• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি

2 years ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

25 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

59 minutes ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

1 hour ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

2 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

3 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

4 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

5 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি

editor by editor
November 18, 2023
in অসম, জীৱনশৈলী, লেখা
0
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এদিন আবেলি ক্ষীণকায় মানুহজনে নিজা গৃহৰ পৰা কাগজ নিয়া মানুহ এজনক নিজৰেই পুৰণি কিতাপ আৰু অলাগতিয়াল কাগজসমূহ বিক্ৰী কৰিব লৈছিল। হঠাতে মানুহজনৰ ঘৰত গৈ ওলাইছিলগৈ এজন সৰু ল’ৰা। ল’ৰাজনে ক্ষীণকায় মানুজনক অনুৰোধ কৰিলে, তেওঁৰ কবিতা ল’ৰাজনক লাগে।

ল’ৰাজনে সুৰ দিব বিচাৰে।ক্ষীণকায় মানুহজনে এবাৰ সুক্ষ্ম দৃষ্টিৰে স্পষ্টবাদী যুৱকজনলৈ চালে। আচৰিতো হ’ল। মানুহজনে বিক্ৰী কৰিবলৈ থোৱা কাগজৰ মাজৰ পৰা কবিতা পুথি এখন উলিয়াই ল’ৰাজনক দিলে।পাছদিনাই গোটেই কবিতা কেইটাক সুৰ দি পুনৰ মানুহজনৰ ওচৰলৈ আহিল কণমানি ল’ৰাজন। সুৰ দিয়া কবিতাকেইটা সমুখত বহি গাই শুনালে। গীতকেইটি শুনি মানুহজনে আচৰিত হৈ বহুপৰ চাই থাকিল ল’ৰাজনৰ মুখলৈ।

এইযে হতবাক হৈ চাই ৰোৱা ক্ষীণকায় মানুহজন তেওঁ আন কোনো নহয়। তেৱেই হীৰেণ ভট্টাচাৰ্য সকলোৰে মৰমৰ হিৰুদা। আৰু কণমানি আত্মবিশ্বাসী লৰাজনেই জুবিন গাৰ্গ।সেইদিনাই জুবিন গাৰ্গেৰে পৰিচিত হৈছিল হীৰুদা। সুমধুৰ কণ্ঠত গীত হোৱা কবিতাকেইটা শুনি পাহৰি গৈছিল হীৰুদাই সেইকেইটা যে তেৱেই লিখা কবিতা।জুবিন গাৰ্গে এক সাক্ষাৎকাৰত হীৰুদাৰ কথা ক’বলৈ গৈ কৈছিল, ‘ সেইদিনাই হীৰুদাই এবাৰ মোৰ মূৰত হাত ফুৰাই কৈছিল যে মই এদিন গানৰে বিশ্ব জয় কৰিম।’সেইয়াই আৰম্ভণি।

তাৰ পাছত বহু গীত লিখিছিল হীৰুদাই। লেখাবোৰ আছিল কেৱল সুৱদী কণ্ঠৰ জুবিনৰ বাবেই। সেউজীয়াৰে আবৃত হ’ব খোজা জুবিনৰ ওপজা দিনত জুবিন গাৰ্গৰ প্ৰিয় লেখকৰ প্ৰসংগক লৈ সামাজিক মাধ্যমতো চৰ্চা চলা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?
জীৱনশৈলী

March 23, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

March 23, 2026
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু
জীৱনশৈলী

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

March 23, 2026
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
Next Post
বিশ্বকাপৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত টীম ব্লু! দেওবাৰে বিশ্বকাপ যুঁজৰ মূল একাদশত কোন কোন থাকিব?

প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন