• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধ্বংসৰ দিশেৰেই আগুৱাইছে মানুহ! OpenAI ৰ চিইঅ’ পদৰ পৰা বৰ্খাস্ত কৰা ছেম অল্টমেনৰ মন্তব্যক লৈ আৰম্ভ চৰ্চা

ধ্বংসৰ দিশেৰেই আগুৱাইছে মানুহ! OpenAI ৰ চিইঅ’ পদৰ পৰা বৰ্খাস্ত কৰা ছেম অল্টমেনৰ মন্তব্যক লৈ আৰম্ভ চৰ্চা

2 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

2 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

3 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

4 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

5 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

6 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

6 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

7 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

7 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

8 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

8 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

8 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধ্বংসৰ দিশেৰেই আগুৱাইছে মানুহ! OpenAI ৰ চিইঅ’ পদৰ পৰা বৰ্খাস্ত কৰা ছেম অল্টমেনৰ মন্তব্যক লৈ আৰম্ভ চৰ্চা

editor by editor
November 19, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব
0
ধ্বংসৰ দিশেৰেই আগুৱাইছে মানুহ! OpenAI ৰ চিইঅ’ পদৰ পৰা বৰ্খাস্ত কৰা ছেম অল্টমেনৰ মন্তব্যক লৈ আৰম্ভ চৰ্চা
0
SHARES
324
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ChatGPT যি সংস্থাই নিৰ্মাণ কৰিছে অৰ্থাৎ OpenAI ৰ চিইঅ’ পদৰ পৰা ছেম অল্টমেনক বৰ্খাস্ত কৰিছে কোম্পানীয়ে। মাইক্ৰছফটৰ অধীনত থকা এই টেক কোম্পানীৰ নতুন চিইঅ’ হৈছে ভাৰতীয় বংশোদ্ভূতৰ মিৰা মুৰাতি। ছেম অল্টমেনক বৰ্খাস্ত কৰাৰ পাছতেই OpenAIৰ সহ প্ৰতিষ্ঠাতা গ্ৰেগ ব্ৰুকমেনেও ইস্তাফা দিছে।

কিয় বৰ্খাস্ত কৰা হৈছে ছেম অল্টমেনক?
সংবাদ সংস্থাৰ সূত্ৰৰ খবৰ অনুসৰি তেওঁক আৰু ভৰষাত ল’ব পৰা নাই কোম্পানীয়ে। যাৰবাবে তেওঁক বৰ্খাস্ত কৰা হৈছে। চিইঅ’ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পাছতেই ছেম অল্টমেনে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘মই OpenAIৰ সৈতে ভাল সময় এখিনি কটালো। প্ৰতিভাৱান ব্যক্তিৰ সৈতে কাম কৰিবলৈ পায় মই খুবেই সুখী। কিন্তু তাৰমাজতেই…’

AI ৰ ভৱিষ্যতক লৈ কি ক’লে ছেম অল্টমেনে?
সম্প্ৰতি ছানফ্ৰান্সিসকোত অনুষ্ঠিত এছিয়া, পেছিফিক ক’ অপাৰেছনত তেওঁ বক্তব্য ৰখাৰ সময়ত কয়, ‘আত্ম ধ্বংসৰ পথলৈ মানৱজাতি আগুৱাইছে। সমাজত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ গুৰুত্বৰ হ’ব পাৰে। আৰ্টিফিছিয়েল ইণ্টেলিজেন্স এতিয়ালৈকে মানুহে আৱিষ্কাৰ কৰা সকলোতকৈ কাৰ্যকৰী প্ৰযুক্তি। কিন্তু এই প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ইয়াৰ বেয়া দিশসমূহ চিহ্নিত নকৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে।’ ইয়াৰোপৰি অল্টমেনে বক্তব্যত কৈছিল, ‘আমাক নতুন আইডিয়াৰ দৰকাৰ। মানৱজাতি হিচাপে আমি দিনকদিনে নিজক ধ্বংসৰ পথলৈকে লৈ গৈ আছো। নতুন প্ৰযুক্তি দৰকাৰ যাৰবাবে বিগত কেইটামান বছৰ ধৰি আমি প্ৰযুক্তিৰ ন ন আৱিষ্কাৰ হৈছে। শেহতীয়াকৈ AI প্ৰযুক্তিৰ উদ্ভাৱনৰ পাছতেই অন্য এক সম্ভাৱনাময় ভৱিষ্যত আমি দেখা পাইছো। কিন্তু ইয়াৰ মাজতেই ভাৱিবলগা বিষয়টো এয়াই যে, ইয়াৰ অপব্যৱহাৰ কৰিব পৰা বহু থল আছে। ইয়াৰ অপব্যৱহাৰে বিচ্ছৃংখল পৰিবেশৰ সৃষ্টি কৰিব পাৰে। ইয়াৰোপৰি খুব সোনকালেই বিশ্বত দুটা ডাঙৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এটা হৈছে ২০২৪ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু আনটো ভাৰতৰ লোকসভা নিৰ্বাচন। এই পৰিস্থিতিত AIব্যৱহাৰেৰে সমাজত মিথ প্ৰচাৰ বা ভুৱা খবৰ বিয়পিব পাৰে।’

AI ৰ বহু ভাল দিশ থাকিলেও ইয়াৰ অপব্যৱহাৰে কিন্তু সামাজিক বিচ্ছৃংখলতা বিয়পাব পাৰে। ছেম অল্টমেনে এই সন্দৰ্ভত কয়, ২০২০ৰ পৰাই শক্তি, স্বাস্থ্যকে ধৰি সকলো দিশতেই AIৰ ব্যৱহাৰ ব্যাপকভাৱে বাঢ়িছে।

নিৰ্বাচনত AI ৰ প্ৰভাৱ

নিৰ্বাচনৰ সময়ত AI ব্যৱহাৰক লৈ যথেষ্ট চিন্তিতও ছেম অল্টমেনসহ বিশ্বৰ টেক দুনীয়াৰ অন্যান্য শীৰ্ষ কৰ্তাসকল। তেওঁলোকে এই বিষয়টোক লৈ মতো প্ৰকাশ কৰিছে। তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰক লৈ ব্যাপকভাৱে চিন্তিত। মেটাৰ ছিফ প্ৰডাক্ট অফিচাৰ ক্ৰিছ কক্সে জনোৱা অনুসৰি, তেওঁলোকে হোৱাইট হাউছ আৰু অন্যান্য নিৰ্বাচনী নেতাসকলৰ সৈতে ল্যাঙ্গুয়েজ মডেল LIama 2 তৈয়াৰৰো পৰিকল্পনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
ঘৰত বহি হটষ্টাৰত বিশ্বকাপৰ ফাইনেল চাব নিশ্চয়? ৫ নতুন ফিচাৰ নাজানিলে পাছত আপচোচ কৰিব আপুনিও

ঘৰত বহি হটষ্টাৰত বিশ্বকাপৰ ফাইনেল চাব নিশ্চয়? ৫ নতুন ফিচাৰ নাজানিলে পাছত আপচোচ কৰিব আপুনিও

১০৫ সংখ্যক জন্মদিনত সোঁৱৰণ! মৃত্যুৰ এদিন পূৰ্বে নিয়তিয়ে দিছিল বিশেষ ইংগিত, কেনেকৈ দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ প্রথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে?

১০৫ সংখ্যক জন্মদিনত সোঁৱৰণ! মৃত্যুৰ এদিন পূৰ্বে নিয়তিয়ে দিছিল বিশেষ ইংগিত, কেনেকৈ দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ প্রথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.