• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত বহি হটষ্টাৰত বিশ্বকাপৰ ফাইনেল চাব নিশ্চয়? ৫ নতুন ফিচাৰ নাজানিলে পাছত আপচোচ কৰিব আপুনিও

ঘৰত বহি হটষ্টাৰত বিশ্বকাপৰ ফাইনেল চাব নিশ্চয়? ৫ নতুন ফিচাৰ নাজানিলে পাছত আপচোচ কৰিব আপুনিও

3 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

16 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

16 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

17 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

17 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

18 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

19 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

19 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

19 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

20 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

21 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

21 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ঘৰত বহি হটষ্টাৰত বিশ্বকাপৰ ফাইনেল চাব নিশ্চয়? ৫ নতুন ফিচাৰ নাজানিলে পাছত আপচোচ কৰিব আপুনিও

editor by editor
November 19, 2023
in বিবিধ, বিশ্ব, ভাৰত
0
ঘৰত বহি হটষ্টাৰত বিশ্বকাপৰ ফাইনেল চাব নিশ্চয়? ৫ নতুন ফিচাৰ নাজানিলে পাছত আপচোচ কৰিব আপুনিও
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাজত প্ৰায় ডেৰঘণ্টাহে সময়। ডেৰঘণ্টাৰ পাছতেই অষ্ট্ৰেলিয়া আৰু ভাৰতৰ হাইভল্টেড মেছ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’ব। ইতিমধ্যেই আহমেদাবাদত উপস্থিত হৈছে দেশী বিদেশী বহু ক্ৰীড়াপ্ৰেমী জনতা। দেশৰ ১৪০ কোটি জনতাই জানো আহেমদাবাদত গৈ খেল উপভোগ কৰিব? নিশ্চয় ঘৰত থাকিয়েই আপোনাৰ মোৰ দৰে বহুতেই খেল উপভোগ কৰিব। ঘৰতে বহি খেল ভালধৰণে উপভোগ কৰিবৰ বাবে আপুনি কি কৰিলে এই খেল আৰু ৰোমাঞ্চকৰভাৱে উপভোগ কৰিব?

১) বেছিসংখ্যক লোকেই ডিজনি প্লাছ হটষ্টাৰতেই খেল উপভোগ কৰে। কেতিয়াবা খেল উপভোগ কৰি থাকোতেই ইণ্টাৰনেটৰ অসুবিধাৰ বাবে মাজতে ৰৈয়ো যায়। তেনেক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ ভালধৰণে খেল উপভোগ কৰিবৰ বাবে আপুনি হটষ্টাৰত গৈ মেক্স ভিউ’ অপশ্ব্যনত ক্লিক কৰিব। এই অপশ্ব্যন অন কৰিলেই ক্ৰীড়াপ্ৰেমীয়ে স্ক্ৰিনত আৰামত খেল উপভোগ কৰিব পাৰে। মোবাইলত খেল উপভোগ কৰিবৰ বাবে এই অপশ্ব্যন ক্লিক কৰি ল’বলৈ নাপাহৰিব। এই এপৰ জৰিয়তে আপুনি নতুন মুডত আপুনি লাইভ ফিড টেব আৰু স্কোৰ বোৰ্ড টেবো চাব পাৰিব।

২) ডিজনি প্লাছ হটষ্টাৰত খেল চাবৰ বাবে আপুনি পূৰ্বে এপটো আপডেট কৰিছেনে নাই চাই লওক। খেল চাই থাকোতে মোবাইল ডাটা শেষ হ’লে বিৰক্তিকৰ হৈ উঠে সময়। হটষ্টাৰত আপডেটেড ভাৰ্ছন ভিডিঅ’ চোৱাৰ বাবে ডাটা কনজামছন অপ্টিমাইজেছন আৰু উন্নত কৰা হৈছে। ইয়াৰ ফলত খেল চাওতে মোবাইল ডাটাৰ খৰচ কম হ’ব।

৩) মেচ চোৱাৰ সময়ত কোনো কাম ওলালে প্ৰায়সংখ্যকৰেই খং উঠে। হটষ্টাৰত স্কোৰবৰ্ড পিল অন কৰি ৰাখক। ইয়াৰ ফলত মোবাইল স্ক্ৰিণত মেছ চলাৰ সময়ত সমস্ত আপডেট চাব পাৰিব। আপোনাৰ কাম শেষ হৈ গ’লে স্কোৰবৰ্ড পিলৰ ওপৰত ক্লিক কৰিলেই মেচ উপভোগ কৰিব পাৰিব।

৪) ডিজনি প্লাছ হটষ্টাৰত আপুনি নিজৰ পছন্দ অনুযায়ী ভাষাও নিৰ্বাচন কৰিব পাৰে। নিজৰ ভাষাতেই মেচ উপভোগ কৰিব পাৰে।

৫) ডিজনি প্লাছ হটষ্টাৰত মাল্টি কেমেৰা এঙ্গল অপশ্ব্যন আছে। আপুনি আপোনাৰ পছন্দ অনুযায়ী কেমেৰা এঙ্গল ছেট কৰি খেল উপভোগ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
Next Post
১০৫ সংখ্যক জন্মদিনত সোঁৱৰণ! মৃত্যুৰ এদিন পূৰ্বে নিয়তিয়ে দিছিল বিশেষ ইংগিত, কেনেকৈ দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ প্রথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে?

১০৫ সংখ্যক জন্মদিনত সোঁৱৰণ! মৃত্যুৰ এদিন পূৰ্বে নিয়তিয়ে দিছিল বিশেষ ইংগিত, কেনেকৈ দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ প্রথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে?

বিশ্বকাপ ফাইনেল আৰম্ভ, টছত জিকিল অষ্ট্ৰেলিয়া, হাৰিও প্ৰথমে বেটিং কৰাৰ সুযোগ ৰোহিত বাহিনীৰ

বিশ্বকাপ ফাইনেল আৰম্ভ, টছত জিকিল অষ্ট্ৰেলিয়া, হাৰিও প্ৰথমে বেটিং কৰাৰ সুযোগ ৰোহিত বাহিনীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.