৃহস্পতিবাৰে কাটাৰে আফগানিস্তানক ৮-১ গলত পৰাস্ত কৰিছে। গল পাৰ্থক্যৰ বিচাৰত কিন্তু কাটাৰেই পয়েণ্ট টেবুলৰ শীৰ্ষ স্থানত আছে। ভাৰত আৰু কুৱেইটৰ মেচৰ প্ৰথম ৪৫মিনিট কুৱেইটতকৈ বেছি গলৰ সুযোগ লাভ কৰিছিল টীম ইণ্ডিয়াই। কিন্তু শেষলৈ ভাৰতীয় দলে বিশেষ পৰাক্ৰম দেখুওৱাব নোৱাৰিলে। শেষত মনবীৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলত ভাৰতে গল দিবলৈ সক্ষম হোৱাৰ লগতে বিজয় সাব্যস্তও কৰে।

আগন্তুক বিশ্বকাপ ভাৰতৰ বাবে বিশেষ হ’ব। ২০২২ বৰ্ষৰ ফিফা অৰ্থাৎ বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল ২০ নৱেম্বৰৰ পৰা। সেইবাৰ ভাৰতীয় ফুটবল দলটোৱে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব পৰা নাছিল। তথাপিও ভাৰতবাসীয়ে আৰ্জেণ্টিনাৰ ফিফা বিশ্বকাপ জয়ৰ সুখতেই সুখী হৈছিল। মেছিৰ হাতত ফিফা কাঁপ দেখি আনন্দিত হৈছিল ভাৰতীয় ফুটবলপ্ৰেমী। এইবাৰ কথাবোৰ সলনি হৈছে। হয়তো আগন্তুক ফিফাত ভাৰতে ভাগ ল’ব। সেইবাৰ ভাৰতীয় ফুটবলপ্ৰেমীয়ে অন্য কোনো দেশক চাপৰ্ট কৰি অন্যৰ সুখত সুখী হোৱাতকৈ নিজৰ দেশক চাপৰ্ট কৰিবলৈ আগবাঢ়ি আহিব।

২০২২ৰ ফিফা বিশ্বকাপত মুঠ ৩২ খন দেশে অংশগ্ৰহণ কৰিছিল। অহাবাৰ এই তালিকাত হয়তো ভাৰতো থাকিব। বিগত বৰ্ষত ভাৰতীয় দলটোৱে টুৰ্নামেন্টতো অংশগ্ৰহণ কৰিব নোৱাৰিলে। প্ৰতিভাৱান ফুটবলাৰ সুনীল ছেত্ৰীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে দ্বিতীয় ৰাউণ্ডতেই পৰাস্ত হৈ দেশলৈ উভতি আহিবলগা হৈছিল। এইবাৰ কথাবোৰ হয়তো সলনি হ’ব। ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া ফিফাত এছিয়া মহাদেশৰ অন্যান্য দেশৰ সৈতে ভাৰতো থাকিব! কিন্তু ইয়াৰ মাজতেই এটা কথা বহুতেই নাজানে যে ভাৰতীয় দলটোৱে পূৰ্বেও ফিফাত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছিল।

খালী ভৰিৰেই ভাৰতীয় দলে অৰ্জন কৰিছিল ফিফা বিশ্বকাপ খেলাৰ যোগ্যতা

১৯৫০ চনৰ কথা। সেইবাৰ ফিফা বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছিল ব্ৰাজিলত। সেইবাৰৰ বিশ্বকাপ খেলাৰ বাবে ভাৰতীয় ফুটবল দলটোৱেও যোগ্যতা অৰ্জন কৰিছিল। কিন্তু যোগ্যতা থকা স্বত্ত্বেও ভাৰতীয় দলটোৱে বিশ্বকাপত খেলিব নোৱাৰিলে। কাৰণ সেই সময়ত ভাৰতীয় ফুটবল দলে খালী ভৰিৰে খেলিছিল। সেইবাবেই দলটোৱে যোগ্যতা অৰ্জন কৰা স্বত্তেও খেলিব নোৱাৰিলে। ১৯৫০ চনত ভাৰতীয় দলটোৰ এজন খেলুৱৈ মহম্মদ আব্দুল ছেলিমে তেতিয়া স্কটলেণ্ডৰ এটা ক্লাবৰ হৈ খালী ভৰিৰেই খেলত অংশগ্ৰহণ কৰিছিল। কিন্তু সেই সময়ত ফিফাৰ নিয়ম অনুসৰি সকলোৱেই জোতা পৰিধান কৰিব লাগে। কিন্তু ভাৰতীয় ফুটবলাৰৰ জোতা পিন্ধাৰ অভ্যাসেই নাছিল। সেয়ে জোতা পিন্ধি খেলিবলৈ অস্বস্তি অনুভৱ কৰিছিল ভাৰতীয় দলটোৱে যাৰবাবে টুৰ্নামেন্টত ভাগ ল’বলৈ অস্বীকাৰ কৰে দলটোৱে।

১৯৫০ৰ পাছত ফিফাৰ বাবে যোগ্যতা অৰ্জন কৰিছেনে ভাৰতীয় দলে?

দ্বিতীয়তে ভাৰতীয় দলে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ কাৰণ আছিল খৰচ। কিয়নো বিদেশলৈ গৈ খেলৰ অনুশীলন চলাবলৈ ভাৰতীয় ফুটবল ফেডাৰেছনৰ হাতত ইমান ধন নাছিল। কিন্তু ফিফাই ভাৰতীয় দলটোৰ যোগ্যতাৰ বিষয়ে গম পায় খেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সমূহ খৰচ বহনো কৰিছিল। কিন্তু তাৰপিছতো ভাৰতীয় দলো ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব নোৱাৰিলে। এইবাৰ সুনীল ছেত্ৰীৰ নেতৃত্বত বিশ্বৰ ১০০খন ফুটবেল খেলা দেশৰ তালিকাত ভাৰতীয় ফুটবল টীমে স্থান লাভ কৰিবলৈ সক্ষম হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

সকলোৱে তেওঁক Follow কৰে, কিন্তু জুবিন গাৰ্গে Follow কৰে কেৱল পত্নী গৰিমা গাৰ্গকেই! ৫১ সংখ্যক ওপজা দিনতেই জানি থওক জুবিন গাৰ্গৰ ৫১টা অজানা কথা

সকলোৱে তেওঁক Follow কৰে, কিন্তু জুবিন গাৰ্গে Follow কৰে কেৱল পত্নী গৰিমা গাৰ্গকেই! ৫১ সংখ্যক ওপজা দিনতেই জানি থওক জুবিন গাৰ্গৰ ৫১টা অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.